• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই গুহাতেই আছে পৃথিৱীৰ পাতাল, এতিয়াও বাস কৰি আছে শতাধিক লোক

এই গুহাতেই আছে পৃথিৱীৰ পাতাল, এতিয়াও বাস কৰি আছে শতাধিক লোক

2 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

41 minutes ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

1 hour ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

2 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

3 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

5 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

6 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

8 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই গুহাতেই আছে পৃথিৱীৰ পাতাল, এতিয়াও বাস কৰি আছে শতাধিক লোক

editor by editor
April 9, 2024
in জীৱনশৈলী, বিশ্ব, ভ্ৰমণ
0
এই গুহাতেই আছে পৃথিৱীৰ পাতাল, এতিয়াও বাস কৰি আছে শতাধিক লোক
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ পাতল ক’ত বুলি প্ৰশ্ন কৰিলে কি মনলৈ আহে সততে! হয়তো পাতাল শব্দৰ অৰ্থ আপোনাৰ মনত এই ধৰাৰ তলত আছে। আনহাতে স্বৰ্গ আছে এই ধৰাৰ ওপৰত অৰ্থাৎ আকাশৰ অজান মুলুকত।

স্বৰ্গৰ কথা নাজানিলেও পাতাল এই ধৰাতেই আছে বুলি কব পৰা যায়। এই পৃথিৱীৰ বুকুতেই আছে এক এনে ঠাই যাক ধৰাৰ পাতাল বুলি কোৱা হয়। য’ত এতিয়াও বাস কৰি আছে ১০০ ৰো অধিক লোক। যি সকলে নিজকে পাতালৰ লোক বুলিয়ে কবলৈ অধিক ভাল পায়।

এটা গুহাৰ ভিতৰত আছে এই পাতাল। য’ত বাস কৰি থকা লোক সকলে অতি কষ্টেৰে পাৰ কৰি আছে দিন। মৌলিক সা-সুবিধাৰ পৰাও বঞ্চিত এই গাঁৱৰ লোকসকল, যি গাঁৱৰ ফটো বৰ্তমানে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই দুৰ্গম গাঁওখনৰ মানুহে বজাৰলৈ যাবলৈ হলে ১৫ কিলোমিটাৰ খোজ কাঢ়িব লাগে, কিন্তু ল’ৰা-ছোৱালীৰ বাবে পঢ়া-শুনা কৰিবলৈ ঠাই আৰু বাস্কেটবল ক’ৰ্টো আছে এই গুহাত।

পাছে এই গুহাত থকা গাঁওখন আছে ক’ত? এই গাঁওখনৰ নাম ঝংডং, যিখন চীনৰ গুইঝৌ প্ৰদেশত অৱস্থিত। এই গাঁৱৰ মানুহে যুগ যুগ ধৰি এই গুহাত বসবাস কৰি আহিছে। এই গুহাটো সমুদ্ৰপৃষ্ঠৰ পৰা ১৮০০ মিটাৰ উচ্চতাত অৱস্থিত।

২০০৮ চনত ইয়াত উপস্থিত থকা বিদ্যালয়খন চীন চৰকাৰে বন্ধ কৰি দিছিল, কাৰণ গুহাত বসবাস কৰাটো চীনা সভ্যতাৰ অংগ নহয়। এনে অৱস্থাত বৰ্তমানে ল’ৰা-ছোৱালীয়ে গাঁৱৰ পৰা আঁতৰত আন এখন স্কুললৈ গৈ প্ৰতিদিনে পুৱা-গধূলি দুঘণ্টা পঢ়া-শুনা কৰে।

আৰম্ভণিতে এই গাঁওখনত উপযুক্ত পথ নাছিল, মনোৰঞ্জনৰো কোনো সম্পদ নাছিল। কিন্তু এই গাওঁখন সংবাদ মাধ্যমত চৰ্চা হোৱাৰ লগে লগে চৰকাৰে ইয়াৰ উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveCaveTravelTravel StoryTravel World
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
Next Post
স্কুল বাছত হঠাতে লাগিল জুই, জপিয়াই কোনোমতে প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীৰ

স্কুল বাছত হঠাতে লাগিল জুই, জপিয়াই কোনোমতে প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীৰ

অসমত কেতিয়া পালন কৰা হ’ব ঈদ- হিলাল কমিটিয়ে সদৰি কৰিলে তাৰিখ

অসমত কেতিয়া পালন কৰা হ'ব ঈদ- হিলাল কমিটিয়ে সদৰি কৰিলে তাৰিখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.