• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্কুল বাছত হঠাতে লাগিল জুই, জপিয়াই কোনোমতে প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীৰ

স্কুল বাছত হঠাতে লাগিল জুই, জপিয়াই কোনোমতে প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীৰ

2 years ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

7 minutes ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

44 minutes ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

2 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

3 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

3 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

5 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

6 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

7 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

8 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

9 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্কুল বাছত হঠাতে লাগিল জুই, জপিয়াই কোনোমতে প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীৰ

editor by editor
April 9, 2024
in ভাৰত
0
স্কুল বাছত হঠাতে লাগিল জুই, জপিয়াই কোনোমতে প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীৰ
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্কুল বাছত হঠাতে লাগিল জুই, জপিয়াই কোনোমতে প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীৰ

হঠাতে ৰাজপথৰ ওপৰত এখন বিদ্যালয়ৰ বাছত জুই লাগি যায়। ছাত্ৰ-ছাত্ৰীৰে ভৰা বাছখনত তেনেদৰে জুই লাগি যোৱাত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত হুৱাদুৱা লাগি যায়।

বাছৰ চালকে লগে লগে কোনোমতে বাছ ৰাজপথৰ পৰা কাষলৈ নি ৰখাই দিয়ে। ততাতৈয়াকৈ যিয়ে যেনেকৈ পাৰে ছাত্ৰ-ছাত্ৰীসকলক বাছখনৰ পৰা উদ্ধাৰ কৰে।

এই ঘটনা পাটনাৰ। আজি বিয়লি বেলা এই ঘটনা সংঘটিত হয়। একমাত্ৰ চালকৰ বুদ্ধি বিবেচনাৰ বাবেই প্ৰাণ ৰক্ষা পাই সকলো কন কন ছাত্ৰ-ছাত্ৰীৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বিদ্যালয়ৰ পৰা ছুটিৰ পাছত ঘৰলৈ বুলি ওলোৱাৰ পাছতে হঠাতে বাছ খনত ৰাজপথৰ ওপৰতে জুই লাগিবলৈ ধৰে। সেই জুই বাছখনত আৰু অধিক আগুৰি ধৰাৰ পূৰ্বেই লগে লগে চালকে পথৰ কাষলৈ বাছখন নি ৰখাই দিয়ে।

বাছখন ৰখাইয়ে চালকে নিজে জপিয়াই নমাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলকো যেনেকৈ পাৰে নমাবলৈ ধৰে, সেই দেখি স্থানীয় লোক সকলো আগবাঢ়ি আহি খিৰিকিৰে ছাত্ৰ-ছাত্ৰী সকলক কোনোমতে নমাই সকলোৰে প্ৰাণ ৰক্ষা কৰে।

আনহাতে অগ্নিনিৰ্বাপক বাহিনীকো ঘটনা সন্দৰ্ভত খবৰ কৰা হয়, লগতে আৰক্ষীকো খবৰ কৰা হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে আহি জুই নুমুৱাই যদিও তেতিয়ালৈ বাছখনৰ আধাৰো অধিক জ্বলি যায়।

বৰ্তমানলৈ বাছখনত কিয় সেই জুই লাগি যায় , সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই। যদিও সন্দেহ কৰা অনুসৰি বাছখনৰ বেটাৰীৰ শ্বৰ্ট-চাৰ্কিটৰ ফলতে তেনেদৰে জুই লাগি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: fireMassive fireSchool BusSchool Student
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
Next Post
অসমত কেতিয়া পালন কৰা হ’ব ঈদ- হিলাল কমিটিয়ে সদৰি কৰিলে তাৰিখ

অসমত কেতিয়া পালন কৰা হ'ব ঈদ- হিলাল কমিটিয়ে সদৰি কৰিলে তাৰিখ

পাকঘৰত সহজতে পোৱা আলুৰ ব্যৱহাৰেৰে উজলাই তোলক আপোনাৰ ছাল

পাকঘৰত সহজতে পোৱা আলুৰ ব্যৱহাৰেৰে উজলাই তোলক আপোনাৰ ছাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.