• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি দৃশ্যমান হ’ব বছৰৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ

আজি দৃশ্যমান হ’ব বছৰৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ

5 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

14 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

15 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

16 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

16 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

17 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

18 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

19 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

19 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

20 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

21 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

21 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আজি দৃশ্যমান হ’ব বছৰৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ

editor by editor
June 10, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
আজি দৃশ্যমান হ’ব বছৰৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ
0
SHARES
8.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি দৃশ্যমান হ’ব ২০২১ বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ৷ ভাৰতত আংশিকভাৱে প্ৰভাৱ পৰিব সূৰ্যগ্ৰহণৰ৷ বৃহস্পতিবাৰে দিনৰ ১.৪২ বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৬.৪১ বজাত সমাপ্ত হ’ব৷ এয়া বৰ্ষটোৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ য’ত চন্দ্ৰই পৃথিৱীক প্ৰায় সম্পূৰ্ণৰূপে গ্ৰাস কৰিব৷ সূৰ্যৰ ৯৪% গ্ৰাস কৰিব চন্দ্ৰই৷ কেৱল সূৰ্যৰ বাহিৰৰ দৃশ্যহে দৃশ্যমান হ’ব৷ অৱশ্যে উত্তৰ কানাডা, গ্ৰীণলেণ্ড আৰু ৰাছিয়াত সম্পূৰ্ণ প্ৰভাৱ পৰিব এই গ্ৰহণৰ৷ ৫ ঘণ্টা ধৰি অব্যাহত থাকিব এই মহাজাগতিক প্ৰক্ৰিয়া৷ মহাকাশ সংস্থা NASA ই প্ৰকাশ কৰা তথ্য মতে, ভাৰতৰ কেৱল লাডাখ আৰু অৰুণাচল প্ৰদেশৰ পৰাহে দৃশ্যমান হ’ব এই মহাজাগতিক প্ৰক্ৰিয়া৷ NASA আৰু timeanddate.com য়ে লাইভ ষ্ট্ৰীমিঙৰ লিংক শ্বেয়াৰ কৰিব যাতে সকলোৱে অনলাইন দৃশ্যসমূহ উপভোগ কৰিব পাৰে৷ পঞ্জিকা অনুসৰি, এই সূৰ্যগ্ৰহণ জেঠ মাহৰ অমাৱস্যাত বৃষ ৰাশি আৰু মৃগশিৰা নক্ষত্ৰত সংঘটিত হ’ব। আজিৰ দিনটোত সাবিত্ৰী ব্ৰত আৰু শনি জয়ন্তীও পালন কৰা হ’ব। এই সংযোগ ১৪৮ বছৰৰ পাছত সংঘটিত হ’ব। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা সূৰ্যগ্ৰহণ এক জ্যোতিৰ্বিদ্যা সম্বন্ধীয় পৰিঘটনা। যেতিয়া চন্দ্ৰ, সূয্য আৰু পৃথিৱী একেডাল ৰেখাত অৱস্থান কৰে। উল্লেখ্য, গ্ৰহণৰ দৃশ্যৰ পৰা বিজ্ঞানীসকলে চন্দ্ৰ সম্পৰ্কে অধিক তথ্য আয়ত্ব কৰে বুলি প্ৰকাশ কৰে নাছাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arunachal pradeshasom live 24assam live 24axom live 24ladakhsolar eclipse 2021
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বৰঙণি

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বৰঙণি

স্বৰ্ণজয়ী বক্সাৰ নাংগাম ডিংকু সিঙৰ মৃত্যু

স্বৰ্ণজয়ী বক্সাৰ নাংগাম ডিংকু সিঙৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.