• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২০-২০২৩ লৈ ৩৩ হাজাৰ ভূমিকম্পই কঁপাইছে তুৰস্ক! কিয় বাৰে বাৰে ভূমিকম্পই কঁপাই তুৰস্ক? সবিশেষ…

২০২০-২০২৩ লৈ ৩৩ হাজাৰ ভূমিকম্পই কঁপাইছে তুৰস্ক! কিয় বাৰে বাৰে ভূমিকম্পই কঁপাই তুৰস্ক? সবিশেষ…

4 years ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

26 minutes ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

1 hour ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

2 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

19 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

19 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

19 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

20 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

21 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

21 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

22 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২০২০-২০২৩ লৈ ৩৩ হাজাৰ ভূমিকম্পই কঁপাইছে তুৰস্ক! কিয় বাৰে বাৰে ভূমিকম্পই কঁপাই তুৰস্ক? সবিশেষ…

editor by editor
February 8, 2023
in বিবিধ, বিশ্ব
0
২০২০-২০২৩ লৈ ৩৩ হাজাৰ ভূমিকম্পই কঁপাইছে তুৰস্ক! কিয় বাৰে বাৰে ভূমিকম্পই কঁপাই তুৰস্ক? সবিশেষ…
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সোমবাৰে পুৱতি নিশা ৪ বাজি ১৭ মিনিটত কঁপি উঠিছিল তুৰস্ক৷ ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা আছিল ৭.৮৷ গাজিয়ানটেপৰ পূব দিশৰ নুৰদাগী চহৰৰ পৰা ২৬ কিঃমিঃ পূবে ভূগৰ্ভৰ প্ৰায় ১৮ কিঃমিঃ গভীৰতাত এই ভূমিকম্পৰ উংসস্থল৷ কেৱল তুৰস্কই নহয় এই ভূমিকম্পত কঁপি উঠিছিল প্ৰতিবেশী দেশ ছিৰিয়াও৷ প্ৰথমটো কম্পনৰ ১১ ৰ পৰা ১৫ মিনিট পাছত আকৌ এটা ভূমিকম্পই জোকাৰি যায় তুৰস্কক৷ তাৰপাছত এটাৰ পাছত আনটো ভূইকঁপে কঁপায় আছে তুৰস্কৰ লগতে ছিৰিয়াকো৷ এই প্ৰতিবেদন লিখি থকা লৈকে মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি পোৱা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ ভূইঁকপত আহত হৈছে ২ কোটি ৩০ লাখ লোক৷ কিন্তু এয়াই তুৰস্কৰ প্ৰথমটো ভূইকঁপ নহয়৷ ইয়াৰপূৰ্বেও বহুবাৰ তুৰস্কত বৃহৎ ভূমিকম্প আহিছিল৷ কিন্তু কিয় বাৰে বাৰে তুৰস্কত এনেদৰে একোটা বৃহৎ ভূমিকম্প আহে?

তুৰস্কত ভূমিকম্প হোৱাৰ আঁৰত আছে এইকেইটা কাৰণ
সাধাৰণতে টেকটনিক প্লেটৰ অৱস্থানৰ পৰিবৰ্তনৰ ফলতেই ভূমিকম্প হয়৷ চাৰিখন টেকটেনিক প্লেটৰ সংযোগস্থলত তুৰস্ক অৱস্থিত৷ সেয়ে সকলোতকৈ বেছি ভূমিকম্পপ্ৰৱণ দেশসমূহৰ ভিতৰত তালিকাৰ শীৰ্ষত আছে তুৰস্কৰ নাম৷ তুৰস্কৰ বেছিভাগ অংশই এনাটোলিয়ান টেকটনিক প্লেটৰ ওপৰত আছে৷ এনাটোলিয়ান প্লেটৰ অৱস্থান আকৌ ইউৰেছীয়, আফ্ৰিকান, আৰু আৰৱীয় টেকটনিক প্লেটৰ মধ্যস্থল৷

এনাটোলিয়ান প্লেট সদায়ে ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰে৷ ওপৰৰ ফালে আৰৱীয় প্লেটে অনবৰতে খুন্দা মাৰি থাকে এনাটোলিয়ান প্লেটক৷ বাৰে বাৰে প্লেটসমূহৰ সংঘৰ্ষত লিপ্ত হোৱাৰ ফলতেই ভূমিকম্প হয়৷ বিশ্বৰ সকলোতকৈ ডাঙৰ ভূমিকম্পটো হৈছিল ১৯৬০ চনত৷ চিলিৰ ভালদিভিয়া চহৰৰ উপকুলত আছিল এই ভূমিকম্পৰ কেন্দ্ৰস্থল৷ ৰিখটাৰ স্কেলত এই কম্পনৰ মাত্ৰা আছিল ৯.৫৷ ইপিনে তুৰস্কত ২০২০ চনৰ পৰা বৰ্তমানলৈ ৩৩ হাজাৰ বাৰ ভূমিকম্প হৈছে৷ তাৰমাজতেই ৩৩২ বাৰ এনে ভূমিকম্পও আহিছে যাৰ মাত্ৰা ৰিখটাৰ স্কেলত ৪তকৈ অধিক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা
বিশ্ব

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

August 30, 2026
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

August 30, 2026
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!
জীৱনশৈলী

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

August 30, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
Next Post
বুকুৰ বিষ মানেই হাৰ্ট এটেক নহয়! গেছৰ বিষ নে হৃদৰোগ কেনেকৈ বুজিব?

বুকুৰ বিষ মানেই হাৰ্ট এটেক নহয়! গেছৰ বিষ নে হৃদৰোগ কেনেকৈ বুজিব?

কলেষ্টৰলৰ সমস্যাত ভূগিছে? দৈনিক খাদ্যৰ তালিকাত ৰাখক এই ৫ বিধ পাচলি

কলেষ্টৰলৰ সমস্যাত ভূগিছে? দৈনিক খাদ্যৰ তালিকাত ৰাখক এই ৫ বিধ পাচলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.