• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰতকৈ অধিক জীয়াব বিচাৰে যদি আজিয়েই সলাই পেলাওক এই ৫ টা অভ্যাস…

১০০ বছৰতকৈ অধিক জীয়াব বিচাৰে যদি আজিয়েই সলাই পেলাওক এই ৫ টা অভ্যাস…

2 years ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

3 minutes ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

8 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

9 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

10 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

10 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

11 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

11 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

12 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

12 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

13 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

14 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰতকৈ অধিক জীয়াব বিচাৰে যদি আজিয়েই সলাই পেলাওক এই ৫ টা অভ্যাস…

editor by editor
April 9, 2024
in জীৱনশৈলী, ভাৰত
0
১০০ বছৰতকৈ অধিক জীয়াব বিচাৰে যদি আজিয়েই সলাই পেলাওক এই ৫ টা অভ্যাস…
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০০ বছৰতকৈ অধিক জীয়াব বিচাৰে যদি আজিয়েই সলাই পেলাওক এই ৫ টা অভ্যাস…

শতায়ু গৰকা আজিৰ দিনত এক আচৰিত ঘটনাৰ দৰেই। বহু জনৰ মাজতহে এজনে তেনে আয়ু লাভ কৰে। পূৰ্বতে পাছে বহু লোকেই ১০০ বছৰ পাৰ কৰিছিল। জাপানত আজিৰ দিনটো বহু বৃদ্ধ লোক আছে, যাৰ বয়স ১০০ৰ ওপৰত।

বিজ্ঞানেও বৰ্তমান সময়ত ইমান উন্নতিৰ জখলা বগাইছে, বহু বেমাৰৰ প্ৰতিৰোধৰ লগতে ভাল কৰা ঔষধো উলিয়াইছে। পাছে আজি পৰ্যন্ত কোনো ধৰণৰ এনে বস্তু উলিয়াব পৰা নাই, যিয়ে মানুহৰ বয়স কম কৰে বা অধিৰ বছৰ জীয়াই থাকিব পাৰে।

কিন্তু দৈনন্দিন জীৱনত কিছু সালসলনি কৰিলেই এইদৰে শতায়ু বৰ্ষ লাভ কৰিব পাৰিব। কি কি এনি কৰিব লাগিব-

মোবাইল- আজিৰ দিনত ইমানেই মোবাইলৰ ব্যৱহাৰ কৰা হয় যে, বাহিৰৰ পৃথিৱীত কত কি হৈ থাকে তাৰেই খবৰ নাৰাখে। চকু দুটি কেৱল মোবাইল, লেপটপ আৰু কম্পিউটৰৰ মাজত সোমাই থাকে। যাৰ ফলত বয়সৰ ওপৰত প্ৰভাৱ পৰে।

কম টোপনি- ব্যস্তাৰে ভৰা আজিৰ দিনটো বহু লোকে কম টোপনি হয়। পাছে কম টোপনি মানেই স্বাস্থ্যৰ হানি। সেয়ে অতি কমেও ৬ৰ পৰা ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন এজন লোকক।

জাংক ফুড- বাহিৰৰ সোৱাদ লগা খাদ্যইয়ো আজিৰ দিনত কম আয়ুৰ এক অন্যতম কাৰণ। এই খাদ্য বহু বেমাৰৰ কাৰক।

নিচাযুক্ত দ্ৰব্য- নিচা কৰা লোকৰ আয়ু একেবাৰে কম। ই কেঞ্চাৰৰো এক প্ৰধান কাৰণ। সেয়ে সদায় নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিব লাগে।

নিমখ- নিমখ নহলে খাদ্য জিভাত নালাগে। নিমখেই এক ব্যঞ্জনৰ জুটি উঠাই। পাছে কেতিয়াবা কোনো ব্যঞ্জনত নিমখ কম হলে বহু লোকেই কেঁচাই নিমখ সেই খাদ্যত দি খায়। যি শৰীৰৰ বাবে একেবাৰে বেয়া। নিমখ কেতিয়াও কেঁচাই খাব নালাগে। পৰা পক্ষত নিমখ এখন টাৱা বা কেৰাহীত দি শুকানে ভাজি দি সেয়া নিমখ হে ব্যৱহাৰ কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Human Livelong AgeLong LifeLong Life TipsNB news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?
জীৱনশৈলী

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

September 11, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
Next Post
কেজৰিৱালৰ আবেদন খাৰিজ, আপে ল’লে ডাঙৰ সিদ্ধান্ত…

কেজৰিৱালৰ আবেদন খাৰিজ, আপে ল'লে ডাঙৰ সিদ্ধান্ত...

এই গুহাতেই আছে পৃথিৱীৰ পাতাল, এতিয়াও বাস কৰি আছে শতাধিক লোক

এই গুহাতেই আছে পৃথিৱীৰ পাতাল, এতিয়াও বাস কৰি আছে শতাধিক লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.