• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮৯ বছৰত যৌনতাত মত্ত বৃদ্ধ! ৮৭ বছৰীয়া বৃদ্ধাক বলপূৰ্বক সংগম, হেল্পলাইন নম্বৰত ফোন কৰি সহায় বিচাৰিলে পত্নীয়ে

3 years ago
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

40 minutes ago
মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

1 hour ago
জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

2 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

3 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

4 hours ago
৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

5 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

৮৯ বছৰত যৌনতাত মত্ত বৃদ্ধ! ৮৭ বছৰীয়া বৃদ্ধাক বলপূৰ্বক সংগম, হেল্পলাইন নম্বৰত ফোন কৰি সহায় বিচাৰিলে পত্নীয়ে

editor by editor
April 22, 2023
in অপৰাধ, জীৱনশৈলী, স্বাস্থ্য
0
৮৯ বছৰত যৌনতাত মত্ত বৃদ্ধ! ৮৭ বছৰীয়া বৃদ্ধাক বলপূৰ্বক সংগম, হেল্পলাইন নম্বৰত ফোন কৰি সহায় বিচাৰিলে পত্নীয়ে
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দম্পতিহালৰ বয়সে ৮০ অতিক্ৰম কৰিছে৷ কিন্তু ৮৯ বছৰতো বৃদ্ধৰ কমা নাই যৌনতাৰ আব্দাৰ৷ বৃদ্ধৰ যৌন আব্দাৰ পুৰাবলৈ গৈ শাৰিৰীক মানসিকভাৱে ভাঙি পৰিছিে ৮৭ বছৰীয়া বৃদ্ধা৷ সংগমত বাধা দিলেই পত্নীক বেয়া ব্যৱহাৰ কৰে বৃদ্ধই৷ দাম্পত্য জীৱনৰ কৰুণ পৰিস্থিতিৰ পৰা ৰেহাই পাবলৈ বৃদ্ধাই লৈছে বিশেষ পদক্ষেপ৷ বৃদ্ধ স্বামীৰ যৌন কামনাত অতিষ্ঠ হৈ স্বেচ্ছাসেৱী সংস্থাৰ সাহায্যৰ বাবে কাষ চাপিছে বৃদ্ধা৷ ঘটনাটো গুজৰাটৰ বৰোদাত।

গুজৰাটত মহিলাসকলৰ বাবে বিশেষ হেল্পলাইন নম্বৰো মুকলি কৰিছিল গুজৰাট চৰকাৰে। হেল্পলাইন নম্বৰ ১৮১ ত ফোন কৰি যিকোনো মহিলাই হেল্প বিচাৰিব পাৰে। নাৰী সুৰক্ষা হেল্পলাইন নম্বৰত ফোন কৰি নিজৰ দুৰ্দশাৰ কথা জনাইছে বৃদ্ধাগৰাকীয়ে। ঘটনাটো প্ৰথম পোহৰলৈ আছিল বিগত বৰ্ষত। সেই সময়ত ঘটনাটোক লৈ চৰ্চাও হৈছিল। ‘অভয়ম’ নামৰ সংশ্লিষ্ঠ হেল্পলাইন নম্বৰত ফোন কৰি সমস্যাৰ কথা জনাইছিল বৃদ্ধাগৰাকীয়ে।

উল্লেখ্য যে স্বামীৰ শাৰীৰিক চাহিদা পুৰাবলৈ গৈ অসুস্থ হৈ পৰিছিল বৃদ্ধাগৰাকী। ৮৯ বছৰীয়া বৃদ্ধগৰাকী এজন অৱসৰপ্ৰাপ্ত ইঞ্জিনীয়াৰ। বৃদ্ধা মহিলাগৰাকীৰ স্বাস্থ্য বেয়া হোৱা স্বত্ত্বেও এইদৰে যৌন চাহিদা পুৰাবলৈ যোৱাটো অপৰাধ বুলিয়েই গণ্য কৰা হয় বুলি জনাইছে স্বেচ্ছাসেৱী সংস্থাটোৱে। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই বৃদ্ধগৰাকীক কাউন্সিলিং কৰা হৈছে। বৃদ্ধক যোগাসন কৰাৰ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে। ইয়াৰোপৰি বৃদ্ধক যৌন বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰো পৰামৰ্শ দিছে সংস্থাটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?
জীৱনশৈলী

June 2, 2026
মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?
জীৱনশৈলী

মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

June 2, 2026
জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক
জীৱনশৈলী

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

June 2, 2026
মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?
জীৱনশৈলী

মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

June 2, 2026
Next Post
চিৰবৈৰী পাকিস্তানে ঈদৰ দিনাই ল’লে ভাৰতৰ নাম! ইছলামাবাদত কিয় গুঞ্জৰিত হৈছে ভাৰতৰ নাম?

বিলাসী হ’লেও দেশী ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ কৰে মুকেশ আম্বানীয়ে! এই ৰেষ্টুৰেণ্টখনৰ বিশেষত্ব কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন