• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

8 months ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

5 hours ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

6 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

6 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

7 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

8 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

9 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

9 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

10 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

11 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

editor by editor
January 2, 2026
in জীৱনশৈলী
0
কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলষ্টেৰল এক ধৰণৰ চৰ্বিজাতীয়, তৈলাক্ত ষ্টেৰয়েড যি কোষৰ চেল মেমব্ৰেনত পোৱা যায় আৰু ই সকলো প্ৰাণীত তেজতেই পৰিবাহিত হৈ থাকে৷ এক সুস্থ শৰীৰৰ বাবে প্ৰচুৰ কলষ্টেৰলৰ প্ৰয়োজন৷ কলষ্টেৰলে কোষ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ই স্নায়ু কোষক ৰক্ষা কৰিবলৈ ভিটামিন আৰু হৰমন তৈয়াৰৰ বাবে কাম কৰে৷

শীতকালত খাদ্যভাষ আৰু জীৱনযাত্ৰাৰ পৰিবৰ্তনৰ কাৰণে এল ডি এল দ্ৰুততৰভাৱে বাঢ়িব পাৰে৷ ঠাণ্ডাত মানুহে কম পানী পান কৰে, শাৰীৰিক কাৰ্যকলাপ কমি যায় আৰু ঘীঁ মাখনৰ দৰে উচ্চচৰ্বিযুক্ত খাদ্য বেছিকৈ খাবলৈ আৰম্ভ কৰে৷ ই হাৰ্টৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়৷ যি হাৰ্ট ফেইলাৰ, হাৰ্ট এটেক আৰু ব্লকেজৰ আশংকা বঢ়ায়৷ স্বাস্থ্যকৰ খাদ্যভাষৰ সহায়ত কলষ্টেৰল নিয়ন্ত্ৰণ কৰা সম্ভৱ৷ কিছু নিৰ্দিষ্ট পাচলিয়ে প্ৰাকৃতিকভাৱে এল ডি এল কমায় আৰু এইচডিএল বঢ়োৱাত সহায় কৰিব পাৰে৷ জানি থওক কি কি পাচলি খালে কলষ্টেৰল কমে?

মেথি শাক

মেথি শাকক শীতকালৰ অন্যতম শক্তিশালী সেউজীয়া পাচলি হিচাপে বিবেচনা কৰা হয়৷ ই দ্ৰৱণীয় ফাইবাৰেৰে সমৃদ্ধ, যিয়ে অন্ত্ৰত এলডিএল কলষ্টেৰল শোষণ কৰে আৰু শৰীৰৰ পৰা বাহিৰ কৰি দিয়াত সহায় কৰে৷ মেথি শাকে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰা কমায়৷ আপুনি ছালাদ, পৰঠাৰ সৈতে পাচলি হিচাপেও ইয়াক খাব পাৰে৷

নহৰু

নহৰুৱে এণ্টিঅক্সিডেণ্ট আৰু ছালফাৰেৰে সমৃদ্ধ হৈ থাকে৷ ই এলিছিন ধমনীত জমা হৈ থকা চৰ্বি ভঙাত সহায় কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে৷ নিয়মিত কেঁচা নহৰু খালে বেয়া কলষ্টেৰল কমে আৰু হাৰ্ট এটেকৰ আশংকাও কমি যায়৷ ইয়াক পাচলিৰ সৈতে, ছালাদ বা দাইলতো দি খাব পাৰে৷

আমলখি

আমলখি এবিধ ফল হলেও ই কলষ্টেৰল নিয়ন্ত্ৰণৰ আববে এক ছুপাৰফুড হিচাপে বিবেচিত হয়৷ ইয়াত ভিটামিন চি আৰু পলিফেনল থাকে৷ যিয়ে এল ডি এলক অক্সিডাইজ হোৱাত বাধা দিয়ে৷ আমলখিয়ে এইচডিএল বঢ়োৱাত সহায় কৰে৷ শীতকালত আমলখিৰ ৰস, গুৰৰ সৈতে মোৰব্বা খোৱাও হাৰ্টৰ স্বাস্থ্যৰ বাবে উপকাৰী৷

হৃদৰোগ প্ৰতিৰোধৰ গুৰুত্বপূৰ্ণ টিপছ

কেৱল তিনিবিধ পাচলিয়ে আপোনাৰ হাৰ্টক সুস্থ ৰখাৰ বাবে যথেষ্ট নহয়৷ আপুনি কিছু স্বাস্থ্যকৰ জীৱনযাত্ৰাৰ পৰিবৰ্তনো আনিব লাগিব৷ যদি হাৰ্টৰ যিকোনো সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব খোজে তেন্তে এই গুৰুত্বপূৰ্ণ টিপছসমূহ আপোনাৰ জীৱনৰ অংশ কৰি লওক৷

প্ৰতিদিনে অন্তত ৩০ মিনিট খোজ কাঢ়ক৷

ঠাণ্ডাতো পানী কমাই নাখাব৷ প্ৰচুৰ পৰিমাণে পানী খাওক৷

ভজা-পুৰা খাদ্য আৰু প্ৰক্ৰিয়াজাত খাদ্যৰ পৰা দূৰৈত থাকক৷

ধূমপান আৰু মদ্যপান ত্যাগ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

September 12, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

September 12, 2026
Next Post
শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.