• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

10 months ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

42 minutes ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

3 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

4 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

4 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

5 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

5 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

7 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

8 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

8 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

editor by editor
January 2, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰৰ আৰম্ভণিতেই ৰক্তস্নাত ইৰাণ৷ দেশৰ পৰা মোল্লাতন্ত্ৰৰ উচ্ছেদৰ বাবে পথত নামিছে হাজাৰ হাজাৰ মানুহ৷ সেই আন্দোলনত ইৰাণৰ ইছলামিক ৰেভোলিউছনাৰি গাৰ্ডৰ দমনত বৰ্তমানলৈ প্ৰায় ৭গৰাকী লোকৰ মৃত্যু লোৱা বুলি খবৰ প্ৰকাশ কৰিছে চৰকাৰী সূত্ৰই৷ ইয়াৰ সৈতে আহত হৈছে কেইবাজনো৷ বহুসংখ্যকক গ্ৰেপ্তাৰো কৰা হৈছে৷ বিগত এসপ্তাহ ধৰি ইৰাণত মোলাতন্ত্ৰৰ বিৰুদ্ধে সৰৱ হৈ আছে সেই দেশৰ মুক্তমনৰ প্ৰায়সংখ্যক লোকেই৷ ৰাজধানী তেহৰান মাছহাদসহ একাধিক চহৰত পথত নামি প্ৰতিবাদ কৰিছে হাজাৰ হাজাৰ মানুহে৷ তেওঁলোকৰ এটাই দাবী, দেশত মোল্লাতন্ত্ৰ নিপাত যাওক৷ পতন হওক আয়াতোল্লা আলি খামেনেই চৰকাৰৰ৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাৰ মুখে মুখে এনে শ্লোগান৷ তেওঁলোকৰ এটাই দাবী স্বৈৰচাৰীৰ পতন হওক৷

Gen-Zৰ দাবী শাহ বংশৰ হাতলৈকে আকৌ ইৰাণৰ শাসন ব্যৱস্থাক অৰ্পণ কৰা হওক৷ বৰ্তমান আমেৰিকাত থকা শাহ বংশৰ উত্তৰসূৰি ৰেজা পাহলাভিঅ’য়েও প্ৰতিবাদী জনতাক সমৰ্থন কৰিছে৷ কিন্তু ইৰাণৰ প্ৰতিবাদীসকলৰ ওপৰত শাসকৰ দমন উৎপীৰণ বাঢ়িছে৷ বছৰৰ শেষৰ দিনটোত আৰু প্ৰথম দিনটোত যথাক্ৰমে দুই আৰু পাঁচজনে প্ৰাণ হেৰুৱাইছে৷ লোৰ্ডেগানত দুজন, কুহদাশত এজন আৰু ইছফাহান প্ৰদেশত এজন আন্দোলনকাৰীৰ মৃত্যু হৈছে৷ বৃহস্পতিবাৰেও আজনা চহৰত নিৰাপত্তাবাহিনীৰ এক সদস্যসহ তিনিজনৰ মৃত্যু হৈছে৷ অন্তত ২০ জন আহত হৈছে প্ৰতিবাদীসকলৰ সৈতে নিৰাপত্তাবাহিনীৰ সংঘাতত৷

উল্লেখ কৰা প্ৰয়োজন যে ১৯৭৯ চনত ৰাজতন্ত্ৰবিৰোধী বিক্ষোভত শেষবাৰৰ আববে উত্তাল হৈছিল ইৰাণ৷ দেশ এৰিছিল শাহে৷ আয়াতোল্লা ৰুহোল্লাহ খোমেইনিৰ হাতত ধৰি মধ্যপ্ৰাচ্যৰ এই দেশত প্ৰতিষ্ঠা হৈছিল মোল্লাতন্ত্ৰ৷ শাসনৰ গাদীত বহে খোমেইনি৷ সেই সময়ত তেওঁৰ সংগী আছিল বৰ্তমানৰ আয়াতোল্লা আলি খামেনেই৷ কিন্তু তেওঁৰ আমোলত ইৰাণত চৰম অৱস্থা পাইছেগৈ মূল্যবৃদ্ধিয়ে৷ কেৱল সেয়াই নহয় মাৰ্কিন ডলাৰৰ তুলনাত ব্যাপক হাৰত পৰিব ধৰিছে ৰিয়ালৰ দাম৷ ইয়াৰবাবেই প্ৰতিবাদত নামিছে ইৰাণৰ আমজনতা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস
জীৱনশৈলী

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

October 16, 2026
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!
নিয়োগ

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

October 16, 2026
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন
নিয়োগ

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

October 16, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

October 16, 2026
Next Post
গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.