• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

4 months ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

5 minutes ago
অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

40 minutes ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

1 hour ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

2 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

3 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

3 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

4 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

5 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

5 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

6 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

6 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

editor by editor
April 7, 2026
in জীৱনশৈলী
0
মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৪ এপ্ৰিলত এবছৰৰ পাছত সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াক কোৱা হয় মেষ সংক্ৰান্তি৷ সেই দিনাৰ পৰাই অসমীয়াৰ নতুন বছৰ আৰম্ভ হ’ব৷ আৰু এই মেষ সংক্ৰান্তিয় পাছত দিনটোতেই পালন হয় প্ৰথম ব’হাগ অৰ্থাৎ ব’হাগ বিহু৷

যিহেতু ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষ৷ আৰু এবছৰৰ পাছত সূৰ্যই এই ৰাশিত প্ৰৱেশ কৰাৰ ওপৰিও তাতেই পূৰ্বৰে পৰা অৱস্থান কৰিছে শুক্ৰই৷ ফলত সূৰ্য আৰু শুক্ৰৰ যুঁটিত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ৷ তাৰপিছতেই কেইটামান দিনৰ পাছত মেষ ৰাশিত প্ৰৱেশ কৰিব বুধেও৷ বুধ আৰু সূৰ্যৰ মিলনত গঠিত হব বুধাদিত্য ৰাজযোগ৷ এটাৰ পাছত আনটো শুভ যোগত কোন কোন ৰাশিৰ ভাগ্য খুলিব?

মেষ ৰাশিত সূৰ্যৰ গোচৰ

মেষ ৰাশিতেই প্ৰৱেশ কৰিব সূৰ্যই৷ আৰু এই সূৰ্যৰ গোচৰত লাভৱান হব এই ৰাশিৰ জাতক৷ এই সময়ত আত্মবিশ্বাস বাঢ়িব৷ নেতৃত্ব দিয়াৰ ক্ষমতাও বাঢ়িব৷ কৰ্মক্ষেত্ৰত নিজৰ প্ৰভাৱ প্ৰতিপত্তি বিস্তাৰ কৰিব পাৰে৷ কেৰিয়াৰত উন্নতিৰ নতুন পথ খুলিব৷ সামাজিক মৰ্যাদা বাঢ়িব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷

সিংহ ৰাশিত সূৰ্যৰ গোচৰ

সূৰ্যৰ গোচৰত চৰকাৰী কামত সাফল্য লাভৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰ৷ ধৰ্মীয় স্থানত তীৰ্থযাত্ৰা কৰিব পাৰে৷ সামাজিক কামতো অংশগ্ৰহণ কৰাৰ যোগ আছে৷ সূৰ্যৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি কৰিব পাৰে৷ নতুন বাহন কিনিব পাৰে৷ আৰ্থিক লাভ হব৷ মনত আনন্দ থাকিব৷

কৰ্কট ৰাশিত সূৰ্যৰ গোচৰ

কৰ্কট ৰাশিৰ দশম ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই সময় লাভজনক আৰু উপকাৰী৷ অফিচত প্ৰমোছন লাভৰ যোগ আছে৷ ছিনিয়ৰ অফিচাৰসকলৰ সৈতে সম্পৰ্ক ভাল হব৷ চৰকাৰী কামতো সাফল্য পাব পাৰে৷

মকৰ ৰাশিত সূৰ্যৰ গোচৰ

মকৰ ৰাশিৰ চতুৰ্থ ঘৰত গোচৰ কৰিব সূৰ্যই৷ সন্মান বাঢ়িব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ চৰকাৰী কামত সুফল পাব৷ অফিচত দৰমহা বৃদ্ধিৰ যোগ আছে৷ পদোন্নতি হব পাৰে৷

মিথুন ৰাশিত সূৰ্যৰ গোচৰ

এই ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ আয় বাঢ়িব আৰু মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হব পাৰে মিথুন ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত আয় বাঢ়িব৷ নানান দিশৰ পৰা উপাৰ্জন কৰাৰ সম্ভাৱনা আছে৷ অফিচত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভালে থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?
জীৱনশৈলী

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

July 29, 2026
অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!
অসম

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

July 29, 2026
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?
জীৱনশৈলী

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

July 29, 2026
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

July 29, 2026
Next Post
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.