• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰাপান নকৰিলেও এইকেইটা বদভ্যাস থাকিলে আপোনাৰ লিভাৰৰ ছিৰছিচ হ’বই…

সুৰাপান নকৰিলেও এইকেইটা বদভ্যাস থাকিলে আপোনাৰ লিভাৰৰ ছিৰছিচ হ’বই…

4 years ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

52 minutes ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

17 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

17 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

18 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

19 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

19 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

20 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

20 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

22 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

22 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

23 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

সুৰাপান নকৰিলেও এইকেইটা বদভ্যাস থাকিলে আপোনাৰ লিভাৰৰ ছিৰছিচ হ’বই…

editor by editor
November 14, 2022
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
সুৰাপান নকৰিলেও এইকেইটা বদভ্যাস থাকিলে আপোনাৰ লিভাৰৰ ছিৰছিচ হ’বই…
0
SHARES
51k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লিভাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। লিভাৰেই খাদ্য, হজম, মলমূত্ৰকে ধৰি শৰীৰৰ পৰা অলাগতীয়াল পদাৰ্থ বহিষ্কাৰ কৰালৈকে সকলো কামেই কৰে। সাধাৰণতে আমাৰ ধাৰণা এলকহল সেৱন কৰিলেহে লিভাৰ নষ্ট হয়। কিন্তু আমি প্ৰতিদিনেই এনে কিছু কাৰ্য কৰো যিয়ে ধীৰে ধীৰে আমাৰ লিভাৰ নষ্ট কৰি আনে।

লিভাৰ দুৰ্বল হৈ অহাৰ লক্ষণবোৰ কেনেকৈ ধৰা পেলাব?

লিভাৰ দুৰ্বল হৈ অহাৰ লগে লগেই ভিন্ন লক্ষণে দেখা দিয়ে। লক্ষণসমূহৰ ভিতৰত, শৰীৰ দুৰ্বল লগা, ভোক নলগা, বমি, নিদ্ৰাহীনতা, ক্লান্তিবোধ, দ্ৰুতভাৱে শৰীৰৰ ওজন বাঢ়ি যোৱা আৰু লিভাৰ ফুলি উঠা আদি লক্ষণে দেকা দিয়ে। বিশ্ব স্ব্যস্থ্য সংস্থাৰ মতে, লিভাৰৰ ৰোগ আমাৰ দেশৰ মৃত্যুৰ দশম এক কাৰণ। প্ৰতিবছৰে ১০ লাখ ভাৰতীয় লোকে লিভাৰ ছিৰছিচত আক্ৰান্ত হয়। সমগ্ৰ বিশ্বত মৃত্যুৰ অন্য এটা কাৰক লিভাৰ ছিৰচিচ। কেনেকৈ লিভাৰ ছিৰচিচৰ পৰা কেনেকৈ হাত সাৰিব?

পৰ্যাপ্ত পৰিমানে পানী খাওক

স্বাস্থ্য বিশেষজ্ঞই দিয়া পৰামৰ্শ অনুসৰি প্ৰতিদিনে অতি কমেও ২ লিটাৰ পানী খাব লাগে। পিয়াহ লাগক বা নালাগক ঘনে ঘনে পানী খাই থকাটো অত্যন্ত জৰুৰী। পানীয়ে লিভাৰ ভালে ৰখাত সহায় কৰে।

টোপনি ক্ষতি নকৰিব

টোপনি ক্ষতি কৰিলে লিভাৰত অক্সিডেটিভ ষ্ট্ৰেছ বাঢ়ে। সমীক্ষাত প্ৰকাশ পোৱা অনুযায়ী নিদ্ৰাহীনতাত ভোগা ব্যক্তিৰ ডায়বেটিছ, স্থূলতা, হৃদৰোগ ইত্যাদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাত ভোগাৰ সম্ভাৱনা বাঢ়ি যায়।

ধূমপানৰ অভ্যাস এৰক

চিগাৰেট সেৱনৰ অভ্যাসে পৰোক্ষভাৱে লিভাৰক ক্ষতিগ্ৰস্থ কৰে। চিগাৰেটৰ ধোঁৱাত থকা বিষাক্ত ৰাসায়নিকসমূহে লিভাৰত অক্সিডেটিভ ষ্ট্ৰেছ সৃষ্টি কৰে। ফলস্বৰূপে লিভাৰৰ কোষসমূহৰ ক্ষতি হয়।

খাদ্যতালিকাত চেনীৰ পৰিমান কমোৱা

প্ৰধান সমস্যা হৈছে ফ্ৰুক্টজ, ফ্ৰুক্টজ ৰুটি, আইছক্ৰিম, জুছ, চডা আদিও থাকে। যদিও মানৱদেহত বেছিভাগ কোষেই গ্লুকজৰ বিপাক কৰিব পাৰে, কেৱল লিভাৰৰ কোষসমূহকে ফ্ৰুক্টজে পৰিচালনা কৰে। যদি এজন ব্যক্তিয়ে সময়ৰ সৈতে ফ্ৰুক্টজ গ্ৰহণৰ মাত্ৰা বঢ়াইয়ে থাকে তেন্তে লিভাৰ নষ্ট হোৱাৰ আশংকা বাঢ়ি যায়।

অসুৰক্ষিত যৌন সম্ভোগ

যৌন সম্ভোগৰ জৰিয়তে বহু ৰোগ এজনৰ পৰা আন এজনৰ শৰীৰলৈ বিয়পে। লিভাৰৰ ৰোগো তেনেদৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ শৰীৰলৈ যাব পাৰে। এজন হেপাটাইটিছ আক্ৰান্ত ব্যক্তিৰে যৌন মিলন হ’লে আনগৰাকীও হেপাটাইটিত আক্ৰান্ত হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা
ভাৰত

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

September 24, 2026
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

September 23, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
Next Post
শক্তিবৰ্ধক ঔষধ সেৱন কৰি কিশোৰীক ধৰ্ষণ! অত্যাধিক পৰিমানে ৰক্তক্ষৰণ হৈ যুৱতীৰ মৃত্যু

শক্তিবৰ্ধক ঔষধ সেৱন কৰি কিশোৰীক ধৰ্ষণ! অত্যাধিক পৰিমানে ৰক্তক্ষৰণ হৈ যুৱতীৰ মৃত্যু

ছবিত পাৰিশ্ৰমিক কমাবলৈ ৰাজী হ’ল খিলাড়ী অক্ষয়, বক্সঅফিচত নামিছে নেকি বিপৰ্জয়?

ছবিত পাৰিশ্ৰমিক কমাবলৈ ৰাজী হ’ল খিলাড়ী অক্ষয়, বক্সঅফিচত নামিছে নেকি বিপৰ্জয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.