• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজনিশা দুটাকৈ ভূমিকম্পই জোকাৰি যায় এইখন দেশ, বিস্তৰ ক্ষতি, জনসাধাৰণৰ মাজত হাহাকাৰ

মাজনিশা দুটাকৈ ভূমিকম্পই জোকাৰি যায় এইখন দেশ, বিস্তৰ ক্ষতি, জনসাধাৰণৰ মাজত হাহাকাৰ

2 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

10 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

10 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

11 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

11 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

12 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

13 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

14 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

14 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

15 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

16 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

16 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাজনিশা দুটাকৈ ভূমিকম্পই জোকাৰি যায় এইখন দেশ, বিস্তৰ ক্ষতি, জনসাধাৰণৰ মাজত হাহাকাৰ

editor by editor
November 11, 2024
in বিবিধ, বিশ্ব
0
মাজনিশা দুটাকৈ ভূমিকম্পই জোকাৰি যায় এইখন দেশ, বিস্তৰ ক্ষতি, জনসাধাৰণৰ মাজত হাহাকাৰ
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজনিশা দুটাকৈ ভূমিকম্পই জোকাৰি যায় এইখন দেশ, বিস্তৰ ক্ষতি, জনসাধাৰণৰ মাজত হাহাকাৰ

মাজনিশা অহা দুটাকৈ ভূমিকম্পৰ ভয়ত ত্রাহি মধুসূদন সুঁৱৰিছে কেৰিবিয়ান দেশ কিউবাই। দেশ খনৰ জনসাধাৰণৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এটা নহয় একেলগে দুটা ভূমিকম্প এটা ৬.৮ ৰিখটাৰ স্কেলৰ আনটো ৫.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায় দেশখন।

ৰাফেল ঘূৰ্ণীবতাহৰ পাছতে ভূমিকম্পই বিধ্বংসী চলাইছে দেশখনত। দেওবাৰে মাজনিশা অহা এই ভূমিকম্পত বৰ্তমানলৈ কোনো লোকৰ মৃত্যুৰ খবৰ অহা নাই যদিও , বিস্তৰ ক্ষতি হৈছে দেশখনত।

ছুনামীৰ কোনো সতৰ্কবাণী দিয়া হোৱা নাই যদিও দুটাকৈ ভূমিকম্পৰ ফলত বিভিন্ন ঠাইত ভূমিস্খলনৰ লগতে বহু অট্টালিকা, ঘৰ আদিৰ ক্ষতি হয়। লগতে বিদ্যুৎ সংযোগো ব্যাহত হৈ পৰে বিভিন্ন এলেকাত।

বেছিভাগ চহৰতে মানুহে ঘৰৰ বাহিৰত ৰাতি কটায়। গোটেই ৰাতি মানুহবোৰ ল’ৰা-ছোৱালী আৰু পৰিয়ালৰ সৈতে ৰাজপথত বহি থাকে। উদ্ধাৰকাৰী দলেও চাইৰেণ বজাই জনতাৰ সুৰক্ষাৰ বাবে তহল দিয়ে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ভূমিকম্পৰ আটাইতকৈ বেছি অনুভৱ হৈছে ছান্টিয়াগো ডি কিউবাত। কিউবাৰ পূব অংশতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ প্ৰভাৱ গুয়ান্তানামো আৰু জামাইকাতো দেখা গৈছে।

পূব কিউবাৰ দক্ষিণ গ্ৰেনমা প্ৰদেশৰ বাৰ্টল’মে মাছ’ৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দক্ষিণে প্ৰথমটো ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আৰু ইয়াৰ গভীৰতা ১৪.৬ মাইল (২৩.৫ কিলোমিটাৰ)। দেওবাৰে এইটোৱেই আছিল আটাইতকৈ শক্তিশালী ভূমিকম্প, যাৰ তীব্ৰতা আছিল ৬.৮। এই ভূমিকম্পটোৰ এঘণ্টাৰ পিছত সংঘটিত হৈছিল আন এটা ভূমিকম্প, যাৰ মাত্ৰা আছিল ৫.৯ ৰিখটাৰ স্কেল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2 EarthquakeCaribbean CountryCubaCuba Earthquakeearthquake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
Next Post
বৃদ্ধি পাব শীতৰ প্ৰকোপ, ৬ ৰাজ্যত বৰষুণৰ আগজাননী

বৃদ্ধি পাব শীতৰ প্ৰকোপ, ৬ ৰাজ্যত বৰষুণৰ আগজাননী

শপত গ্ৰহণ কৰাৰ পূৰ্বেই ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন, মোদীৰ দৰেই পুটিনলৈ ফোন লগালে ট্ৰাম্পে, ক’লে বিশেষ কথা…

শপত গ্ৰহণ কৰাৰ পূৰ্বেই ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন, মোদীৰ দৰেই পুটিনলৈ ফোন লগালে ট্ৰাম্পে, ক'লে বিশেষ কথা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.