• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

14 seconds ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

29 minutes ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

2 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

10 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

10 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

11 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

12 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

13 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

13 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

14 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

14 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

15 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

জানক কৰ্মচাৰীয়ে কিমান বকেয়া পাব পাৰে

editor by editor
September 26, 2026
in নিয়োগ, বিবিধ, ভাৰত, লেখা
0
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ আৰু নতুন দৰমহা কাঠামো কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব, সেই বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ মাজত যথেষ্ট আগ্ৰহ দেখা গৈছে। বিশেষকৈ আয়োগৰ প্ৰতিবেদন দাখিলত যদি সময় লাগে আৰু নতুন দৰমহা পিছত কাৰ্যকৰী কৰা হয়, তেন্তে পূৰ্বৰ তাৰিখৰ পৰা বকেয়া ধন লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। অৱশ্যে বকেয়াৰ প্ৰকৃত পৰিমাণ এতিয়াই নিশ্চিত নহয়। ই মূলতঃ চূড়ান্ত ফিটমেণ্ট ফেক্টৰ, সংশোধিত বেচিক পে আৰু চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব।

২০২৫ চনৰ নৱেম্বৰ মাহত জাৰি কৰা টাৰ্মছ অব ৰেফাৰেন্স অনুসৰি অষ্টম দৰমহা আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ ১৮ মাহৰ সময় দিয়া হৈছে। সেই হিচাপত আয়োগৰ প্ৰতিবেদন দাখিলৰ সময়সীমা প্ৰায় ২০২৭ চনৰ মে’ মাহত পৰিব পাৰে। অৱশ্যে প্ৰয়োজন হ’লে আয়োগে সময় বৃদ্ধিৰ আবেদন কৰিব পাৰে। বিভিন্ন আলোচনাৰ ভিত্তিত ২০২৭ চনৰ মাৰ্চৰ পৰা আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল হোৱাৰ সম্ভাৱনাৰ কথাও কোৱা হৈছে। যদি নতুন দৰমহা ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী বুলি ধৰা হয়, কিন্তু বাস্তৱত নতুন দৰমহা পিছত প্ৰদান কৰা হয়, তেন্তে মাজৰ সময়ছোৱাৰ দৰমহাৰ পাৰ্থক্য বকেয়া হিচাপে দিয়াৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু এই বিষয়ত এতিয়াও চূড়ান্ত চৰকাৰী সিদ্ধান্ত হোৱা নাই।

লেভেল অনুযায়ী সম্ভৱনাময় বকেয়াৰ পৰিমাণ

লেভেল ৬ৰ কৰ্মচাৰীৰ বৰ্তমানৰ ন্যূনতম বেচিক পে হৈছে ৩৫,৪০০টকা। যদি ফিটমেণ্ট ফেক্টৰ ২.১৫ ধৰা হয়, তেন্তে সংশোধিত বেচিক পে প্ৰায় ৭৬,১১০ টকা হ’ব পাৰে। এই হিচাপত—
২০ মাহৰ বকেয়া: প্ৰায় ৮.১৪ লাখ টকা।
২৪ মাহৰ বকেয়া: প্ৰায় ৯.৭৭ লাখ টকা।
আনহাতে, যদি ফিটমেণ্ট ফেক্টৰ ২.৫৭ হয়, তেন্তে—
২০ মাহৰ বকেয়া: প্ৰায় ১১.১২ লাখ টকা।
২৪ মাহৰ বকেয়া: প্ৰায় ১৩.৩৪ লাখ টকা। অৰ্থাৎ ফিটমেণ্ট ফেক্টৰ বেছি হ’লে সংশোধিত বেচিক পে’ও বেছি হ’ব আৰু সম্ভাৱ্য বকেয়াৰ পৰিমাণো বৃদ্ধি পাব।

লেভেল ৭ত ১৬.৯২ লাখ টকা পৰ্যন্ত বকেয়াৰ অনুমান কৰা হৈছে। লেভেল ৭ৰ বৰ্তমানৰ বেচিক পে হৈছে ৪৪,৯০০ টকা। যদি ফিটমেণ্ট ফেক্টৰ ২.১৫ ধৰা হয়, তেন্তে ২৪ মাহৰ বাবে আনুমানিক বকেয়া প্ৰায় ১২.৩৯ টকা লাখ হ’ব পাৰে। আনহাতে, ২.৫৭ ফিটমেণ্ট ফেক্টৰ ধৰা হ’লে ২৪ মাহৰ বকেয়া প্ৰায় ১৬.৯২ লাখ টকা হ’ব পাৰে। ইয়াৰ পৰা বুজিব পাৰি যে ফিটমেণ্ট ফেক্টৰ আৰু সংশোধিত বেচিক পে’ৰ ওপৰত বকেয়াৰ পৰিমাণ যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব।

লেভেল ৮ৰ কৰ্মচাৰীয়ে প্ৰায় ১৮ লাখ টকা বকেয়া পাব পাৰে। লেভেল ৮ৰ কৰ্মচাৰীৰ বৰ্তমানৰ বেচিক পে ৪৭,৬০০ টকা বুলি ধৰা হৈছে। যদি ফিটমেণ্ট ফেক্টৰ ২.১৫ হয়, তেন্তে সংশোধিত বেচিক পে প্ৰায় ১,০২,৩৪০ টকা হ’ব পাৰে। এই হিচাপত—
২০ মাহৰ বকেয়া: প্ৰায় ১০.৯৫ লাখ টকা
২৪ মাহৰ বকেয়া: প্ৰায় ১৩.১৪ লাখ টকা। আনহাতে, ফিটমেণ্ট ফেক্টৰ ২.৫৭ হ’লে সংশোধিত বেচিক পে প্ৰায় ১,২২,৩৩২ টকা হ’ব পাৰে। তেনে ক্ষেত্ৰত—
২০ মাহৰ বকেয়া: প্ৰায় ১৪.৯৫ লাখ টকা।
২৪ মাহৰ বকেয়া: প্ৰায় ১৭.৯৪ লাখ টকা। অৰ্থাৎ এই অনুমান অনুসৰি লেভেল ৮ৰ এজন কৰ্মচাৰীৰ ২৪ মাহৰ বকেয়া প্ৰায় ১৮ লাখ টকাৰ ওচৰলৈ যাব পাৰে।

সকলো ভাট্টাৰ ওপৰত একেধৰণৰ বকেয়া নাথাকিব

ইয়াত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰখা প্ৰয়োজন। ওপৰত উল্লেখ কৰা বকেয়াৰ হিচাপ মূলতঃ বেচিক পে’ৰ সম্ভাৱ্য বৃদ্ধিৰ ওপৰত ভিত্তি কৰি কৰা আনুমানিক গণনা। এইচ আৰ এ বা House Rent Allowance বেচিক পে’ৰ সৈতে জড়িত। সেয়েহে নতুন বেচিক পে কাৰ্যকৰী হ’লে এই ভাট্টাৰ পৰিমাণো সলনি হ’ব পাৰে। একেদৰে, ডি এ বা Dearness Allowance বছৰত দুবাৰকৈ পৰ্যালোচনা কৰা হয়। পৰিবহণ ভাট্টাৰ ক্ষেত্ৰতো ডি এৰ প্ৰভাৱ থাকে। সেয়েহে প্ৰতিটো ভাট্টাৰ ক্ষেত্ৰত একে পৰিমাণৰ বকেয়া পোৱা যাব বুলি ধৰি ল’ব নোৱাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 8th Pay Commissionasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.