• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো অন্ধ বিশ্বাস দূৰ কৰি সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতিলে ৮০০ লোকে

সকলো অন্ধ বিশ্বাস দূৰ কৰি সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতিলে ৮০০ লোকে

2 years ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

5 minutes ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

2 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

3 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

4 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

4 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

12 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

13 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

13 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

14 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

14 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

15 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সকলো অন্ধ বিশ্বাস দূৰ কৰি সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতিলে ৮০০ লোকে

editor by editor
April 9, 2024
in জীৱনশৈলী
0
সকলো অন্ধ বিশ্বাস দূৰ কৰি সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতিলে ৮০০ লোকে
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলো অন্ধ বিশ্বাস দূৰ কৰি সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতিলে ৮০০ লোকে

জ্যোতিষ শাস্ত্ৰৰ মতে তথা চলি অহা মান্যতা অনুসৰি সুৰ্যগ্ৰহণৰ সময়ত কোনো ধৰণৰ শুভ কাৰ্য কৰা নহয়। কোনো শুভ কাৰ্যৰ আৰম্ভণিয়ো কৰা নহয়। । পাছে সেই সময়তে আহিছে এক এনে খবৰ শুভ কাৰ্য কৰিব নাপায় বোলাৰ বিপৰীতে ৮০০ লোকে পাতিলে বিয়া।

কালিৰ ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণৰ সময়তে ৮০০ লোকে বিয়া পাতি চিৰ জীৱনৰ বাবে এক হৈ পৰে। পাছে এয়া ভাৰতৰ নহয়। অন্ধ বিশ্বাস কৰা ভাৰতৰ পৰা বহু দূৰৰ আমেৰিকাত হে এইদৰে কেইবা শতাধিক লোকে বিয়া পাতি ইজনে সিজনৰ হৈ পৰে।

সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতি তেওঁলোকে এই বিৰল মহাজাগতিক ঘটনাৰ লগতে নিজৰ জীৱনটোৰো এই ঘটনা স্মৰণীয় কৰি ৰাখে। চন্দ্ৰ-সূৰ্য-তৰা সকলোকে একেলগে সাক্ষি ৰাখি যুগ্ম জীৱনৰ পাতনি মেলে।

আমেৰিকাৰ মাত্ৰ ১৪৫ কিলেমিটাৰৰ ভিতৰতে কৰা সমীক্ষাতেই এই সংখ্যা পোৱা গৈছে। লগতে প্ৰায় অধিকাংশ দৰা-কইনাইয়ে তেঁওলোকৰ বিয়াত যি কেক অৰ্ডাৰ দিয়ে তাত সূৰ্যগ্ৰহণৰে ফটো সন্নিবিষ্ট থাকে।

উল্লেখ্য যে, আমেৰিকাত এইদৰে সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ দৃশ্য চাবলৈ বিভিন্ন ঠাইৰ পৰা প্ৰায় ৫০ লাখ লোক সমবেত হৈছিল। কিয়নো এই সম্পূৰ্ণ সুৰ্য গ্ৰহণ এইবাৰৰ পাছত আকৌ ২১ বছৰৰ মূৰকত ২০৪৫ চনত দেখা পোৱা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericamarriageSolar EclipseSolar Eclipse 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক
জীৱনশৈলী

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

August 6, 2026
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান
জীৱনশৈলী

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

August 6, 2026
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!
জীৱনশৈলী

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

August 6, 2026
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?
জীৱনশৈলী

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

August 6, 2026
Next Post
১০০ বছৰতকৈ অধিক জীয়াব বিচাৰে যদি আজিয়েই সলাই পেলাওক এই ৫ টা অভ্যাস…

১০০ বছৰতকৈ অধিক জীয়াব বিচাৰে যদি আজিয়েই সলাই পেলাওক এই ৫ টা অভ্যাস...

কেজৰিৱালৰ আবেদন খাৰিজ, আপে ল’লে ডাঙৰ সিদ্ধান্ত…

কেজৰিৱালৰ আবেদন খাৰিজ, আপে ল'লে ডাঙৰ সিদ্ধান্ত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.