• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকঘৰত সহজতে পোৱা আলুৰ ব্যৱহাৰেৰে উজলাই তোলক আপোনাৰ ছাল

পাকঘৰত সহজতে পোৱা আলুৰ ব্যৱহাৰেৰে উজলাই তোলক আপোনাৰ ছাল

2 years ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

2 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

2 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

3 hours ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

3 hours ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

4 hours ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

5 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

6 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

7 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

8 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

8 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

9 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

পাকঘৰত সহজতে পোৱা আলুৰ ব্যৱহাৰেৰে উজলাই তোলক আপোনাৰ ছাল

editor by editor
April 9, 2024
in খাদ্য, জীৱনশৈলী, ফেশ্বন, বিনোদন, স্বাস্থ্য
0
পাকঘৰত সহজতে পোৱা আলুৰ ব্যৱহাৰেৰে উজলাই তোলক আপোনাৰ ছাল
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকঘৰত সহজতে পোৱা আলুৰ ব্যৱহাৰেৰে উজলাই তোলক আপোনাৰ ছাল

স্বাস্থ্যৰ যত্নৰ লগতে সৌন্দৰ্য চৰ্চা আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। সুন্দৰ হৈ থাকিবলৈ সকলোৰে মন যায়। পাছে বহুতৰে বহুতো সমস্যা। কাৰোবাৰ অৰ্থৰ, কাৰোবাৰ সময়ৰ, আন কাৰোবাৰ আকৌ বিভিন্ন ছালৰ সমস্যা। যি কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে।

কিন্তু তাৰেই মাজতে সমস্যাবিহীন এক ছালৰ গৰাকী হোৱাৰ আশা সকলো পুৰুষ কিম্বা মহিলাৰে। কাৰোবাৰ হয়তো শালমন, ক’লা দাগৰ সমস্যা আৰু আন কাৰোবাৰ হয়তো বয়সৰ চাপ, হোৱাইট হেডছ, ব্লেকহেডছৰ সমস্যা।

সঠিক খাদ্যাভ্যাস, ভাল টোপনি, সুন্দৰ এটা মন আৰু ছালৰ সঠিক যত্নই হৈছে সুন্দৰ হোৱাৰ মূলমন্ত্র। পাছে বজাৰৰ সামগ্ৰীৰ সলনি ঘৰত অতি সহজতে পোৱা এবিধ সামগ্ৰীৰ সহায়ত লাভ কৰিব পাৰে দাগবিহীন সুন্দৰ ছাল।

সেই সামগ্ৰী বিধেই হৈছে আলু। আলুৱে ছালৰ বিভিন্ন সমস্যা দূৰ কৰি এখন সুন্দৰ ছালৰ গৰাকী হোৱাত সহায় কৰে। আলুত প্ৰচুৰ পৰিমাণে ভিটামিন B, ভিটামিন C, ভিটামিন K, কপাৰ, ছালফাৰ আছে যাৰ বাবে ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

কেৱল ছালৰ উজ্জলতাই নহয়, আলুৰ ব্যৱহাৰে বয়সৰ চাপ কমায়, ক’লা দাগ দূৰ কৰে আৰু ছালৰ মৃত কোষ আঁতৰোৱাত সহায় কৰে।

কিদৰে ব্যৱহাৰ কৰিব-
১- মুখৰ ক’লা দাগ-
এটা আলুৰ ৰস, এচামুছ নেমুৰ ৰস আৰু মূলতানি মাটিৰ ফেচপেক লগাই ১৫ মিনিটৰ পিছত ধুই পেলাওক। এই পেক তৈলাক্ত ছালৰ বাবে উপকাৰী।

শুকান ছালৰ গৰাকী সকলে আলুৰ ৰস, গোলাপ জল আৰু মৌৰ মাস্ক ব্যৱহাৰ কৰিলে সুফল পাব।

কেৱল কেঁচা আলুৰ ৰস লগালেও সুফল পাব।

২- চকুৰ তলৰ ক’লা দাগ-
আলু পাতল পাতল কৈ চকলিয়াই লৈ চকুৰ পতাত লগাওঁক ১০-১৫ মিনিট মান ৰাখি পিছত ধুই পেলাওক। সপ্তাহত দুই তিনিদিন এনেদৰে কৰিলে সুফল পাব।

শুকান ছালৰ গৰাকীসকলে এটা আলুৰ পেষ্ট বনাই তাৰ লগত মৌ মিহলাই কপাহেৰে চকুৰ তলৰ ক’লা পৰা অংশত লগাওক।

আলুৰ ৰসৰ লগত সম পৰিমানে নেমুৰ ৰস লগালেও চকুৰ তলৰ কলা দাগ কমি যায়।

৩-বয়সৰ চাপ –
আলুৰ পেষ্ট আৰু দৈ সম পৰিমাণে লৈ মাস্ক হিচাপে ১০ৰ পৰা ১৫ মিনিটৰ বাবে লগাওঁক। শুকান ছালৰ বাবে ইয়াৰ লগত সম পৰিমানে অলিভ অইল মিহলাই মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে।

৪- ৰ’দে পোৰা ছাল
এই সমস্যাত আলুৰ ৰস, তিয়ঁহৰ ৰস, বিলাহীৰ ৰস সম পৰিমাণে মিহলাই ১০-১৫ মিনিট মান লগাই পিছত শীতল পানীৰে ধুই দিয়ক। সপ্তাহত ৩ দিন তেনে কৰিলে সুফল লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam Live Carebeauty tipsPotato Tipsskin care
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী
জীৱনশৈলী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

September 11, 2026
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?
জীৱনশৈলী

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

September 11, 2026
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?
জীৱনশৈলী

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

September 11, 2026
Next Post
আৰম্ভ নৱৰাত্ৰিৰ গজকেশৰী যোগ, এই ৪ ৰাশিৰ ধনৰ আগমণ, সৌভাগ্য, সন্মান বৃদ্ধিৰ যোগ

আৰম্ভ নৱৰাত্ৰিৰ গজকেশৰী যোগ, এই ৪ ৰাশিৰ ধনৰ আগমণ, সৌভাগ্য, সন্মান বৃদ্ধিৰ যোগ

চন্দ্ৰ-বৃহস্পতিৰ গজকেশৰী যোগত ২দিনতে দূৰ হ’ব সকলো সমস্যা, ধন লাভ সম্ভৱ ৪ৰাশিৰ

চন্দ্ৰ-বৃহস্পতিৰ গজকেশৰী যোগত ২দিনতে দূৰ হ'ব সকলো সমস্যা, ধন লাভ সম্ভৱ ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.