• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঋণ লোৱাৰ পূৰ্বে এশবাৰ ভাৱক, ঋণৰ বোজাৰ বাবেই বন্ধ গাড়ীৰ ভিতৰত একে পৰিয়ালৰ ৭ব্যক্তিৰ সৈতে ভয়ংকৰ কাণ্ড

ঋণ লোৱাৰ পূৰ্বে এশবাৰ ভাৱক, ঋণৰ বোজাৰ বাবেই বন্ধ গাড়ীৰ ভিতৰত একে পৰিয়ালৰ ৭ব্যক্তিৰ সৈতে ভয়ংকৰ কাণ্ড

10 months ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

8 minutes ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

2 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

3 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

3 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

4 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

4 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

16 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

17 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

18 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

18 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

19 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঋণ লোৱাৰ পূৰ্বে এশবাৰ ভাৱক, ঋণৰ বোজাৰ বাবেই বন্ধ গাড়ীৰ ভিতৰত একে পৰিয়ালৰ ৭ব্যক্তিৰ সৈতে ভয়ংকৰ কাণ্ড

ঋণ লোৱাৰ পূৰ্বে এশবাৰ ভাৱক, ঋণৰ বোজাৰ বাবেই বন্ধ গাড়ীৰ ভিতৰত একে পৰিয়ালৰ ৭ব্যক্তিৰ সৈতে ভয়ংকৰ কাণ্ড

editor by editor
May 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ঋণ লোৱাৰ পূৰ্বে এশবাৰ ভাৱক, ঋণৰ বোজাৰ বাবেই বন্ধ গাড়ীৰ ভিতৰত একে পৰিয়ালৰ ৭ব্যক্তিৰ সৈতে ভয়ংকৰ কাণ্ড
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মূৰত ঋণৰ সহিব নোৱৰা বোজা। এই চাপ সহ্য কৰিব নোৱাৰিলেই একেলগে আত্মঘাতী হল একে পৰিয়ালৰ ৭গৰাকী সদস্য। হাৰিয়ানাৰ পঞ্চকুলা এলেকাত এখন বন্ধ বাহনৰ পৰা তেওঁলোকৰ দেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। সেই পৰিয়ালটো ডেৰাডুনৰ বাসিন্দা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। সোমবাৰে নিশা পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই বিষ সেৱন কৰি আত্মঘাতী হৈছে। যিখন বাহনত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে তাতেই পোৱা গৈছে ছুইচাইড নোটো। তাত উল্লেখ আছে যে ঋণৰ বোজাৰ বাবেই তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি পঞ্চকুলাৰ চেক্টৰ ২৭ এলেকাৰ এখন ঘৰৰ সন্মুখত ৰাস্তাৰ কাষত ঠিয় দি আছিল বাহনখনে। সেই বাহন ভিতৰৰ পৰা লক কৰা আছিল। দীৰ্ঘ সময় ধৰি বাহনখন ৰাস্তাৰ কাষ থিয় হৈ থকা দেখি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। লগে লগেই সেই স্থানত আৰক্ষী উপস্থিত হৈ বাহনৰ ভিতৰৰ পৰা আটাইকেইটা দেহ উদ্ধাৰ কৰিছে। আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি তেওঁলোক উদ্ধাৰ অভিযান চলোৱাৰ সময়ত আটাইকেইগৰাকীকেই মৃত অৱস্থাত লাভ কৰিছিল। হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থাও কৰিছিল আৰক্ষীয়ে। হাস্পতালত চিকিৎসকে আটাইকেইগৰাকীকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে উদ্ধাৰ হোৱা দেহৰ পৰিচয়ো প্ৰকাশ কৰিছে। বাহনৰ পৰা উদ্ধাৰ হৈছে প্ৰবীণ মিত্তল, প্ৰবীণৰ পিতৃ-মাতৃ আৰু তেওঁৰ পত্নী আৰু তিনি নাবালক সন্তান। ডেৰাডুনৰ বাসিন্দা প্ৰবীণ মিত্তাল আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে পঞ্চকুলাত থকা বাঘেশ্বৰ ধামৰ ধৰ্মীয় অনুষ্ঠানত যোগ দিবৰ বাবে আহিছিল। সোমবাৰে সেই অনুষ্ঠানত যোগ দিয়াৰ পাছতেই বাহনেৰে ঘৰলৈ উভতাৰ পথত তেওঁলোকে চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!
জীৱনশৈলী

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

March 15, 2026
Next Post
লালুপুত্ৰ তেজ প্ৰতাপক ৬বছৰৰ বাবে দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰক লৈ বিস্ফোৰক মন্তব্য তেজপ্ৰতাপৰ পত্নী ঐশ্বৰ্য ৰাইৰ, কি কৈছে ঐশ্বৰ্য ৰায়ে?

লালুপুত্ৰ তেজ প্ৰতাপক ৬বছৰৰ বাবে দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰক লৈ বিস্ফোৰক মন্তব্য তেজপ্ৰতাপৰ পত্নী ঐশ্বৰ্য ৰাইৰ, কি কৈছে ঐশ্বৰ্য ৰায়ে?

শনি জয়ন্তীৰ লগতে মঙলবাৰো, কি কি কৰিলে আপোনাৰ জীৱনৰ পৰা শনিৰ দশা আঁতৰিব?

শনি জয়ন্তীৰ লগতে মঙলবাৰো, কি কি কৰিলে আপোনাৰ জীৱনৰ পৰা শনিৰ দশা আঁতৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.