• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাবুং আহোমৰ ৰাজধানী নহয়, বুৰঞ্জীবিদ ড০ যোগেন্দ্ৰনাথ ফুকনৰ গুৰুত্বপূৰ্ণ মন্তব্য

হাবুং আহোমৰ ৰাজধানী নহয়, বুৰঞ্জীবিদ ড০ যোগেন্দ্ৰনাথ ফুকনৰ গুৰুত্বপূৰ্ণ মন্তব্য

4 years ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

10 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

25 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

1 hour ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাবুং আহোমৰ ৰাজধানী নহয়, বুৰঞ্জীবিদ ড০ যোগেন্দ্ৰনাথ ফুকনৰ গুৰুত্বপূৰ্ণ মন্তব্য

editor by editor
February 12, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
হাবুং আহোমৰ ৰাজধানী নহয়, বুৰঞ্জীবিদ ড০ যোগেন্দ্ৰনাথ ফুকনৰ গুৰুত্বপূৰ্ণ মন্তব্য
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহোমৰ দ্বিতীয় ৰাজধানী হাবুং নে চ’ৰগুৱা! ইয়াক লৈ বিতৰ্ক চলি থকাৰ মাজতে ঐতিহাসিক চৰাইদেউত পদ্মশ্ৰী, বুৰঞ্জীবিদ ড০ যোগেন্দ্ৰনাথ ফুকন উপস্থিত হৈ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। হাবুং আহোমৰ কোনো ৰাজধানী নহয়। আহোম ৰজাসকলে বিভিন্ন ঠাইত বাহৰ পাতিছিল সেইসমূহ আহোমৰ ৰাজধানী নহয় বুলি মন্তব্য কৰে।

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মূল তালিকাত চৰাইদেউৰ মৈডাম ক্ষেত্ৰ স্থান পোৱাৰ উদ্দেশ্যে শুকুৰবাৰে চৰাইদেউৰ লাংকুৰী দেওশালত টাই ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰা হয়। লাংকুৰী পূজাৰ পিছতে দল প্ৰাংগণত জাচিংফা পূজা সমাপণ কৰা হয়। উক্ত অনুষ্ঠানত চৰাইদেউ মৈডাম ক্ষেত্ৰত দশেৰা প্ৰস্তুত কৰা প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ বিশেষজ্ঞ ড০ কে চি নৰিয়ালৰ সুস্বাস্থ্য কামনা কৰা হয়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকাৰ লগতে বহুকেইগৰাকী ব্যক্তিয়ে। চৰাইদেউৰ মৈডাম ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে আগবঢ়াইছে ২৫ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalhabungjugendra nath phukan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
শীঘ্ৰেই আৰম্ভ হ’ব স্বাভাৱিক জীৱন যাত্ৰা; উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি

শীঘ্ৰেই আৰম্ভ হ’ব স্বাভাৱিক জীৱন যাত্ৰা; উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি

অমিক্ৰণৰ পাছত এইবাৰ ‘মাংকী ফিভাৰ’ক লৈ আতংক, দেশজুৰি সতৰ্কতা জাৰি

অমিক্ৰণৰ পাছত এইবাৰ ‘মাংকী ফিভাৰ’ক লৈ আতংক, দেশজুৰি সতৰ্কতা জাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.