• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, মাটিৰে শিৱ লিংগ বনাই আছিল, তেনেতে দেৱাল খহি একেলগে প্ৰাণ হেৰুৱালে ৯ শিশুৱে

অতিকে শোকাৱহ, মাটিৰে শিৱ লিংগ বনাই আছিল, তেনেতে দেৱাল খহি একেলগে প্ৰাণ হেৰুৱালে ৯ শিশুৱে

2 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

8 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

9 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

10 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

10 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

10 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

11 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

13 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

13 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

14 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

14 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

15 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অতিকে শোকাৱহ, মাটিৰে শিৱ লিংগ বনাই আছিল, তেনেতে দেৱাল খহি একেলগে প্ৰাণ হেৰুৱালে ৯ শিশুৱে

editor by editor
August 4, 2024
in বিশ্ব, ভাৰত
0
অতিকে শোকাৱহ, মাটিৰে শিৱ লিংগ বনাই আছিল, তেনেতে দেৱাল খহি একেলগে প্ৰাণ হেৰুৱালে ৯ শিশুৱে
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, মাটিৰে শিৱ লিংগ বনাই আছিল, তেনেতে দেৱাল খহি একেলগে প্ৰাণ হেৰুৱালে ৯ শিশুৱে

শাওন মাহৰ শিৱ পূজাৰ বিধি কৰিবৰ বাবে কেইবাটাও শিশু একত্ৰিত হৈ শিৱ লিংগ বনাই আছিল। কিন্তু তেনেতে সংঘটিত হোৱা এক দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৯ টা কৈ শিশুৱে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত।

আজি ৪ আগষ্ট তাৰিখ দেওবাৰে মধ্যপ্ৰদেশ সাগৰ জিলাৰ শ্বাহপুৰত ঘৰৰ দেৱাল ভাঙি ৯ টা শিশুৰ মৃত্যু। মৃত্যু হোৱাসকলৰ অধিকাংশই আছিল ১০ৰ পৰা ১৪ বছৰ বয়সৰ শিশু।

এই শিশুসকলে শ্বাহপুৰৰ হৰদয়াল মন্দিৰৰ সমীপত এটা চেড স্থাপন কৰি কাইলৈ সোমবাৰৰ শিৱপূজাৰ বাবে মাটিৰে শিৱলিংগ বনাই আছিল। তেতিয়া ঘৰৰ বেৰ ভাঙি চেডৰ তলত শিৱলিংগ বনাই থকা শিশু কেইটিৰ ওপৰত পৰি যায়।

https://x.com/ANI/status/1819987579191848991

দেৱাল খহি পৰাত ৯ টি কৈ শিসুৰ মৃত্যু হোৱাৰ লগতে আন কেইবাটিও শিশু আহত হয়। বৰ্তমানে আহত শিশুসকলৰ এজনক দামোহত আৰু বাকী সকলক সাগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বাতৰি লিখা পৰলৈ আহতৰ সংখ্যা জানিব পৰা হোৱা নাই। অৱশ্যে দামোহত ভৰ্তি কৰোৱা শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে শিশু কেইটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentchild diedmadhya pradeshSiva Linga
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
Next Post
পুনৰ ৰে’ল দুৰ্ঘটনা, দপদপাই জ্বলি উঠিল ৪ টাকৈ ডবা…

পুনৰ ৰে'ল দুৰ্ঘটনা, দপদপাই জ্বলি উঠিল ৪ টাকৈ ডবা...

SBI চেয়াৰমেনৰ বিশেষ মন্তব্য, এতিয়াৰ পৰা বেংক কৰ্মচাৰীয়ে কাম কৰিব লাগিব এনেদৰে

SBI চেয়াৰমেনৰ বিশেষ মন্তব্য, এতিয়াৰ পৰা বেংক কৰ্মচাৰীয়ে কাম কৰিব লাগিব এনেদৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.