সুদীৰ্ঘ ২২ বছৰে এটি জৰাজীৰ্ণ কোঠাত আবদ্ধ এগৰাকী যুৱতী। ঘৰ মাজুলীৰ কমলাবাৰীৰ ওপৰকাটনী গাঁৱত। আপোন বুলিবলৈ কোনো নাই ভনীকন বৰাৰ। ইতিমধ্যে মানসিক ভাৰসাম্য হেৰুৱাইছে ভনীকনে। উন্নত চিকিৎসাৰ বাবে চৰকাৰলৈ অনুৰোধ স্থানীয় ৰাইজৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ