• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

2 months ago
কৰুণ, হৃদয়বিদাৰক ঘটনা, স্বামীক বচাবলৈ গৈ পত্নী-পুত্ৰৰো কৰুণ মৃত্যু

কৰুণ, হৃদয়বিদাৰক ঘটনা, স্বামীক বচাবলৈ গৈ পত্নী-পুত্ৰৰো কৰুণ মৃত্যু

19 minutes ago
বিদ্যালয়ত পিন্ধিব নোৱাৰিব বোৰ্খা-নিকাব, নতুন শিক্ষা আইনক লৈ তীব্ৰ বিতৰ্ক

বিদ্যালয়ত পিন্ধিব নোৱাৰিব বোৰ্খা-নিকাব, নতুন শিক্ষা আইনক লৈ তীব্ৰ বিতৰ্ক

40 minutes ago
বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

2 hours ago
বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

3 hours ago
হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

3 hours ago
চাইবাৰ প্ৰৱঞ্চনাত নিয়োজিত ১৬৪ বিদেশী নাগৰিকক উদ্ধাৰ

চাইবাৰ প্ৰৱঞ্চনাত নিয়োজিত ১৬৪ বিদেশী নাগৰিকক উদ্ধাৰ

4 hours ago
মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু

মৰ্মান্তিক ঘটনা! পুখুৰীত ডুবি ৩ কণমানি ভাতৃ-ভগ্নীৰ মৃ*ত্যু

4 hours ago
২০২৭ত ক’ভিডতকৈও ভয়ংকৰ সংকটৰ আশংকা!

২০২৭ত ক’ভিডতকৈও ভয়ংকৰ সংকটৰ আশংকা!

5 hours ago
আজি খুলিব ভাগ্যৰ দুৱাৰ, এই ৫ ৰাশিয়ে লাভ কৰিব কষ্টৰ ফল

আজি খুলিব ভাগ্যৰ দুৱাৰ, এই ৫ ৰাশিয়ে লাভ কৰিব কষ্টৰ ফল

5 hours ago
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ৮৫০লৈ বৃদ্ধি পাব লোকসভাৰ আসনৰ সংখ্যা!

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ৮৫০লৈ বৃদ্ধি পাব লোকসভাৰ আসনৰ সংখ্যা!

17 hours ago
শুক্ৰ-বৃহস্পতিৰ শুভ সংযোগ! ভাগ্য সলনি হ’ব পাৰে ৪ ৰাশিৰ

শুক্ৰ-বৃহস্পতিৰ শুভ সংযোগ! ভাগ্য সলনি হ’ব পাৰে ৪ ৰাশিৰ

17 hours ago
অসমত জলপ্ৰপাতকেন্দ্ৰিক পৰ্যটন

অসমত জলপ্ৰপাতকেন্দ্ৰিক পৰ্যটন

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিৰ উপকাৰিতা কি কি জানক

editor by editor
September 17, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
0
SHARES
22
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় সকলোৰে পাকঘৰত উপস্থিত থাকে মেথি গুটি। বহুতে নিশ্চয় শুনিছে যে ই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। কিন্তু একে সময়তে ই আমাৰ চুলিৰ বাবে উপকাৰী বুলি প্ৰমাণিত। ইয়াত বহু ধৰণৰ নিকোটিনিক এচিডৰ লগতে প্ৰ’টিন থাকে। যিয়ে আপোনাৰ চুলিক পুষ্টি প্ৰদান কৰাত সহায় কৰিব পাৰে। ইয়াৰ লগতে ইয়াত লেচিথিন পোৱা যায়, যিয়ে চুলিক শক্তিশালী আৰু কোমল কৰি ৰখাত সহায় কৰে। ইয়াক বহু ধৰণে ব্যৱহাৰ কৰিব পাৰে।

উফি নিয়ন্ত্ৰণ

মেথিৰ গুটিয়ে উফিৰ সমস্যাৰ পৰাও সকাহ দিব পাৰে। ইয়াৰ বাবে দুচামুচ পানীত ৰাতি তিয়াই ৰাখিব। এতিয়া এই পানী উতলাই ঠাণ্ডা হ’লে পিহি পেষ্ট বনাওক। ইয়াৰ পিছত এচামুচ সতেজ নেমুৰ ৰস আৰু এচামুচ অলিভ অইল দিব। এতিয়া এই পেষ্টেৰে মূৰটো মালিচ কৰি আধা ঘণ্টা ৰাখিব। ইয়াৰ পিছত মৃদু চেম্পুৰে চুলি ধুব।

চুলি সৰা

চুলি সৰা ৰোধ কৰিবলৈ মেথি গুটি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে দুচামুচ মেথি গুটি একাপ পানীত ৰাতি তিয়াই দিব লাগে। পিছদিনা একেটা পানীতে মেথিৰ গুটি উতলাব লগা হয়। ইয়াৰ পিছত পানী ঠাণ্ডা হোৱাৰ পিছত একেটা পানী ব্যৱহাৰ কৰি এই পিহি পেষ্ট প্ৰস্তুত কৰিব লাগে। এতিয়া এই পেষ্টেৰে মূৰৰ ছালখন মালিচ কৰি ২০ৰ পৰা ৩০ মিনিট ৰাখিব। ইয়াৰ পিছত চুলিখিনি কুহুমীয়া পানী আৰু কোমল চেম্পুৰে ধুব। এই মাস্ক আপুনি সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰে।

এই দুয়োটা চুলিৰ মাস্ক প্ৰাকৃতিক উপাদানৰ পৰা তৈয়াৰ কৰা হৈছে কিন্তু যদি আপুনি এইবোৰৰ কোনো এটা বস্তুৰ প্ৰতি এলাৰ্জী হয় তেন্তে ব্যৱহাৰ নকৰিব। লগতে আৰম্ভণিতে পৰীক্ষাৰ বাবে হাতৰ তলুৱাত লগাও চেষ্টা কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰুণ, হৃদয়বিদাৰক ঘটনা, স্বামীক বচাবলৈ গৈ পত্নী-পুত্ৰৰো কৰুণ মৃত্যু
ভাৰত

কৰুণ, হৃদয়বিদাৰক ঘটনা, স্বামীক বচাবলৈ গৈ পত্নী-পুত্ৰৰো কৰুণ মৃত্যু

November 28, 2026
বিদ্যালয়ত পিন্ধিব নোৱাৰিব বোৰ্খা-নিকাব, নতুন শিক্ষা আইনক লৈ তীব্ৰ বিতৰ্ক
শিক্ষা

বিদ্যালয়ত পিন্ধিব নোৱাৰিব বোৰ্খা-নিকাব, নতুন শিক্ষা আইনক লৈ তীব্ৰ বিতৰ্ক

November 28, 2026
বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা
জীৱনশৈলী

বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

November 28, 2026
বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক
ৰাজনীতি

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

November 28, 2026
Next Post
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ'ব ৫ ৰাশিৰ লোক!

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.