• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰত ধৰ্মান্তৰকৰণ!   

কাৰাগাৰত ধৰ্মান্তৰকৰণ!  

5 years ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

54 minutes ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

1 hour ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

1 hour ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

2 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

4 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

4 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

5 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

5 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

6 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

6 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

7 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাৰাগাৰত ধৰ্মান্তৰকৰণ!  

editor by editor
June 29, 2021
in গুৱাহাটী, বিবিধ, ভাৰত
0
কাৰাগাৰত ধৰ্মান্তৰকৰণ!   
0
SHARES
16.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কাৰাগাৰত ধৰ্ম সলনি কৰি পুনৰ কাৰাবাসৰ দিশে এগৰাকী কাৰবন্দী। কাৰাবন্দী উত্তৰ প্ৰদেশৰ তাৰাচান্দে বন্ধ কোঠৰীতেই সলনি কৰিছিল নিজৰ ধৰ্ম। হত্যাকাণ্ডৰ অভিযোগত কাৰাবাস খাটিছিল ব্যক্তিগৰাকীয়ে। পত্নীৰ অবৈধ প্ৰেমিকক হত্যা কৰি ৪২ মাহ জেলত কটাবলগীয়া হৈছিল তাৰাচান্দে। সুদীৰ্ঘ ৪২ মাহৰ অন্তত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল যদিও ধৰ্মান্তৰকৰণৰ অভিযোগত অন্য এক গোচৰ ৰুজু হয় তাৰাচান্দৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, উত্তৰ প্ৰদেশৰ মৌখাচ গাঁৱৰ তাৰাচন্দ প্ৰকৃততে হিন্দু ধৰ্মৰ ব্যক্তি। কিন্তু কাৰাবন্দী অৱস্থাতেই ইছলাম ধৰ্ম গ্ৰহণ কৰি নামাজ পঢ়িবলৈ লয় ব্যক্তিগৰাকীয়ে। ধৰ্মান্তৰকৰণৰ পাছত নিজৰ দাড়ি দীঘল কৰে তাৰাচন্দে। কাৰামুক্ত হোৱাৰ পাছত পোহৰলৈ আহে এই কথা। ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। সম্প্ৰতি তাৰাচান্দক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। নামাজ পঢ়াৰ উপৰিও হিন্দু দেৱ-দেৱীকো পূজা অৰ্চনা আগবঢ়ায় ব্যক্তিগৰাকীয়ে। তাৰাচান্দ ঘৰলৈ ঘূৰি অহাৰ পাছত যেতিয়া নামাজ পঢ়িবলৈ লয় আচম্বিত পৰিয়াল তথা অঞ্চলবাসীয়ে ইয়াৰ বিৰোধীতা কৰাৰ লগতে ধৰ্মান্তৰকৰণৰ অভিযোগত গোচৰ ৰুজু কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24uttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
Next Post
দেশত শীঘ্ৰেই কাৰ্যকৰী হ’ব ‘এক দেশ, এক ৰেচন কাৰ্ড’ আঁচনি

দেশত শীঘ্ৰেই কাৰ্যকৰী হ’ব ‘এক দেশ, এক ৰেচন কাৰ্ড’ আঁচনি

ডাম্পিং গ্ৰাউণ্ড চন্দ্ৰপুৰত ক্ষোভৰ জুই

ডাম্পিং গ্ৰাউণ্ড চন্দ্ৰপুৰত ক্ষোভৰ জুই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.