ড্ৰাগছ মাফিয়াৰে আৰক্ষীৰ লিংক। হঠাৎ অসম আৰক্ষীয়ে গম পালে ৰাজ্যত চলি আছে ড্ৰাগছৰ বেহা। দক্ষ আৰক্ষী বিষয়াই চাকৰি কৰি যোৱা জিলাতো ওলাইছে দ’ম দ’ম ড্ৰাগছ।