• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি

ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি

2 years ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

8 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

8 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

9 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

9 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

11 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

12 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

13 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

14 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

15 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

16 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি

editor by editor
March 23, 2024
in বিশ্ব
0
ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি

ৰাছিয়াৰ পৰা আহিছে এক অতিকে ভয়ংকৰ ঘটনা। এক ভয়াৱহ গুলিচালনাত অতি কমেও ৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাই । ইয়াৰ লগতে আন ১৫০ গৰাকী মান লোক আহত হয়। তাৰে আকৌ ৫০-৬০ গৰাকীৰ অৱস্থা সংকটজনক।

ৰাজধানী মস্কোত সংঘটিত হৈছে ভয়ংকৰ গুলিচালনাৰ ঘটনা। মস্কোৰ বিখ্যাত কনচাৰ্ট হল ক্ৰোকাছ চিটিত ইছলামিক সন্ত্ৰাসবাদীৰ গোট এটাই প্ৰৱেশ কৰি নিৰ্বিচাৰে আক্ৰমণ কৰাৰ ফলতে এইদৰে বহু লোক নিহত হয় আহত হয়।

শুকুৰবাৰে নিশা ৰাছিয়াৰ ৰাজধানী চহৰখনৰ পশ্চিম উপকণ্ঠ অঞ্চলৰ ভৰ্তি কনচাৰ্ট হলোটত কমেও পাঁচজন বন্দুকধাৰীয়ে এই অটোমেটিক মেছিনগানৰ লগতে ভিন্ন অত্যাধুনিক অস্ত্ৰৰে গুলীচালনা কৰাৰ লগতে জুই লগাই দিয়ে।

এসময়ত ইৰাক আৰু ছিৰিয়াৰ ওপৰত নিয়ন্ত্ৰণ বিচৰা কঠোৰপন্থী গোট আই এছ আই এল (ISIL)-এ নিজৰ টেলিগ্ৰাম চেনেলত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি আক্ৰমণ সংঘটিত কৰা তেওঁলোকৰ সন্ত্ৰাসবাদী সদস্য কেউজন সুকলমে পুনৰ উভতি গৈছে বুলি জানিবলৈ দিয়ে।

আনহাতে যিটো হলত এই আক্ৰমণ সংঘটিত হৈছে সেই হলটো মস্কোৰ সবাতোকৈ জনপ্ৰিয় কনচাৰ্ট হ’ল। যি হলটোত এবাৰতে কমেও ৬২০০ লোক সমবেত হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: concert hallFiringMoscowrussia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?
বিশ্ব

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

July 22, 2026
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ
বিনোদন

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

July 22, 2026
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’
বিবিধ

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

July 22, 2026
Next Post
প্ৰভু কৃষ্ণৰ সৈতে বিয়া ২৩ বৰ্ষীয় শিৱানীৰ, বিয়াৰ প্ৰস্তুতি আৰম্ভ

প্ৰভু কৃষ্ণৰ সৈতে বিয়া ২৩ বৰ্ষীয় শিৱানীৰ, বিয়াৰ প্ৰস্তুতি আৰম্ভ

‘আজি মই মুক্ত মনে হাঁহিছো, অত্যন্ত সুখি মই’- হাতত হেণ্ডকাফ লৈ মন্তব্য

'আজি মই মুক্ত মনে হাঁহিছো, অত্যন্ত সুখি মই'- হাতত হেণ্ডকাফ লৈ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.