• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ ৪ স্থানলৈ যাবলৈ বাছ-ৰে’ল নালাগে! হেলিকপ্টাৰযোগেই উৰা মাৰিব পাৰিব এই ৪-স্থানলৈ…

অসমৰ ৪ স্থানলৈ যাবলৈ বাছ-ৰে’ল নালাগে! হেলিকপ্টাৰযোগেই উৰা মাৰিব পাৰিব এই ৪-স্থানলৈ…

4 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

12 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

12 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

13 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

13 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

14 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

15 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

15 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

15 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

17 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

17 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

18 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ ৪ স্থানলৈ যাবলৈ বাছ-ৰে’ল নালাগে! হেলিকপ্টাৰযোগেই উৰা মাৰিব পাৰিব এই ৪-স্থানলৈ…

editor by editor
February 8, 2023
in অসম, ভ্ৰমণ
0
অসমৰ ৪ স্থানলৈ যাবলৈ বাছ-ৰে’ল নালাগে! হেলিকপ্টাৰযোগেই উৰা মাৰিব পাৰিব এই ৪-স্থানলৈ…
0
SHARES
40.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সাজু হওক। হেলিকপ্টাৰেৰেই ফুৰিব পাৰিব অসম। আজিৰে পৰা ৰাজ্যত আৰম্ভ পৱনহংসৰ হেলিকপ্টাৰ সেৱা৷ প্ৰথমে সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা। পৰৱৰ্তী সময়ত অৰুণাচলপ্ৰদেশতো আৰম্ভ কৰা হ’ব পৱনহংসৰ হেলিকপ্টাৰ সেৱা।

অসমত পৱনহংস লিমিটেডে আৰম্ভ কৰিব এই হেলিকপ্টাৰ সেৱা। উড়ান আঁচনিৰ অধীনত ৰাজ্যৰ ৬ টাকৈ স্থানত আৰম্ভ হ’ব এই হেলিকপ্টাৰ সেৱা৷ ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব পৱনহংসৰ হেলিকপ্টাৰ। প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা।

উল্লেখ্য যে ১৯৮৫ চনত উত্তৰ পূবত পোনতে আৰম্ভ হৈছিল এই হেলিকপ্টাৰ সেৱা৷ পৱনহংসই ৪২ খনকৈ হেলিকপ্টাৰ পোনতে মুকলি কৰি দিছিল উত্তৰ পূবৰ বাবে৷ কিন্তু পৰবৰ্তী সময়ত লোকচানৰ সন্মুখীন হোৱাত বেচৰকাৰী খণ্ডৰ হাতত বিক্ৰীৰো সিদ্ধান্ত লৈছিল চৰকাৰে৷

ভাৰত চৰকাৰৰ আঞ্চলিক যোগাযোগ আঁচনি অৰ্থাৎ RCS উড়ানৰ অধীনত পৱনহংস লিমিটেডে হেলিকপ্টাৰ সেৱাৰ জৰিয়তে ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী আৰু তেজপুৰক সংযোগ কৰিব। তেজপুৰৰ পৰা গুৱাহাটীলৈ ৫৯৪৫ টকা, তেজপুৰৰ পৰা ডিব্ৰুগড়লৈ ১০৭৭৪ টকা, তেজপুৰৰ পৰা যোৰহাটলৈ ৫৬৬২ টকা।

এই হেলিকপ্টাৰ সেৱাৰ ভাড়া বেছি হোৱা বুলি উপলব্ধি কৰি তেজপুৰ বিমান কোঠৰ সঞ্চালক জ্যোতিৰ্ময় বৰুৱাই পৱন হংস কৰ্তৃপক্ষক ভাড়া কমোৱাৰ বাবেও দাবী উত্থাপন কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’
অসম

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

August 20, 2026
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!
উত্তৰ-পূব

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
Next Post
ৰোমৰ স্থাপত্যৰ সূক্ষ্ম কাৰুকাৰ্য কিয়াৰাৰ লেহেঙ্গাত… মনীশ মলহোত্ৰাই তৈয়াৰ কৰা পোছাকত আছে এইকেইটা বিশেষত্ব

ৰোমৰ স্থাপত্যৰ সূক্ষ্ম কাৰুকাৰ্য কিয়াৰাৰ লেহেঙ্গাত... মনীশ মলহোত্ৰাই তৈয়াৰ কৰা পোছাকত আছে এইকেইটা বিশেষত্ব

তুৰস্ক ছিৰিয়াত মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি! ভূমিকম্পত ক্ষতিগ্ৰস্থ ২ কোটি ৩০ লাখ লোক

তুৰস্ক ছিৰিয়াত মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি! ভূমিকম্পত ক্ষতিগ্ৰস্থ ২ কোটি ৩০ লাখ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.