• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

3 weeks ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

39 minutes ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

58 minutes ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

2 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

3 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

11 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

11 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

11 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

12 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

13 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

13 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

14 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

কি কি ব্ৰেণ্ডৰ চিগাৰেটৰ মূল্য বৃদ্ধি হৈছে?

editor by editor
September 17, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, লেখা, স্বাস্থ্য
0
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধূমপায়ীসকলৰ বাবে বেয়া খবৰ। পুনৰ বাঢ়িছে ধূমপানৰ খৰচ। ক্লাছিকৰ পৰা গোল্ড ফ্লেকলৈ – কেইবাটাও চিগাৰেটৰ দাম বৃদ্ধি পাইছে। আইটিচি লিমিটেডে ব্ৰেণ্ডেড চিগাৰেটৰ দাম বৃদ্ধি কৰিছে। ইতিমধ্যে নতুন মূল্য ছপা কৰা ষ্টকটো বজাৰত উপনীত হৈছে।

কোনবোৰ চিগাৰেটৰ দাম বাঢ়িছে?

আইটিচিৰ কিছুমান বিশেষ ব্ৰেণ্ডৰ মূল্য বৃদ্ধি কৰা হৈছে। ২০ টা ক্লাছিক কানেক্ট চিগাৰেটৰ পেকেটৰ দাম আছিল ৩৯০ টকা। ৪২৮ টকালৈ বৃদ্ধি কৰা হৈছে। একে সময়তে এই মূল্য বৃদ্ধি পাইছে ৯.৭৪ শতাংশ। তথ্যনুসৰি, ১০টা গোল্ড ফ্লেক ছুপাৰ ষ্টাৰ চিগাৰেটৰ পেকেটৰ মূল্য ৭৯ টকাৰ পৰা ৮৯ টকালৈ বৃদ্ধি পাইছে।

পদক্ষেপ অনুসৰি মূল্য বৃদ্ধি-

প্ৰসংগক্ৰমে ১ ফেব্ৰুৱাৰীৰ পৰা চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জি এছ টি আৰোপ কৰা হৈছে।আবকাৰী শুল্কৰ নতুন গাঁথনিও প্ৰৱৰ্তন কৰা হৈছে। সেই সময়ত কোম্পানীবোৰে চিগাৰেটৰ দাম বৃদ্ধি কৰিছিল। আইটিচিয়েও সেই সময়ত ‘ক্লাছিক কানেক্ট’ৰ মূল্য ৩০০ টকাৰ পৰা ৩৬০ টকালৈ বৃদ্ধি কৰিছিল। পিছত আৰু ৩০ টকা বৃদ্ধি কৰি ৩৯০ টকা হ’ল।গোল্ড ফ্লেক ছুপাৰষ্টাৰৰ মূল্যও বৃদ্ধি হ’ল, ৫৯ টকাৰ পৰা ৭০ টকালৈ।পিছলৈ মে’ মাহত আৰু ৯ টকা বৃদ্ধি কৰি নতুন মূল্য ৭৯ টকা হ’ল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ
জীৱনশৈলী

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

October 9, 2026
Next Post
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ'ব ৫ ৰাশিৰ লোক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.