• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ খন চৰকাৰী হাস্পতালত ভৰ্তি নকৰিলে প্ৰসূতিক

6 years ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

40 minutes ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

2 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

3 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

4 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

5 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

6 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৩ খন চৰকাৰী হাস্পতালত ভৰ্তি নকৰিলে প্ৰসূতিক

অট’ত মৃত সন্তান জন্ম

editor by editor
July 21, 2020
in ভাৰত, স্বাস্থ্য
0
৩ খন চৰকাৰী হাস্পতালত ভৰ্তি নকৰিলে প্ৰসূতিক
0
SHARES
66
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হাস্পতালে হাস্পতালে ঘূৰি ফুৰিবলগা হ’ল এগৰাকী প্ৰসূতি। প্ৰসৱ বেদনাত ছটফটাই থকা মহিলাগৰাকীক লৈ এখন অট’ ঘূৰি ফুৰিল হাস্পতালে হাস্পতালে। ৩ খন চৰকাৰী হাস্পতাললৈ গৈয়ো চিকিৎসা নাপালে প্ৰসূতিগৰাকীয়ে। অৱশেষত এখন হাস্পতালৰ প্ৰৱেশ পথত অট’তেই এটি সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। চিকিৎসাৰ অভাৱত জন্মৰ লগে লগেই মৃত্যু হয় শিশুটিৰ। এই ঘটনা সংঘটিত হৈছে বাংগালুৰুত। বাংগালুৰুৰ শ্ৰীৰামপুৰ চৰকাৰী হাস্পতাল, ভিক্ট’ৰীয়া হাস্পতাল আৰু কে চি জেনেৰেল হাস্পতাললৈ গৈয়ো চিকিৎসা নাপালে মহিলাগৰাকীয়ে। কে চি জেনেৰেল হাস্পতালৰ বাহিৰত অট’খনতেই প্ৰসৱ কৰিলে মহিলাগৰাকীয়ে। এতিয়া তিনিওখন হাস্পতালে আত্মপক্ষ সমৰ্থনত বাৰেবিংকৰা যুক্তি দাঙি ধৰিছে। এয়াই দেশৰ স্বাস্থ্যখণ্ডৰ উন্নয়ন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24union health minister of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
Next Post
GMCH নে গুণ্ডাৰ ছাউনী!

GMCH নে গুণ্ডাৰ ছাউনী!

নগাঁৱৰ বৰঘৰত ক’ৰোনা

নগাঁৱৰ বৰঘৰত ক’ৰোনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন