• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেপালত আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা! মাউন্ট এভাৰেষ্টৰ কাষতেই উদ্ধাৰ হ’ল ৬যাত্ৰীৰ মৃতদেহ

নেপালত আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা! মাউন্ট এভাৰেষ্টৰ কাষতেই উদ্ধাৰ হ’ল ৬যাত্ৰীৰ মৃতদেহ

3 years ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

46 minutes ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 hour ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

2 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

19 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

21 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

22 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

22 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

23 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

23 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

1 day ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

1 day ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নেপালত আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা! মাউন্ট এভাৰেষ্টৰ কাষতেই উদ্ধাৰ হ’ল ৬যাত্ৰীৰ মৃতদেহ

editor by editor
July 11, 2023
in বিবিধ, বিশ্ব
0
নেপালত আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা! মাউন্ট এভাৰেষ্টৰ কাষতেই উদ্ধাৰ হ’ল ৬যাত্ৰীৰ মৃতদেহ
0
SHARES
411
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা। নেপালত এটাৰ পাছত আনটো হেলিকপ্টাৰ দুৰ্ঘটনা। ৬জন যাত্ৰীসহিতে পুৱা প্ৰায় ১০ বজাত নিখোজ হৈছিল হেলিকপ্টাৰখন। শেহতীয়াকৈ নেপালৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে নিখোজ হেলিকপ্টাৰৰ ভগ্নাৱশেষ। হেলিকপ্টাৰৰ ভিতৰত আছিল ৬গৰাকীকৈ যাত্ৰী। তাৰেই ৫গৰাকীয়েই বিদেশী। ৫গৰাকীয়েই মেক্সিকোৰ নাগৰিক। মাউণ্ট এভাৰেষ্টৰ কাষতেই সংঘটিত হৈছে এই দুৰ্ঘটনা। কাঠমাণ্ডুৰ এটা সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে পুৱা ৯বাজি ৪৫ মিনিটত মানাংৰ পৰা কাঠমাণ্ডুলৈ ৰাওনা হওঁতেই হঠাৎ নিখোজ হৈ পৰে বিমানখন। উৰণৰ ১৫ মিনিটৰ পাছতেই নিখোজ হৈ পৰিছিল হেলিকপ্টাৰখন। নেপালৰ ছুলুখোম্বো জিলাৰ লিখুপি লামজুলাত উদ্ধাৰ হৈছে হেলিকপ্টাৰৰ ভগ্নাৱশেষ।

উদ্ধাৰকাৰ্য বৰ্তমানো চলি আছে। উদ্ধাৰকাৰী দলে জনোৱামতে হেলিকপ্টাৰখন ভাঙি পৰাৰ লগে লগেই জুই লাগে। অগ্নিদগ্ধ হৈয়েই ৬যাত্ৰীয়ে মৃত্যুক আঁকোৱালি লৈছে।
ইতিমধ্যে হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে নেপাল প্ৰশাসনে। যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে উদ্ধাৰকাৰী দলে। দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখন 9N-AMVৰ বুলি জনাইছে নেপাল প্ৰশাসনে। ইপিনে এই হেলিকপ্টাৰৰ পাইলট হিচাপে আছিল কেপ্টেইন ছিত বাহাদুৰ গুৰুং।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো নেপালত সংঘটিত হৈছিল বিমান দুৰ্ঘটনা। এয়াৰলায়েন্সৰ এখন যাত্ৰীবাহী বিমান ভাঙি পৰি ক্ৰুসহিতে বিমানৰ ৭২গৰাকী যাত্ৰীয়েই মৃত্যুক সাবটি লৈছিল। কাঠমাণ্ডু বিমানবন্দৰৰ তথ্য অনুযায়ী বিমানখনত নেপালী সম্প্ৰদায়ৰ লোক আছিল ৫৩ জন, ৫গৰাকী ভাৰতীয়, ৮গৰাকী ৰাছিয়ান, ১জন আয়াৰলেণ্ডৰ, ২জন কোৰিয়ান আৰু এজন আৰ্জেণ্টিনাৰ আৰু এজন ফ্ৰান্সৰ নাগৰিক।

পোখৰাৰ পৰা ৰাজধানী কাঠমাণ্ডুলৈ যাত্ৰা কৰিছিল বিমানখনে। বিমানখন প্ৰায় ১৫বছৰ পুৰণি আছিল বুলি প্ৰাথমিক তদন্তত প্ৰকাশ কৰিছিল নেপাল প্ৰশাসনে। এই ঘটনাৰ কেইবামাহ পাছত আকৌ একেই ঘটনাৰ পুনৰাবৃত্তি। উল্লেখ্য যে ২০২২ চনতো নেপালত বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। মে মাহত টাটাৰ এখন বিমান মুছতাং জিলাৰ এটা পাৰ্বত্য এলেকাত ভাঙি পৰিছিল। ঘটনাত মুঠ ২২ জন লোকৰ মৃত্যু হৈছে। মৃতদেহৰ মাজত ৪জন ভাৰতীয় আৰু ২জন জাৰ্মান নাগৰিক আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

March 14, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
চন্দ্ৰযান-৩ৰ বাবে ইছৰোই যন্ত্ৰ ক্ৰয় কৰিছে বেচৰকাৰী সংস্থাৰ পৰা, নেপথ্যত কোন এই বিখ্যাত কোম্পানী? চন্দ্ৰৰ বুকুলৈ কেতিয়া যাব চন্দ্ৰযান-৩?

চন্দ্ৰযান-৩ৰ বাবে ইছৰোই যন্ত্ৰ ক্ৰয় কৰিছে বেচৰকাৰী সংস্থাৰ পৰা, নেপথ্যত কোন এই বিখ্যাত কোম্পানী? চন্দ্ৰৰ বুকুলৈ কেতিয়া যাব চন্দ্ৰযান-৩?

অসমীয়াৰ সৈতে নিবিড় সম্পৰ্ক শ্বাহৰুখ খানৰ, অসমীয়াৰ সৈতে কি সম্পৰ্ক শ্বাহৰুখ খানৰ?

অসমীয়াৰ সৈতে নিবিড় সম্পৰ্ক শ্বাহৰুখ খানৰ, অসমীয়াৰ সৈতে কি সম্পৰ্ক শ্বাহৰুখ খানৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.