• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
bulli bai app

ভুল কৰোতে জ্ঞান ঘূৰি নাহিল। এতিয়া ধৰা পৰি দিল্লী আৰক্ষীক বাৰম্বাৰ আত্মহত্যাৰ ভাবুকি ‘বুল্লী বাই’ এপৰ স্ৰষ্টা যোৰহাটৰ নীৰজ বিষ্ণই

5 years ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

7 minutes ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

9 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

9 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

9 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

10 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

10 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

11 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

11 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

13 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

14 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

15 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভুল কৰোতে জ্ঞান ঘূৰি নাহিল। এতিয়া ধৰা পৰি দিল্লী আৰক্ষীক বাৰম্বাৰ আত্মহত্যাৰ ভাবুকি ‘বুল্লী বাই’ এপৰ স্ৰষ্টা যোৰহাটৰ নীৰজ বিষ্ণই

editor by editor
January 9, 2022
in অসম, প্ৰযুক্তি, ভাৰত
0
bulli bai app

niroj-bishnoi-the-creator-of-bulli-bai-app-threatening-delhi-police-by-committing-suicide

0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ২০২২ বৰ্ষটোৰ আৰাম্ভনীতে সমগ্ৰ দেশ জোকাৰি যোৱা প্ৰধান ঘটনাসমূহৰ ভিতৰত অন্যতম ঘটনা আছিল ছাইবাৰ ক্ৰাইম মূলক ঘটনা বুল্লী বাই এপৰ বিতৰ্ক। ইতিমধ্যে হয়টো প্ৰায় সংখ্যকে জানিছেই যে বুল্লী বাই এই এপ কি আছিল আৰু এই এপৰ জড়িৰতে কি কৰিব বিচৰা হৈছিল।

লীনাক্স কোম্পানীৰ স্বতাধিকাৰে গুগ’ল প্লে’ষ্টৰত  Github নামেৰে এক বিশেষ ৰাজহুৱা প্লেটফৰ্ম সৃষ্টি কৰি ৰাখিছিল য’ত বিশ্বৰ বিভিন্নজনে নিজে সৃষ্টি কৰা অৰ্ধনিৰ্মিত এপ বা সম্পূৰ্ণ নিৰ্মিত এপসমূহ এই Githubত মুকলিকৈ আপলোড দিয়াৰ সুবিধা প্ৰদান কৰা আছিল।

তদুপৰি যদি কোনোবাই অৰ্ধনিমিৰ্ত এপকো যদি এই Githubত আপলোড কৰি ৰাখে তেন্তে এপ নিৰ্মাতাৰ অনুমতি সাপেক্ষে অন্য কোনো এপ প্ৰস্তুত কৰোতাই এই Githubৰ পৰা উক্ত এপ সম্পূৰ্ণকৈ প্ৰস্তুত কৰিব পাৰাৰো সুবিধা প্ৰদান কৰা আছে । কিন্তু এইয়া আছিল গুগ’ল প্লে’ষ্টৰত উপলব্ধ Github এপৰ কিছু চমু বাখ্যা।

অধিক পঢ়কঃ অকল্পনীয়! কল্পনাতীত! ‘নাছা’ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ‘Time Machine’

 

এইবাৰ আহিছো বুল্লী বাই এপলৈ। এই এপ প্ৰস্তুত কৰোতা কেইজনে সম্পূৰ্ণ নিৰ্মাণ কৰি মুকুলিকৈ এৰি দিছিল Github নামৰ সেই বিশেষ এপটোত। আৰু গুগ’ল প্লে’ষ্টৰত উপলব্ধ এই Github এপৰ জড়িৰতে এপ প্ৰস্তুতকাৰীসকলে ভাৰতীয় মুছলমান মহিলাসকলৰ ছবি বিকৃত কৰি যৌনতাৰ বেহা পাতিছিল।

ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা ভাৰতীয় মুছলমান মহিলা সকলৰ ফটো ছ’চিয়েল মিডিয়াৰ পৰা চোৰ কৰি এই এপত উক্ত ফটো বিকৃত কৰি দাম-দৰ নিৰ্ধাৰণ কৰি ফটো যোগান ধৰিছিল বুল্লী বাই এপ ব্যৱহাৰকাৰীসকলক। কিন্তু ডিচেম্বৰ মাহতে ইন্টাৰনেটৰ বজাৰলৈ ওলাই অহা এই এপ সম্পৰ্কে প্ৰথমতে ভাৰতীয় এগৰাকী মুছলমান মহিলাই টুইটাৰ যোগে সদৰি কৰিছিল ভাৰতীয় মুছলমান মহিলাসকলক এই এপৰ পৰা সাৱধানে থাকিবৰ বাবে।

 

অধিক পঢ়কঃ ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি

 

তাৰ সমান্তৰালভাৱে এই এপে সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। আৰু এই এপৰ বিৰুদ্ধে বিতৰ্ক আৰু প্ৰতিবাদৰ পিছতেই মহাৰাষ্ট্ৰ আৰু দিল্লীত গোচৰ ৰুজু কৰিছিল একাংশ মহিলা দল সংগঠনৰ লগতে বহু মুছলমান মহিলাই। আৰু এই গোচৰৰ পিছতেই দিল্লী আৰক্ষীৰ বিশেষ শাখাই তদন্ত আৰাম্ভ কৰিছিল সমগ্ৰ দেশব্যাপি। আৰু এই তদন্তৰ পিছতে এই বুল্লী বাই এপ প্ৰস্তুত কৰা কেইবাজনো লোকক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰে।

ইয়াৰ লগে লগে এই বুল্লী বাই এপ নিৰ্মাণ কৰা মাষ্টাৰ মাইণ্ড নীৰজ বিষ্ণইক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসমৰ যোৰহাট জিলাৰ পৰা। কিন্তু দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পিছত এতিয়ালৈ বহুবাৰ আত্মহত্যাৰ চেষ্টা চলোৱাৰ লগতে আত্মহত্যাৰ ভাবুকি দিল্লী আৰক্ষীক প্ৰদান কৰে অসমৰ নাম বদনাম কৰা নীৰজে। কিন্তু দিল্লী আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যে ‘আমাক আত্মহত্যাৰ ভাবুকি দিছে যদিও আমি যথোপযুক্ত চোৱাচিতা কৰি আছো নীৰজ বিষ্ণইক’।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bulli bai story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?
অপৰাধ

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

September 27, 2026
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক
অসম

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

September 27, 2026
Next Post
আজিৰে পৰা আৰম্ভ বুষ্টাৰ ড’জৰ ভেকচিনেচন, আপুনি ল’ব পাৰিবনে বুষ্টাৰ ড’জ? সবিশেষ জানক

আজিৰে পৰা আৰম্ভ বুষ্টাৰ ড’জৰ ভেকচিনেচন, আপুনি ল’ব পাৰিবনে বুষ্টাৰ ড’জ? সবিশেষ জানক

নতুন SOP, আত্মহত্যাৰ ভাবুকি দিলে কোনে?

নতুন SOP, আত্মহত্যাৰ ভাবুকি দিলে কোনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.