• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

7 months ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

8 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

9 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

10 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

10 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

11 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

12 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

12 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

13 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

15 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

15 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

editor by editor
April 7, 2026
in জীৱনশৈলী, বিবিধ
0
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুৰ ১৭ এপ্ৰিল ২০২৬ৰ বিয়লি ৪ বাজি ৫ মিনিটত উত্তৰভাদ্ৰপদ নক্ষত্ৰৰ চতুৰ্থ ঘৰত প্ৰৱেশ কৰিব শনিয়ে৷ ১৭ মে পৰ্যন্ত ইয়াতেই থাকিব শনি মহাৰাজ৷ নক্ষত্ৰৰ চতুৰ্থ ঘৰত শনিৰ অৱস্থানৰ প্ৰভাৱত শনিৰ দৃষ্টি আৰু তিৰ্যক হৈ পৰিব কেইটামান ৰাশিৰ ওপৰত৷ এই সকলো ৰাশিৰ জাতকে শনিৰ অশুভ প্ৰভাৱত নানান সমস্যাৰ মুখত পৰিব৷ আৰ্থিক ক্ষতি, কামত ব্যৰ্থতা আৰু মানসিক চাপ বাঢ়িব এইসমূহ ৰাশিৰ জাতকৰ৷ জানি থওক গ্ৰহৰাজৰ নিৰ্মম আঘাত পৰিব কোন কোন ৰাশিত?

বৃষ ৰাশি

গ্ৰহৰাজৰ বক্ৰদৃষ্টিত ১৭ এপ্ৰিলৰ পৰা বেয়া সময় আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ মনত ৰাখিব এই সময়ে আপোনাৰ কঠিন পৰীক্ষা ল’ব৷ চাকৰি আৰু ব্যৱসায় সংক্ৰান্তিয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাই ভাল৷ ডাঙৰ আৰ্থিক ক্ষতি হব পাৰে৷ ঋণৰ বোজা আপোনাৰ ওপৰত পৰিব পাৰে৷ পৰিয়ালৰ মাজত মতবিৰোধ আৰু অশান্তি হব পাৰে৷

কন্যা ৰাশি

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰত শনিৰ গোচৰৰ কাৰণে এটাৰ পাছত আনটো চেলেঞ্জ আহিব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত কোনো আৰ্থিক লেনদেন নকৰিব৷ ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত নোলোৱাই ভাল৷ সংসাৰত অশান্তি থাকিব, ইয়াৰ ফলত মানসিক অশান্তিত ভুগিব৷ আয় কমিব, ইয়াৰ সৈতে খৰচ বাঢ়িব পাৰে৷

ধনু ৰাশি

শনিৰ গোচৰৰ প্ৰভাৱত বেয়া সময় আহিব ধনু ৰাশিৰ জাতকৰ৷ এই সময়ত আৰ্থিকভাৱে সতৰ্ক থকা জৰুৰী৷ আৰ্থিক ক্ষতি হোৱাৰ আশংকা আছে৷ কেৰিয়াৰত সমস্যাৰ মুখত পৰিব৷ কৰ্মক্ষেত্ৰত নানান কাৰণত মনত অশান্তি থাকিব৷ কোনোৱে আপোনাৰ সৈতে প্ৰতাৰণা কৰিব পাৰে৷

কুম্ভ ৰাশি

শনিৰ প্ৰভাৱত মানসিক ক্লান্তি আৰু অৱসাদ বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷ নানান প্ৰতিকূলতাই জুৰুলা কৰিব আপোনাক৷ কৰ্মক্ষেত্ৰতো আপোনাৰ পৰিস্থিতি ভালে নাথাকিব৷ ব্যৱসায়ত আৰ্থিক ক্ষতি হব পাৰে আৰু শত্ৰু বাঢ়িব৷ কঠিন সময়ত ধৈৰ্য্যৰে কাম কৰক৷ ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ পৰিশ্ৰম কৰিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!
জীৱনশৈলী

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

October 19, 2026
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা
বাণিজ্য

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

October 19, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

October 19, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

October 19, 2026
Next Post
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.