• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Age is Just A number… ৬৫ বছৰীয়া বৃদ্ধৰ সৈতে ২৩ বছৰীয়া নন্দিনীয়ে আৰম্ভ কৰিলে সংসাৰ

Age is Just A number… ৬৫ বছৰীয়া বৃদ্ধৰ সৈতে ২৩ বছৰীয়া নন্দিনীয়ে আৰম্ভ কৰিলে সংসাৰ

4 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

7 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

7 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

8 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

8 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

10 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

11 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

11 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

12 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

13 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Age is Just A number… ৬৫ বছৰীয়া বৃদ্ধৰ সৈতে ২৩ বছৰীয়া নন্দিনীয়ে আৰম্ভ কৰিলে সংসাৰ

editor by editor
February 6, 2023
in জীৱনশৈলী, ভাৰত
0
Age is Just A number… ৬৫ বছৰীয়া বৃদ্ধৰ সৈতে ২৩ বছৰীয়া নন্দিনীয়ে আৰম্ভ কৰিলে সংসাৰ
0
SHARES
10.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কথাতেই কোৱা হয় প্ৰেমৰ কোনো বয়স নাই৷ বয়স বাঢ়িল বুলিয়েই যে প্ৰেম নহ’ব তেনেকোনো কথা নাই৷ সেই কথাকেই আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে উত্তৰপ্ৰদেশৰ নাখাড় যাদৱে৷ ৬৫ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হ’ল বৃদ্ধগৰাকী৷ যাৰ সৈতে বিয়াত বহিছে তেওঁৰ সৈতে বয়সৰ পাৰ্থক্য ৪২ বছৰৰ৷ বৃদ্ধগৰাকীয়ে বিয়া কৰাইছে এগৰাকী ২৩ বছৰীয়া যুৱতীক৷

২৩ বছৰীয়া নন্দিনীৰ সৈতে ৬৫ বছৰীয়া নাখাড়ৰ বিবাহক লৈ এতিয়া দেশজুৰি চৰ্চা৷ দেওবাৰে উত্তৰপ্ৰদেশৰ ফৈজাবাদ জিলাৰ মাওয়াই ব্লকৰ এটা মন্দিৰত অনুষ্ঠিত হৈছে বিবাহৰ অনুষ্ঠান৷ পৰিয়ালৰ উপস্থিতিতেই সম্পন্ন হৈছে বিবাহৰ অনুষ্ঠান৷ নাখাড়ৰ এয়া দ্বিতীয় বিবাহ৷ তেওঁৰ প্ৰথমা পত্নীৰ সৈতে আছে ৬গৰাকীকৈ কন্যা সন্তান৷ প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত একাকীত্বত ভূগি আছিল নাখাড়৷ বৃদ্ধৰ এই অৱস্থা দেখিয়েি তেওঁৰ কন্যায়েই বিবাহত আগভাগ লয়৷

ইপিনে ২৩ বছৰীয়া কন্যা নন্দিনীয়েও এই বিবাহক লৈ সুখী বুলি প্ৰকাশ কৰিছে৷ ইয়াৰোপৰি নন্দিনীয়ে কয়, ‘এইজ ইছ জাষ্ট এ নাম্বাৰ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

September 13, 2026
Next Post
বাল্যবিবাহেই নহয়! কম বয়সতে মাতৃ হোৱা কিশোৰীৰ সংখ্যাই চকু কঁপালত তুলিব আপোনাৰ…

বাল্যবিবাহেই নহয়! কম বয়সতে মাতৃ হোৱা কিশোৰীৰ সংখ্যাই চকু কঁপালত তুলিব আপোনাৰ...

অসমৰ ৪ স্থানলৈ যাবলৈ বাছ-ৰে’ল নালাগে! হেলিকপ্টাৰযোগেই উৰা মাৰিব পাৰিব এই ৪-স্থানলৈ…

অসমৰ ৪ স্থানলৈ যাবলৈ বাছ-ৰে’ল নালাগে! হেলিকপ্টাৰযোগেই উৰা মাৰিব পাৰিব এই ৪-স্থানলৈ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.