• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাড়ৰ কৰ্কটৰ লক্ষণ কেনে হয়? এই ৫ সংকেত অৱহেলা কৰিলেই ভয়ংকৰ বিপদ

হাড়ৰ কৰ্কটৰ লক্ষণ কেনে হয়? এই ৫ সংকেত অৱহেলা কৰিলেই ভয়ংকৰ বিপদ

1 year ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

6 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

7 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

7 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

8 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

8 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

10 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

10 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

11 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

12 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

13 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

13 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাড়ৰ কৰ্কটৰ লক্ষণ কেনে হয়? এই ৫ সংকেত অৱহেলা কৰিলেই ভয়ংকৰ বিপদ

হাড়ৰ কৰ্কটৰ লক্ষণ কেনে হয়? এই ৫ সংকেত অৱহেলা কৰিলেই ভয়ংকৰ বিপদ

editor by editor
July 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
হাড়ৰ কৰ্কটৰ লক্ষণ কেনে হয়? এই ৫ সংকেত অৱহেলা কৰিলেই ভয়ংকৰ বিপদ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাড়ৰ কৰ্কট সাধাৰণতে হাড়ৰ বিষ, ফোলা আৰু হঠাৎ হাড়ভঙা আদি মাধ্যমেৰে জানিব পৰা যায়৷ সময়মতে চিকিৎসা নকৰিলে সেই ৰোগেই মাৰাত্মক ৰূপ ল’ব পাৰে৷ সময়মতে চিকিৎসা নকৰিলে ই প্ৰাণঘাতীও হৈ উঠিব পাৰে৷

হাড়ৰ কৰ্কটৰ গুৰুত্বঃ হাড়ত হোৱা কৰ্কট এটা ভয়ংকৰ অসুখ৷ সাধাৰণতে মানুহে ইয়াৰ প্ৰাথমিক লক্ষণসমূহক বয়সজনিত সমস্যা কিংবা সাধাৰণ ক্লান্তি বুলি ভুল কৰে৷ অথচ সময়মতে চিকিৎসা নকৰিলে এই অসুখ প্ৰাণঘাতী হৈ উঠিব পাৰে৷

যিকোনো হাড়তেই হ’ব পাৰে কৰ্কটঃ এই কৰ্কট শৰীৰৰ যিকোনো হাড়ত হ’ব পাৰে৷ এবাৰ এই ৰোগে শৰীৰত বাঁহ বান্ধিলে সোনকালেই সমগ্ৰ দেহত বিয়পি পৰে৷ বহুতৰে হাড়ৰ বিষ, ফুলি যোৱাক উপেক্ষা নকৰিব৷ কিন্তু এয়াই হ’ব পাৰে বিপদৰ আৰম্ভণি৷

লেথাৰিকৈ হাড়ৰ বিষঃ হাড়ৰ কৰ্কটৰ সকলোতকৈ প্ৰচলিত আৰু প্ৰাথমিক লক্ষণ হৈছে হাড়ৰ লেথাৰিকৈ বিষ হোৱা৷ প্ৰথমে এই বিষ মাজেমাজে হয়, কিন্তু সময়ৰ লগে লগে এই বিষ স্থায়ী হৈ উঠে আৰু বিশেষকৈ নিশা এই বিষ তীব্ৰতৰ হয়৷

ফোলা বা গোটা বন্ধাঃ যদি কোনো হাড়ৰ আশেপাশে ফুলি উঠে বা টান অনুভৱ কৰে তেন্তে সেয়া কৰ্কটৰ লক্ষণ হ’ব পাৰে৷ বহুসময়ত হাড়ৰ বিষ অবিহনে কেৱল ফোলাভাৱো কৰ্কটৰ লক্ষণ হব পাৰে৷ সাধাৰণতে যি অংশত টিউমাৰ বাঢ়িছে সেই স্থানতেই ফোলা দেখা যায়৷

সহজেই হাড় ভাঙি যোৱাঃ কৰ্কটত আক্ৰান্ত হ’লে হাড় দুৰ্বল হৈ পৰে আৰু সামান্য আঘাততে ভাঙি পাব পাৰে৷ যদি এনে হয় যি অলপতেই আঘাতত হাড় ভাঙি যায় তেতিয়া এয়া হাড়ৰ কৰ্কটৰ গুৰুতৰ সতৰ্কতা হব পাৰে৷

হঠাৎ ওজন কমি যোৱাঃ হাড়ৰ কৰ্কটে শৰীৰৰ শক্তি দ্ৰুততৰ ভাৱে নিঃশেষ কৰি পেলায়৷ ইয়াৰ ফলত ৰোগী সকলোসময়ত ক্লান্ত অনুভৱ কৰে, ভোক কমি যায় আৰু শৰীৰৰ ওজন দ্ৰুত কমি গৈ থাকে যি কৰ্কটৰ অন্যতম প্ৰধান লক্ষণ৷
চলাফিৰাত অসুবিধাঃ যদি কোনোৱে ভৰি বা হাতত যন্ত্ৰণা বা ফোলাৰ কাৰণে চলাফিৰাত অসুবিধা পায় তেতিয়া সেয়া কৰ্কটৰ কাৰণে হব পাৰে৷ হাড় দুৰ্বল হৈ পৰি অংগ প্ৰত্যংগই অলপ কাম কৰোতেও কষ্ট পায়৷
চিকিৎসকৰ পৰামৰ্শ লওকঃ উপৰোক্ত যিকোনো লক্ষণে দেখা দিলে দেৰী নকৰি অবিলম্বে চিকিৎসকৰ পৰামৰ্শ লওক৷ কাৰণ প্ৰাথমিক অৱস্থাত ধৰা কৰিলে হাড়ৰ কৰ্কট বহু সময়ত নিয়ন্ত্ৰণ কৰা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
Next Post
মাহিলী দৰমহা আছিল ৭৫ কোটি, মুকেশ আম্বানীৰ সোঁহাত এইগৰাকী ব্যক্তিয়ে এতিয়া ভিক্ষা মাগি দূৰ কৰে ক্ষুধা, আঁৰত কি কাৰণ?

মাহিলী দৰমহা আছিল ৭৫ কোটি, মুকেশ আম্বানীৰ সোঁহাত এইগৰাকী ব্যক্তিয়ে এতিয়া ভিক্ষা মাগি দূৰ কৰে ক্ষুধা, আঁৰত কি কাৰণ?

কেইবাশ গুণ শক্তি বাঢ়িছে সূৰ্যৰ, এই ৩ ৰাশিৰ বাঢ়িব দৰমহা, প্ৰশস্ত হ’ব ধন অহাৰ বিভিন্ন পথ

কেইবাশ গুণ শক্তি বাঢ়িছে সূৰ্যৰ, এই ৩ ৰাশিৰ বাঢ়িব দৰমহা, প্ৰশস্ত হ’ব ধন অহাৰ বিভিন্ন পথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.