• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেট্ৰ’লৰ পাছত এইবাৰ ঔষধ, ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব ১১ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম

1 year ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

7 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

8 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

9 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

10 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

11 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

12 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

13 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পেট্ৰ’লৰ পাছত এইবাৰ ঔষধ, ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব ১১ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম

editor by editor
October 15, 2024
in অসম, উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত
0
পেট্ৰ’লৰ পাছত এইবাৰ ঔষধ, ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব ১১ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেট্ৰ’লৰ পাছত এইবাৰ ঔষধ, ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব ১১ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম

পেট্ৰ’লৰ মূল্য বৃদ্ধিৰ পাছত এইবাৰ ঔষধৰ মূল্যবৃদ্ধি। জনসাধাৰণক পুণৰ মাধমাৰ সোধাই এইবাৰ ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পালে ঔষধৰ দাম। এবিদ দুবিধ নহয়, মুঠ ১১ বিধ অত্যাবশ্যকীয় ঔষধৰ দাম বৃদ্ধি।

কেন্দ্ৰৰ মূল্য নিয়ন্ত্ৰক নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে কেইবাটাও অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি কৰিছে। কেন্দ্ৰীয় সংস্থাটোৱে ঔষধ নিৰ্মাতাসকলক ৫০ শতাংশ পৰ্যন্ত মূল্য বৃদ্ধিৰ বাবে নিৰ্দেশ দিছে।

কিছুমান বিশেষ ঔষধৰ সম্ভাৱ্য মূল্যবৃদ্ধিৰ তালিকাও প্ৰকাশ কৰা হৈছে। অধিসূচনা অনুসৰি অনাগত দিনত মানসিক বিকাৰ, হাঁপানী, টিবি, গ্ল’ক’মা, থেলাছেমিয়াৰ ঔষধৰ দাম বৃদ্ধি পাব।

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি ঔষধৰ দাম বৃদ্ধি হোৱাৰ কাৰণ মূলতে, ঔষধ প্ৰস্তুতৰ কেঁচামালৰ মূল্য বহু পৰিমাণে বৃদ্ধি পাইছে। লগতে বিভিন্ন আনুষংগিক সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। যাৰ বাবে ঔষধৰ মূল্যও বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। যাৰ পৰিপ্ৰেক্ষিতত ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে ঔষধৰ মূল্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Medicine Price hikemedicinemedicine price hikeprice hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

March 16, 2026
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

March 16, 2026
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
Next Post
আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

উপ নিৰ্বাচনৰ দিন ঘোষণা, অসমৰ মুঠ ৫ টা সমষ্টিত হব নিৰ্বাচন, জানক তাৰিখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন