• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাৰধাম যাত্ৰা আৰম্ভৰ প্ৰথম মাহতেই মৃত্যু ৮৩গৰাকী তীৰ্থযাত্ৰীৰ! কেদাৰনাথ যোৱাৰ পথত মৃত্যুৰ সংখ্যা সবাতোকৈ বেছি, আঁৰত কি কাৰণ?

চাৰধাম যাত্ৰা আৰম্ভৰ প্ৰথম মাহতেই মৃত্যু ৮৩গৰাকী তীৰ্থযাত্ৰীৰ! কেদাৰনাথ যোৱাৰ পথত মৃত্যুৰ সংখ্যা সবাতোকৈ বেছি, আঁৰত কি কাৰণ?

9 months ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

14 minutes ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

52 minutes ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

1 hour ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

2 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

3 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

20 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

20 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

21 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

21 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

22 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

23 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চাৰধাম যাত্ৰা আৰম্ভৰ প্ৰথম মাহতেই মৃত্যু ৮৩গৰাকী তীৰ্থযাত্ৰীৰ! কেদাৰনাথ যোৱাৰ পথত মৃত্যুৰ সংখ্যা সবাতোকৈ বেছি, আঁৰত কি কাৰণ?

চাৰধাম যাত্ৰা আৰম্ভৰ প্ৰথম মাহতেই মৃত্যু ৮৩গৰাকী তীৰ্থযাত্ৰীৰ! কেদাৰনাথ যোৱাৰ পথত মৃত্যুৰ সংখ্যা সবাতোকৈ বেছি, আঁৰত কি কাৰণ?

editor by editor
June 6, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
চাৰধাম যাত্ৰা আৰম্ভৰ প্ৰথম মাহতেই মৃত্যু ৮৩গৰাকী তীৰ্থযাত্ৰীৰ! কেদাৰনাথ যোৱাৰ পথত মৃত্যুৰ সংখ্যা সবাতোকৈ বেছি, আঁৰত কি কাৰণ?
0
SHARES
230
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাৰধাম যাত্ৰাৰ আৰম্ভণিৰ প্ৰথম মাহতেই ৮৩ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে৷ তেওঁলোকৰ মাজত বেছিভাগেই হৃদৰোগত আক্ৰান্ত হৈছিল৷ আকৌ কোনো কোনোৰ মৃত্যু হৈছিল হাই অলটিটিউড চিকনেছৰ কাৰণে৷ স্থানীয় সূত্ৰৰ খবৰ অনুসৰি কেদাৰনাথ যোৱাৰ পথত তীৰ্থযাত্ৰীৰ মৃত্যুৰ সংখ্যা সকলোতকৈ বেছি৷ চাৰধাম যাত্ৰাৰ ৩৮ জনৰ মৃত্যু হৈছে এই যাত্ৰাপথত৷ বদ্ৰীনাথ যোৱাৰ পথত মৃত্যু হৈছে ১৭ জনৰ, গংগোত্ৰীত ১৫ জন আৰু যমুনাত্ৰীত ১৩ জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে৷ চিকিৎসকে জনাইছে যে অতিৰিক্ত উচ্চতাৰ কাৰণে কম অক্সিজেন, দীৰ্ঘ পাহাৰীয়া পথত যাত্ৰা কৰাৰ কাৰণে হঠাৎ হৃদযন্ত্ৰৰ সমস্যা ইত্যাদি কাৰণেই বহুতেই অসুস্থ হৈ পৰে৷ বহুতেই তাতেই মৃত্যুক সাবটি লৈছে৷ উত্তৰাখণ্ড প্ৰশাসনৰ সূত্ৰৰ খবৰ অনুসৰি ৫ জুন পৰ্যন্ত ২২ লাখৰ বেছি তীৰ্থযাত্ৰীয়ে চাৰধাম দৰ্শন কৰিছে৷

৫ জুনত ৭৮ হাজাৰ তীৰ্থযাত্ৰীয়ে চাৰধাম দৰ্শন কৰিছে৷ সেই দিনটোত কেদাৰনাথ দৰ্শন কৰিছে ২৪ হাজাৰ ৮৭১ জনে৷ বদ্ৰীনাথত ২৩ হাজাৰ ৭২৯জন, গংগোত্ৰীত ১৩ হাজাৰ ১১৭, যমুনাত্ৰীত ৯ হাজাৰ ৮৮০ আৰু হেমকুণ্ডত ৭ হাজাৰ ১৮৯ জন তীৰ্থযাত্ৰী গৈছে৷

প্ৰশাসনৰ সূত্ৰৰ খবৰ অনুসৰি এই বছৰ চাৰধাম যাত্ৰাত বৰ্তমান পৰ্যন্ত যিমান তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে তাৰ বেছিভাগৰেই মৃত্যু স্বাস্থ্য সংক্ৰান্তীয় কাৰণত৷ উত্তৰাখণ্ডৰ স্বাস্থ্যসচিব আৰ ৰাজেশ কুমাৰে কয়, ‘বৃহৎ সংখ্যক তীৰ্থযাত্ৰীক চিকিৎসা শিৱিৰসমূহত মৃত অৱস্থাতেই লৈ অহা হৈছে৷ বিগত বছৰৰ তুলনাত এইবাৰ অৱশ্যে মৃতকৰ সংখ্যা কম৷’ স্বাস্থ্য্যসচিবে লগতে কয়, ‘যাত্ৰা আৰম্ভৰ প্ৰথম মাহত ৪ লাখ ৩০ হাজাৰ তীৰ্থযাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল৷ সমগ্ৰ যাত্ৰাপথত চিকিৎসাৰ পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে৷ ৬৯ জন মেডিকেল অফিচাৰ, ১২১ গৰাকী নাৰ্ছ, ২৬ ফাৰ্মাচিষ্ট, ৩০৯খন অক্সিজেন সজ্জিত শয্যা, ৬ টা আই চি ইউ কক্ষ, এম্বুলেন্স, ব্লাডবেংকৰো ব্যৱস্থা ৰখা হৈছে৷

বিগত ৩০ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে চাৰধাম যাত্ৰা৷ সেই দিনাই গংগোত্ৰী আৰু যমুনাত্ৰীৰো দুৱাৰ খুলি দিয়া হব তীৰ্থযাত্ৰীৰ বাবে৷ বিগত ২ মে’ত কেদাৰনাথৰ দুৱাৰ খুলি দিয়া হৈছে আৰু বদ্ৰীনাথ ধাম খুলি দিয়া হৈছে ৪ মে’ত৷ এপ্ৰিলৰ পৰা জুনৰ প্ৰথম সপ্তাহৰ মাজত ৮৩ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?
জীৱনশৈলী

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ
জীৱনশৈলী

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

March 13, 2026
Next Post
নিজকে মুছলমান দাবী কৰিলেও এইসকল লোকে কোনো কাৰণতে পাতিব নোৱাৰিব ঈদ, ঈদ পালনত নিষেধাজ্ঞা জাৰি কৰিলে শ্বাহবাজ শ্বৰিফৰ চৰকাৰে, নিয়ম ভাঙিলেই ভৰিব মোটা জৰিমনা

নিজকে মুছলমান দাবী কৰিলেও এইসকল লোকে কোনো কাৰণতে পাতিব নোৱাৰিব ঈদ, ঈদ পালনত নিষেধাজ্ঞা জাৰি কৰিলে শ্বাহবাজ শ্বৰিফৰ চৰকাৰে, নিয়ম ভাঙিলেই ভৰিব মোটা জৰিমনা

দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি… আৰু কি কি লাভালাভ?

দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি... আৰু কি কি লাভালাভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.