• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

4 weeks ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

56 minutes ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

1 hour ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

2 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

2 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

3 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

4 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

5 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

5 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

7 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

8 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

৭জনৰ অৱস্থা সংকটজনক

editor by editor
September 26, 2026
in বিবিধ, ভাৰত, লেখা
0
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
0
SHARES
577
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছত্তীশগড়ৰ বালোদ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৬ জন লোক নি*হত হোৱাৰ লগতে ১১ জন আহত হৈছে। শনিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত পুৰুৰ থানা এলেকাৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাৰ্কাটোলা ঘাটত এই দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ধুমল সংগীত গোষ্ঠীৰ সদস্যসকলে এখন মিনি ট্ৰেন্সপ’ৰ্টাৰ বাহনেৰে কাৱৰ্ধৰ পৰা জগদলপুৰলৈ গৈ আছিল। মাৰ্কাটোলা ঘাটৰ ওচৰত বাহনখন হঠাৎ বিকল হৈ পৰাত পথৰ দাঁতিত ৰখাই দিয়া হয়। বাহনখন মেৰামতি কৰিবলৈ মেকানিক বিচাৰি দলটোৰ কেইজনমান লোক সেই স্থানৰ পৰা আঁতৰি যায়। ইফালে, ৰায়পুৰৰ পৰা জগদলপুৰ অভিমুখে গৈ থকা ঘেঁহু কঢ়িয়াই নিয়া এখন ১৬ চকীয়া ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা মিনি ট্ৰেন্সপ’ৰ্টাৰখনত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে।

সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখনে মিনি ট্ৰেন্সপ’ৰ্টাৰখন প্ৰায় ৫০ মিটাৰ পৰ্যন্ত টানি লৈ যায়। তাৰ পিছত বাহনখন বাগৰি পৰে। দুৰ্ঘটনাৰ ফলত বাহনখনৰ ভিতৰত থকা লোকসকল ঘেঁহুৰ বস্তাৰ মাজত আৱদ্ধ হৈ পৰে। দুৰ্ঘটনাৰ সময়ত অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈ আছিল। খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘেঁহুৰ বস্তা আৰু বাহনৰ ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ লোকসকলক উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ তথ্য অনুসৰি, দুজন লোকৰ ঘটনাস্থলীতে মৃ*ত্যু হোৱাৰ লগতে আন চাৰিজন লোকৰ চিকিৎসাধীন অৱস্থাত মৃ*ত্যু ঘটে। এইদৰে দুৰ্ঘটনাটোত মুঠ ৬ জন লোকৰ মৃত্যু হয়। আনহাতে, ১১ জন লোক আহত হয়। ইয়াৰে ৭ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক প্ৰথমে ধামতাৰী জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু গুৰুতৰভাৱে আহতসকলক উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ প্ৰেৰণ কৰা হয়। নিহত লোকসকল কাৱৰ্ধ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ১৬ চকীয়া ট্ৰাকখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ভয়ংকৰ দুৰ্ঘটনাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাইয়ে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলক উন্নত চিকিৎসা প্ৰদানৰ বাবে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশ দিয়াৰ কথা জানিবলৈ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!
জীৱনশৈলী

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

October 21, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

October 21, 2026
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
Next Post
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.