• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আজি মই মুক্ত মনে হাঁহিছো, অত্যন্ত সুখি মই’- হাতত হেণ্ডকাফ লৈ মন্তব্য

‘আজি মই মুক্ত মনে হাঁহিছো, অত্যন্ত সুখি মই’- হাতত হেণ্ডকাফ লৈ মন্তব্য

2 years ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

20 minutes ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

57 minutes ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

3 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

3 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

4 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

6 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

6 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

7 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

8 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

9 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

9 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘আজি মই মুক্ত মনে হাঁহিছো, অত্যন্ত সুখি মই’- হাতত হেণ্ডকাফ লৈ মন্তব্য

editor by editor
March 23, 2024
in অসম
0
‘আজি মই মুক্ত মনে হাঁহিছো, অত্যন্ত সুখি মই’- হাতত হেণ্ডকাফ লৈ মন্তব্য
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘আজি মই মুক্ত মনে হাঁহিছো, অত্যন্ত সুখি মই’- হাতত হেণ্ডকাফ লৈ মন্তব্য

ধুবুৰী জিলাৰ চহৰ বিলাসীপাৰাৰ পৰা আহিছে এক এনে খবৰ যি খবৰে অন্যক আচৰিত কৰিলেও স্বামী কিন্তু বহুত সুখি। ইমানেই সুখি যে হাতত হেণ্ডকাফ লৈ অন্ধকাৰ ভৱিষ্যকৰ ফালে অগ্ৰসৰ হৈয়ো মুক্তমনে হাঁহিব পৰা হোৱা বুলিহে মন্তব্য।

পত্নীক নিজ হাতেৰে হত্যা কৰি আহি আৰক্ষীৰ ওচৰপত আত্মসমৰ্পন কৰি কোনো দ্বিধাবোধ বা কোনো পশ্বাতাপ নাই হত্যাকাৰী স্বামীৰ। তাৰ বিপৰীতে হাঁহি ফুৰ্তি।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰে স্বামীয়ে। অন্য পুৰুষৰ সৈতে পৰকীয়া প্ৰেম কৰাৰ বাবেই স্বামীয়ে হত্যা কৰে পত্নীক।

বিলাসীপাৰাৰ হাকামা ৯ নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। হাকামৰ বাসিন্দা সুৰজিৎ ৰায়ে কৰ্মসূত্ৰে বাহিৰত থকাৰ সুযোগ গ্ৰহণ কৰি মুক্ত মনে অন্যৰ সৈতে প্ৰেমত লিপ্ত হৈছিল পত্নী।

পাছে পত্নীৰ এই পৰকীয়া প্ৰেমৰ বিষয়ে জ্ঞাত হৈ এবাৰ-দুবাৰ নহয়, তিনিবাৰকৈ সকিয়নী দি ক্ষমা কৰি দিছিল স্বামী সুৰজিৎ নাথে। কিন্তু তাৰ পিছতো পত্নীৰ মাজত অনুশোচনা বা সংশোধন নোহোৱাত শেষত খঙত অগ্নিশৰ্মা হৈ স্বামী সুৰজিতে ৰুদ্ৰমূৰ্ত্তিৰ ৰূপ ধাৰণ কৰি হত্যা কৰে পত্নীৰ।

পত্নীক হত্যাৰ পাছতে বিলাসীপাৰা আৰক্ষীৰ ওচৰত আত্মসমাৰ্পণ কৰে। আত্মসমৰ্পনৰ পাছত সাংবাদিকৰ আগত সুৰজিৎ ৰায়ৰ মন্তব্য- “আজিহে মই মুক্ত, মই মন খুলি হাঁহি আছোঁ। মোৰ কিযে ভাল লাগিছে আজি! লাগিলে মোৰ ফাঁচি হওক কোনো আপত্তি নাই।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AsambilashiparaBilasipara policeDhuburimurder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
Next Post
হোলীৰ দিনাই বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কি শুভ কি অশুভ, কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

হোলীৰ দিনাই বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কি শুভ কি অশুভ, কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ’ব পাৰে

সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ'ব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.