• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজকে মুছলমান দাবী কৰিলেও এইসকল লোকে কোনো কাৰণতে পাতিব নোৱাৰিব ঈদ, ঈদ পালনত নিষেধাজ্ঞা জাৰি কৰিলে শ্বাহবাজ শ্বৰিফৰ চৰকাৰে, নিয়ম ভাঙিলেই ভৰিব মোটা জৰিমনা

নিজকে মুছলমান দাবী কৰিলেও এইসকল লোকে কোনো কাৰণতে পাতিব নোৱাৰিব ঈদ, ঈদ পালনত নিষেধাজ্ঞা জাৰি কৰিলে শ্বাহবাজ শ্বৰিফৰ চৰকাৰে, নিয়ম ভাঙিলেই ভৰিব মোটা জৰিমনা

1 year ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

9 minutes ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

2 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

3 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

3 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

4 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

5 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

6 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

7 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

7 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

7 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

8 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজকে মুছলমান দাবী কৰিলেও এইসকল লোকে কোনো কাৰণতে পাতিব নোৱাৰিব ঈদ, ঈদ পালনত নিষেধাজ্ঞা জাৰি কৰিলে শ্বাহবাজ শ্বৰিফৰ চৰকাৰে, নিয়ম ভাঙিলেই ভৰিব মোটা জৰিমনা

নিজকে মুছলমান দাবী কৰিলেও এইসকল লোকে কোনো কাৰণতে পাতিব নোৱাৰিব ঈদ, ঈদ পালনত নিষেধাজ্ঞা জাৰি কৰিলে শ্বাহবাজ শ্বৰিফৰ চৰকাৰে, নিয়ম ভাঙিলেই ভৰিব মোটা জৰিমনা

editor by editor
June 6, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
নিজকে মুছলমান দাবী কৰিলেও এইসকল লোকে কোনো কাৰণতে পাতিব নোৱাৰিব ঈদ, ঈদ পালনত নিষেধাজ্ঞা জাৰি কৰিলে শ্বাহবাজ শ্বৰিফৰ চৰকাৰে, নিয়ম ভাঙিলেই ভৰিব মোটা জৰিমনা
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহমেদিয়া সম্প্ৰদায়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে পাকিস্তান চৰকাৰে৷ পঞ্জাৱ প্ৰদেশৰ এই সম্প্ৰদায়ক ঈদ পালন কৰিবলৈ মানা কৰিছে আৰক্ষীয়ে৷ আনকি ঘৰৰ ভিতৰতো ঈদ পালন কৰিব নোৱাৰিব বুলি জনাই দিছে পাক আৰক্ষীয়ে৷ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ আৰক্ষীয়ে আহমেদিয়া সম্প্ৰদায়ৰ মানুহক বিশেষ কাগজত ছহী কৰাই লৈছে যাতে তেওঁলোকে কোনো ঈদৰ আচাৰ-অনুষ্ঠান পালন নকৰে৷ সেয়া নামানিলে পাঁচ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ কথাও স্পষ্টকৈ জনাই দিয়া হৈছে৷

সেই দেশৰ স্থানীয় সংবাদমাধ্যম ডন ৰ প্ৰতিবেদন অনুসৰি পঞ্জাৱ আৰু সিন্ধু প্ৰদেশৰ কেইবাখনো জিলাত প্ৰশাসনে আহমেদিয়া সম্প্ৰদায়ৰ সদস্যসকলক আটক কৰিছে আৰু তেওঁলোকক ঈদ উদযাপন নকৰাৰ প্ৰতিশ্ৰুতিও আদায় কৰি কাগজত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ নিয়ম লংঘনত মোটা জৰিমনা বিহাৰ কথাও জনাই দিয়া হৈছে৷ কিছু ক্ষেত্ৰত ক্ষতিপূৰণো দাবী কৰা হৈছে৷

পাকিস্তানৰ আহমেদিয়া সম্প্ৰদায়ৰ ২০ লাখতকৈ বেছি মানুহে দীৰ্ঘদিন ধৰি নিয়মতান্ত্ৰিক নিৰ্যাতনৰ সন্মুখীন হৈ আছে৷ ১৯৭৮ চনত এক সাংবিধানিক সংশোধনীয়ে আহমেদিসকলৰ অমুছলমান ঘোষণা কৰে আৰু ১৯৮৪ চনত এখন অধ্যাদেশেৰে তেওঁলোকৰ ধৰ্মীয় ৰীতিনীতিক নিষিদ্ধ হিচাপে ঘোষণা কৰে৷ যাৰ মাজত আছে ইছলামিক শুভেচ্ছা জনোৱা, মছজিদক উপাসনালয় হিচাপে বিবেচনা কৰা আৰু কোৰান পঢ়া৷

এমেনেষ্টি ইণ্টাৰনেশ্ব্যনেলৰ মতে কেৱল ২০২৪ চনৰ জুন মাহত পঞ্জাৱত ঈদ পালন কৰাৰ অভিযোগত নিৰ্বিচাৰে গ্ৰেপ্তাৰ কৰা হৈছিল বহুজনক৷ ২০২৪ চনৰ মাৰ্চ মাহত খুচাবে কট্টৰপন্থী তেহৰিক ই লাব্বাইক পাকিস্তানৰ কৰ্মীয়ে প্ৰায় ১০০ টা আহমেদি কবৰ নষ্ট কৰিছিল৷ সম্প্ৰতি লাহোৰ হাইকৰ্টে বাৰে এছচিয়েছন পঞ্জাৱৰ আৰক্ষীক চিঠি লিখি আহমেদিসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আবেদন জনাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?
প্ৰযুক্তি

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

July 10, 2026
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?
বিনোদন

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

July 10, 2026
Next Post
দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি… আৰু কি কি লাভালাভ?

দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি... আৰু কি কি লাভালাভ?

মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ? মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে?

মেঘালয়ৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ প্ৰেৰণ? মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.