• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিলাসী হ’লেও দেশী ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ কৰে মুকেশ আম্বানীয়ে! এই ৰেষ্টুৰেণ্টখনৰ বিশেষত্ব কি?

বিলাসী হ’লেও দেশী ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ কৰে মুকেশ আম্বানীয়ে! এই ৰেষ্টুৰেণ্টখনৰ বিশেষত্ব কি?

3 years ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

25 minutes ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

60 minutes ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

1 hour ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

4 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

4 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

4 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

5 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

5 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

6 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

6 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

7 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

বিলাসী হ’লেও দেশী ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ কৰে মুকেশ আম্বানীয়ে! এই ৰেষ্টুৰেণ্টখনৰ বিশেষত্ব কি?

editor by editor
April 22, 2023
in খাদ্য, জীৱনশৈলী, বিবিধ, ভাৰত
0
বিলাসী হ’লেও দেশী ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ কৰে মুকেশ আম্বানীয়ে! এই ৰেষ্টুৰেণ্টখনৰ বিশেষত্ব কি?
0
SHARES
571
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুকেশ আম্বানীৰ ব্যক্তিগত জীৱনক জনাৰ বাবে বহুজনেই আগ্ৰহী। এণ্টিলিয়াৰ ভিতৰত থকা সম্পত্তিৰ পৰিমান জানিবলৈ বহুজনেই আগ্ৰহী। আম্বানী পৰিয়ালক হৈ কৌতুহলৰ অন্তও নাই। আম্বানীৰ খাদ্যৰ তালিকা জানিবলৈকো আগ্ৰহী বহুজন। শেহতীয়াকৈ আম্বানীৰ খাদ্যসম্ভাৰক লৈ পোহৰলৈ আহিছে বিশেষ তথ্য। ধনকুবেৰ আম্বানী খাদ্যৰসিকো। বয়সে অৰ্ধ চেঞ্চুৰী পাৰ কৰিলেও খাদ্যক লৈ বেছ ৰুচি থকা মানুহ মুকেশ আম্বানী। আম্বানীৰ বৰ্তমান বয়স ৬০ বছৰ। বিভিন্ন সাক্ষাৎকাৰক খাদ্যৰ প্ৰতি থকা ৰুচিৰ কথা নিজেই জনাই আহিছে আম্বানীয়ে।

তেওঁ খাদ্যৰ ৰুচি সন্দৰ্ভত কয়, ‘মই খাদ্যৰসিক মানুহ। কিন্তু সকলোবোৰেই নিয়ম মানি খাওঁ। পৰিমান কমকৈ লওঁ।’ আম্বানীয়ে ইচ্ছা কৰিলে দেশ বিদেশৰ দামী দামী খাদ্যৰ স্বাদ প্ৰতিদিনেই ল’ব পাৰে। বিশ্বৰ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টলৈ যাব পাৰে। কিন্তু মুকেশ আম্বানীয়ে তেনে নকৰি এণ্টিলিয়াৰ কাষৰে এখন ৰেষ্টুৰেণ্টত দৈনিক খাদ্যৰ অৰ্ডাৰ দিয়ে। সেই ৰেষ্টুৰেণ্টত দীৰ্ঘদিন ধৰি খাদ্য গ্ৰহণ কৰি আহিছে আম্বানীয়ে। আম্বানীয়ে খাদ্য গ্ৰহণ কৰাৰ পূৰ্বেও এই ৰেষ্টুৰেণ্ট মুম্বাইৰ এখন জনপ্ৰিয় ৰেষ্টুৰেণ্ট। ‘স্বাতী স্নেকছ’ নাম ল’লেই মুম্বাইৰ দেশী বিদেশী পৰ্যটকৰ মুখ্য আকৰ্ষণ। সেই বিশেষ দোকানখনৰ পৰাই আম্বানীয়ে সপ্তাহত সংগ্ৰহ কৰে ভেলপুৰি।

উল্লেখ্য যে, ‘স্বাতী স্নেকছ’ৰ ভেলপুৰি আৰু দহি বড়া আম্বানীৰ সকলোতকৈ বেছি পছন্দৰ। বহুতেই দাবী কৰে যে বিদেশলৈ গ’লেও আম্বানীয়ে ‘স্বাতী স্নেকছ’ৰ এই দুবিধ খাদ্যৰ নাম লয়। কেৱল মুকেশ আম্বানীয়েই নহয় তেওঁৰ পৰিয়ালৰ আন সদস্যসকলেও এই ৰেষ্টুৰেণ্টত খাদ্যগ্ৰহণ কৰে। আম্বানীৰ পৰিয়ালক বাদ দি ভাৰতীয় দলৰ বহুকেইগৰাকী ক্ৰিকেটাৰেই তাত খাদ্য গ্ৰহণ কৰে। তবলাবাদক জাকিৰ হুছেইনেও তাত খাদ্য গ্ৰহণৰ বাবে আহে। আনকি এপলৰ চিইঅ’ টম কুক মুম্বাইলৈ আহোতে এই ‘স্বাতী স্নেকছ’তেই খাদ্য গ্ৰহণ কৰাৰ ফটো ভাইৰেল হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা
ভাৰত

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

October 14, 2026
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Next Post
পুৰুষ মিছাতেই বদনামী! যৌনসংগীৰে পুৰুষতকৈ আগবাঢ়ি আছে মহিলা, ১১ ৰাজ্যৰ মহিলাৰ পুৰুষতকৈ যৌনসংগী বেছি, মূল একাদশত আছে অসমৰো নাম

পুৰুষ মিছাতেই বদনামী! যৌনসংগীৰে পুৰুষতকৈ আগবাঢ়ি আছে মহিলা, ১১ ৰাজ্যৰ মহিলাৰ পুৰুষতকৈ যৌনসংগী বেছি, মূল একাদশত আছে অসমৰো নাম

পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰ নহয়, খালিস্তানী নেতা অমৃতপাল আৰু সহযোগীক ৰখাৰ বাবে কিয় অসমৰ কাৰাগাৰ বাচি লোৱা হ’ল? সবিশেষ…

পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰ নহয়, খালিস্তানী নেতা অমৃতপাল আৰু সহযোগীক ৰখাৰ বাবে কিয় অসমৰ কাৰাগাৰ বাচি লোৱা হ’ল? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.