• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলেষ্টৰলৰ সমস্যাত ভূগিছে? দৈনিক খাদ্যৰ তালিকাত ৰাখক এই ৫ বিধ পাচলি

কলেষ্টৰলৰ সমস্যাত ভূগিছে? দৈনিক খাদ্যৰ তালিকাত ৰাখক এই ৫ বিধ পাচলি

4 years ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

28 minutes ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

1 hour ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

14 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

14 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

15 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

15 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

16 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

17 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

17 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

18 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

19 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

কলেষ্টৰলৰ সমস্যাত ভূগিছে? দৈনিক খাদ্যৰ তালিকাত ৰাখক এই ৫ বিধ পাচলি

editor by editor
February 8, 2023
in স্বাস্থ্য
0
কলেষ্টৰলৰ সমস্যাত ভূগিছে? দৈনিক খাদ্যৰ তালিকাত ৰাখক এই ৫ বিধ পাচলি
0
SHARES
178
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্কটৰ সমান্তৰালকৈ দেশত বৃদ্ধি পাইছে কলেষ্টেৰলত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ এটা পৰিসংখ্যাই দাবী কৰা অনুযায়ী ভাৰতত প্ৰতিবছৰে উচ্চ কলষ্টেৰলৰ সমস্যাত আক্ৰান্ত হয় ১০ লাখৰো অধিক লোক৷ ২০১৭ চনৰ এক সমীক্ষাত উল্লেখ থকা অনুযায়ী প্ৰতি ৫জন ব্যক্তিৰ মাজৰ এজনেই কলেষ্টেৰলৰ সমস্যাত ভূগি আছে৷ সাধাৰণতে বয়সৰ সৈতে এই ৰোগো শৰীৰত বাঢ়ি যাবলৈ ধৰে৷ অনিয়ন্ত্ৰিত জীৱনযাপন, অনিয়মিত খাদ্যভাষৰ লগতে বহুকেইটা কাৰণত কলষ্টেৰলৰ মাত্ৰা বাঢ়ি যায়৷ কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ কেইবিধমান সেউজীয়া পাচলি খাদ্যভাষত ৰাখিব পাৰে৷ কি কি খাদ্য এই তালিকাত ৰাখিব?

ব্ৰকলি
শৰীৰৰ বাবে সেউজীয়া পাচলি খুবেই গুৰুত্বপূৰ্ণ৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে ব্ৰকলি খাদ্য তালিকাত ৰখাটো খুবেই জৰুৰী৷ ফাইবাৰ, ছালফাৰ সমৃদ্ধ ব্ৰকলিত আছে কলেষ্টেৰল নিয়ন্ত্ৰণৰ ক্ষমতা৷ কলেষ্টেৰলত সমস্যাত যিসকলে ভূগি আছে তেওঁলোকৰ প্ৰতিদিনেই ব্ৰকলি খাব পাৰে৷

পালেং শাক
পটাছিয়াম,ফাইবাৰ, ফোলেট, কেলছিয়াম সমৃদ্ধ পালেং শাক কলেষ্টেৰল কমাবলৈ খুবেই উপকাৰী৷ পালেং শাকে কলেষ্টেৰল কমোৱাত সহায় কৰে৷ ইয়াৰ ওপৰিও পালেং শাকত আছে লুটেইনৰ দৰে উপাদানো৷

ফুলকবি
এন্থোচায়ানিন সমৃদ্ধ উৎস হ’ল ফুলকবি৷ এই এন্থোচায়ানিনে কলষ্টেৰলৰ মাত্ৰা শৰীৰত কমাই দিয়ে৷ কলেষ্টেৰল যদি সহজে নকমে তেন্তে খাদ্য তালিকাৰ প্ৰতিসময়তে ফুলকবি ৰাখিব পাৰে৷

মূলা
ফুলকবিৰ দৰে মূলাতো এন্থোচায়ানিন আছে৷ ফলত মূলা খালে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷ বহুতেই মূলা খাই বেয়াও পায়৷ কিন্তু কলেষ্টেৰল থাকিলে ইচ্ছা নাথাকিলেও মূলা খাদ্যৰ তালিকাত ৰাখিব পাৰে৷

গাজৰ
শীতকালত শৰীৰৰ যত্ন ল’বলৈ গাজৰো অতি উপকাৰী খাদ্য৷ কলেষ্টেৰলৰ সমস্যাত যিসকলে দীৰ্ঘদিন ধৰি ভূগিছে তেওঁলোকে দৈনিক গাজৰ খাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
Next Post
প্ৰেমৰ দিনটোত আলিংগন কৰক আপোনাৰ ঘৰৰ দামূৰিজনীকো! ভেলেণ্টাইনৰ সৈতে গৰুৰ সম্পৰ্ক কি?

প্ৰেমৰ দিনটোত আলিংগন কৰক আপোনাৰ ঘৰৰ দামূৰিজনীকো! ভেলেণ্টাইনৰ সৈতে গৰুৰ সম্পৰ্ক কি?

‘আদানী বেক অন ট্ৰেক’… পতন নহয় উত্থান আৰম্ভ হৈছে আদানী গোষ্ঠীৰ

‘আদানী বেক অন ট্ৰেক’... পতন নহয় উত্থান আৰম্ভ হৈছে আদানী গোষ্ঠীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.