• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
dynosaur egg

জীৱিত হ’ব নেকি ডাইনছৰ! চীনত উদ্ধাৰ হ’ল ডাইনছৰ কণী, পৰীক্ষাত কণীৰ তথ্যই আচৰিত কৰিছে জীৱ বিজ্ঞানীক।

4 years ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

10 minutes ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

34 minutes ago
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

1 hour ago
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

2 hours ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

3 hours ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

5 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

5 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

17 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

18 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

জীৱিত হ’ব নেকি ডাইনছৰ! চীনত উদ্ধাৰ হ’ল ডাইনছৰ কণী, পৰীক্ষাত কণীৰ তথ্যই আচৰিত কৰিছে জীৱ বিজ্ঞানীক।

editor by editor
December 26, 2021 - Updated on January 17, 2022
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব
0
dynosaur egg

70 million years older egg of dynosaur has been discovered in south china sea

0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চীনৰ Bimingham বিশ্ব বিদ্যালয়ৰ palaeontologist বিভাগে দক্ষিণ চীনৰ ভূ-গৰ্ভৰ পৰা উদ্ধাৰ কৰিলে এটা বিশেষ কণী। বৃহৎ আকাৰৰ এই কণীটো পৰীক্ষা কৰাৰ অন্তত তথ্য উদ্ধাৰ হ’ল যে, এই কণীৰ ভিতৰত সেই সময়তে মৃত কিন্তু অক্ষত অৱস্থাত আছিল এটি ডাইনছৰ পোৱালী।

আৰু কণী উদ্ধাৰৰ পাছতে চীনৰ লগতে সমগ্ৰ বিশ্বৰ জীৱ বিজ্ঞানীসকলৰ মাজত উদ্ভৱ হৈছিল বিস্ময়। পিছত পৰীক্ষা কৰি জানিব পৰা গ’ল যে এই কণীৰ বয়স প্ৰায় ৭০ মিলিয়ন বৰ্ষৰ পুৰণি। এই বিশেষ কণীটোক উদ্ধাৰ কৰা হৈছিল দক্ষিণ চীনৰ ভূগৰ্ভৰ ” Hekou Formation ” শিলৰ তলত। যি শিল আছিল চীনৰ উদ্যোগীক ভূমি Ganzhou City ৰ jiangxi province ত।

আৰু লগে লগে এই কণী সংৰক্ষণৰ চিন্তা-চৰ্চা আৰাম্ভ কৰিলে চীনে। আৰু সেই মতে ভিতৰৰ পোৱালীৰ সৈতে এই কণীক সংক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে চীনে। কণীৰ সৈতে উদ্ধাৰ হোৱা পোৱালী ডাইনছৰক বিজ্ঞানীয়ে নাম দিছে ” baby Yingliang”।

লগতে জীৱ বিজ্ঞানী সকলে ইয়াকো স্পষ্ট কৰিছে যে আজিলৈ ডাইনছৰৰ যিমানবোৰ কণী বা জীৱাষ্ম বৰ্তমান সময়লৈ উদ্ধাৰ কৰা হৈছে এই সকলোবোৰৰ ভিতৰতে কণীৰ ভিতৰত থকা এই পোৱালী ডাইনছৰেই হৈছে সকলোতকৈ সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰা কণী।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest assamese news portal in assambest assamese news portal of assambest news channel in assamBest News Portal in Assamdinosaurdynasourviralviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!
জীৱনশৈলী

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

June 22, 2026
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!
জীৱনশৈলী

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

June 22, 2026
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?
বাণিজ্য

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

June 22, 2026
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস
বাণিজ্য

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

June 22, 2026
Next Post
পুনৰ লকডাউনৰ সম্ভাৱনা! ৫৭৮ লৈ বৃদ্ধি অমিক্ৰন আক্ৰান্তৰ সংখ্যা, দেশৰ ভিন্ন স্থানত সান্ধ্য আইন জাৰি

পুনৰ লকডাউনৰ সম্ভাৱনা! ৫৭৮ লৈ বৃদ্ধি অমিক্ৰন আক্ৰান্তৰ সংখ্যা, দেশৰ ভিন্ন স্থানত সান্ধ্য আইন জাৰি

ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী আৰু নাই, শোকস্তব্ধ ‘অসম লাইভ ২৪’

ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী আৰু নাই, শোকস্তব্ধ ‘অসম লাইভ ২৪’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.