• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

5 hours ago
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

54 minutes ago
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

2 hours ago
জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

3 hours ago
কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

4 hours ago
পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

6 hours ago
ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

7 hours ago
মকৰ সংক্ৰান্তিতেই মঙ্গলে সলনি কৰিব স্থান, এই ৪ ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?

1 day ago
এঞ্জেল নম্বৰ ১১১ৰে নতুন বছৰ আৰম্ভ, জীৱনত কি কি লাভ পাব পাৰে আপুনি?

অসমৰেই ক্ৰিয়েটৰে খুলিছিল চেনেলটো! বছৰত উপাৰ্জন কৰিছে ৩৫ কোটি টকা, AI শ্লপ ভিডিঅ’ তৈয়াৰ কৰি ইউটিউবত জনপ্ৰিয় ‘বন্দৰ অপনা দোস্ত’

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

editor by editor
January 2, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰৰ আৰম্ভণিতেই ৰক্তস্নাত ইৰাণ৷ দেশৰ পৰা মোল্লাতন্ত্ৰৰ উচ্ছেদৰ বাবে পথত নামিছে হাজাৰ হাজাৰ মানুহ৷ সেই আন্দোলনত ইৰাণৰ ইছলামিক ৰেভোলিউছনাৰি গাৰ্ডৰ দমনত বৰ্তমানলৈ প্ৰায় ৭গৰাকী লোকৰ মৃত্যু লোৱা বুলি খবৰ প্ৰকাশ কৰিছে চৰকাৰী সূত্ৰই৷ ইয়াৰ সৈতে আহত হৈছে কেইবাজনো৷ বহুসংখ্যকক গ্ৰেপ্তাৰো কৰা হৈছে৷ বিগত এসপ্তাহ ধৰি ইৰাণত মোলাতন্ত্ৰৰ বিৰুদ্ধে সৰৱ হৈ আছে সেই দেশৰ মুক্তমনৰ প্ৰায়সংখ্যক লোকেই৷ ৰাজধানী তেহৰান মাছহাদসহ একাধিক চহৰত পথত নামি প্ৰতিবাদ কৰিছে হাজাৰ হাজাৰ মানুহে৷ তেওঁলোকৰ এটাই দাবী, দেশত মোল্লাতন্ত্ৰ নিপাত যাওক৷ পতন হওক আয়াতোল্লা আলি খামেনেই চৰকাৰৰ৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাৰ মুখে মুখে এনে শ্লোগান৷ তেওঁলোকৰ এটাই দাবী স্বৈৰচাৰীৰ পতন হওক৷

Gen-Zৰ দাবী শাহ বংশৰ হাতলৈকে আকৌ ইৰাণৰ শাসন ব্যৱস্থাক অৰ্পণ কৰা হওক৷ বৰ্তমান আমেৰিকাত থকা শাহ বংশৰ উত্তৰসূৰি ৰেজা পাহলাভিঅ’য়েও প্ৰতিবাদী জনতাক সমৰ্থন কৰিছে৷ কিন্তু ইৰাণৰ প্ৰতিবাদীসকলৰ ওপৰত শাসকৰ দমন উৎপীৰণ বাঢ়িছে৷ বছৰৰ শেষৰ দিনটোত আৰু প্ৰথম দিনটোত যথাক্ৰমে দুই আৰু পাঁচজনে প্ৰাণ হেৰুৱাইছে৷ লোৰ্ডেগানত দুজন, কুহদাশত এজন আৰু ইছফাহান প্ৰদেশত এজন আন্দোলনকাৰীৰ মৃত্যু হৈছে৷ বৃহস্পতিবাৰেও আজনা চহৰত নিৰাপত্তাবাহিনীৰ এক সদস্যসহ তিনিজনৰ মৃত্যু হৈছে৷ অন্তত ২০ জন আহত হৈছে প্ৰতিবাদীসকলৰ সৈতে নিৰাপত্তাবাহিনীৰ সংঘাতত৷

উল্লেখ কৰা প্ৰয়োজন যে ১৯৭৯ চনত ৰাজতন্ত্ৰবিৰোধী বিক্ষোভত শেষবাৰৰ আববে উত্তাল হৈছিল ইৰাণ৷ দেশ এৰিছিল শাহে৷ আয়াতোল্লা ৰুহোল্লাহ খোমেইনিৰ হাতত ধৰি মধ্যপ্ৰাচ্যৰ এই দেশত প্ৰতিষ্ঠা হৈছিল মোল্লাতন্ত্ৰ৷ শাসনৰ গাদীত বহে খোমেইনি৷ সেই সময়ত তেওঁৰ সংগী আছিল বৰ্তমানৰ আয়াতোল্লা আলি খামেনেই৷ কিন্তু তেওঁৰ আমোলত ইৰাণত চৰম অৱস্থা পাইছেগৈ মূল্যবৃদ্ধিয়ে৷ কেৱল সেয়াই নহয় মাৰ্কিন ডলাৰৰ তুলনাত ব্যাপক হাৰত পৰিব ধৰিছে ৰিয়ালৰ দাম৷ ইয়াৰবাবেই প্ৰতিবাদত নামিছে ইৰাণৰ আমজনতা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

January 2, 2026
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত
জীৱনশৈলী

জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

January 2, 2026
জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ
জীৱনশৈলী

জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

January 2, 2026
শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

January 2, 2026
Next Post
গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন