• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

4 months ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

45 minutes ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

1 hour ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

3 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

4 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

4 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

5 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

5 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

5 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

7 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

9 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

editor by editor
June 2, 2026
in বাণিজ্য
0
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ
0
SHARES
416
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি নিজৰ চাকৰি জীৱনৰ আৰম্ভণিৰ পৰা মাহিলী মাহিলী ৫হাজাৰ টকাকৈ SIP কৰে তেন্তে ৪০ বছৰ বয়সতেই আপুনি কোটিপতি হ’ব৷ ইয়াৰবাবে আপুনি ১৫বছৰতকৈ বেছি সময় ধৰি বিনিয়োগ কৰিব লাগিব৷ তেতিয়াহে ৮কোটি টকাৰ মালিক হ’ব আপুনি৷ ইয়াত সুদৰ হাৰ থাকিব ১৩শতাংশকৈ৷ নিজৰ সন্তানৰ বয়স যেতিয়া ১০ বছৰ হ’ব তেতিয়াৰে পৰাই তাৰ নামত মাহিলী ৫হাজাৰ টকাকৈ বিনিয়োগ কৰিবলৈ আৰম্ভ কৰক৷ আপুনি তেতিয়া গোটাব পাৰিব প্ৰায় ৬লাখ ৩৩ হাজাৰ ৪০৩ টকা৷ এই টকা সুদৰ সৈতে মিলি হ’বগৈ ১২ লাখ ৩৩ হাজাৰ ৪০৩ টকা৷ এই টকা আপুনি পাব ১০ বছৰৰ পাছত৷

যদি ২০ বছৰ ধৰি এই ধন ৰাখিব পাৰে তেন্তে আপুনি গোটাব পাৰিব ১২ লাখ টকা৷ আপোনাৰ হাতলৈ আহিব ৫৭লাখ ২৭ হাজাৰ ৫৯৬ টকা৷ যদি ২৫ বছৰ ধৰি টকা ৰাখিব পাৰে তেন্তে আপুনি জমাব পাৰিব ১৫লাখ টকা৷ সুদ লৈ আপোনাৰ হাতলৈ আহিব ১ কোটি ১৩লাখ ৫৭ হাজাৰ ১৭৫ টকা৷ যদি এই টকা ৩০ বছৰ ধৰি বিনিয়োগ কৰিব পাৰে তেন্তে আপুনি জমাব প্ৰায় ২ কোটি ৩ লাখ ২৩৮ টকা৷ সুদৰ সৈতে আপোনাৰ হাতলৈ আহিব প্ৰায় ২ কোটি ২১ লাখ ৩ হাজাৰ ২৩৮ টকা৷

যদি ৩৫ বছৰ ধৰি বিনিয়োগ কৰিব পাৰে তেন্তে আপুনি জমাব প্ৰায় ২১ লাখ টকা৷ সুদৰ সৈতে আপোনাৰ হাতলৈ আহিব ৪কোটি ২৬ লাখ ১৫ হাজাৰ ৯২০ টকা৷ যদি ৪০ বছৰ ধৰি বিনিয়োগ কৰে তেতিয়া আপুনি জমাব পাৰিব ২৪লাখ টকা৷ সুদ সহিতে আপুনি ৰিটাৰ্ণ পাব ৮কোটি ১৭লাখ ৭১হাজাৰ ৬৯৪টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি
বাণিজ্য

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

October 15, 2026
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?
বাণিজ্য

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

October 15, 2026
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Next Post
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.