• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোমৰ স্থাপত্যৰ সূক্ষ্ম কাৰুকাৰ্য কিয়াৰাৰ লেহেঙ্গাত… মনীশ মলহোত্ৰাই তৈয়াৰ কৰা পোছাকত আছে এইকেইটা বিশেষত্ব

3 years ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

58 minutes ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

1 hour ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

2 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

3 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

4 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

14 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

15 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

16 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰোমৰ স্থাপত্যৰ সূক্ষ্ম কাৰুকাৰ্য কিয়াৰাৰ লেহেঙ্গাত… মনীশ মলহোত্ৰাই তৈয়াৰ কৰা পোছাকত আছে এইকেইটা বিশেষত্ব

editor by editor
February 8, 2023
in চিনেমা, জীৱনশৈলী, ফেশ্বন, ভাৰত
0
ৰোমৰ স্থাপত্যৰ সূক্ষ্ম কাৰুকাৰ্য কিয়াৰাৰ লেহেঙ্গাত… মনীশ মলহোত্ৰাই তৈয়াৰ কৰা পোছাকত আছে এইকেইটা বিশেষত্ব
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৭ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ’ল সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানী৷ ৰাজস্থানৰ সূৰ্যগড় প্ৰাসাদত নিকটাত্মীয় তথা বন্ধুবৰ্গৰ উপস্থিতিত বিবাহৰ অনুষ্ঠান সম্পন্ন হয় কিয়াৰা-সিদ্ধাৰ্থৰ৷ সিদ-কিয়াৰাই কিন্তু দীপিকা-ৰণবীৰ, বিৰাট-অনুষ্কা আৰু আলিয়া-ৰণবীৰৰ দৰে সব্যসাচীয়ে তৈয়াৰ কৰা পোছাক পৰিধান কৰা নাই৷ সিদ্ধাৰ্থ-কিয়াৰাই মনিশ মলহোত্ৰাই ডিজাইন কৰা পোছাকহে পৰিধান কৰে বিবাহৰ অনুষ্ঠানত৷ কি বৈশিষ্ঠ আছিল এই পোছাকৰ?

সিদ্ধাৰ্থ-কিয়াৰা দুয়োগৰাকীয়ে ভ্ৰমণপ্ৰিয়৷ দুয়োৱে প্ৰেমৰ সম্পৰ্কত থাকোতেও দক্ষিণ আফ্ৰিকা, ডুবাইকে ধৰি বহুকেইখন দেশেই ভ্ৰমণ কৰিছে৷ সিদ্ধাৰ্থ-কিয়াৰাই এক সাক্ষাৎকাৰত প্ৰকাশ কৰা অনুযায়ী দুয়োৰে প্ৰিয় ঠাই হৈছে ৰোম৷ দুয়োৰে ইটালীৰ ৰাজধানী ৰোম ভালপোৱাৰ কথা জানিয়েই মনিশ মলহোত্ৰাই তাৰকা যুঁটিৰ বাবে তৈয়াৰ কৰা পোছাকত ৰোমৰ ডিজাইন দিছে ডিজাইনাৰগৰাকীয়ে৷

কিয়াৰাই পৰিধান কৰা গোলপীয়া ৰঙৰ লেহেঙ্গাত প্ৰাচীন ৰোমৰ স্থাপত্যৰ কাৰুকাৰ্য সূক্ষ্মভাৱে তুলি ধৰা হৈছে৷ মনীশ মলহোত্ৰাই ডিজাইন কৰা পোছাকত সুন্দৰৰূপত ফুটি উঠিছিল কিয়াৰাৰ সৌন্দৰ্য৷ খুব বেছি মেকআপো কৰা নাছিল কিয়াৰাই৷ সাধাৰণ নিউড মেকআপতেই বিয়াৰ বাবে সাজিছিল কিয়াৰাই৷ দুয়োৰে পোছাকৰ থিম আছিল গুলপীয়া আৰু গল্ডেনৰ মিশ্ৰণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

April 17, 2026
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ
জীৱনশৈলী

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

April 17, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
Next Post
তুৰস্ক ছিৰিয়াত মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি! ভূমিকম্পত ক্ষতিগ্ৰস্থ ২ কোটি ৩০ লাখ লোক

২০২০-২০২৩ লৈ ৩৩ হাজাৰ ভূমিকম্পই কঁপাইছে তুৰস্ক! কিয় বাৰে বাৰে ভূমিকম্পই কঁপাই তুৰস্ক? সবিশেষ…

২০২০-২০২৩ লৈ ৩৩ হাজাৰ ভূমিকম্পই কঁপাইছে তুৰস্ক! কিয় বাৰে বাৰে ভূমিকম্পই কঁপাই তুৰস্ক? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন