• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমিক্ৰণৰ পাছত এইবাৰ ‘মাংকী ফিভাৰ’ক লৈ আতংক, দেশজুৰি সতৰ্কতা জাৰি

অমিক্ৰণৰ পাছত এইবাৰ ‘মাংকী ফিভাৰ’ক লৈ আতংক, দেশজুৰি সতৰ্কতা জাৰি

5 years ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

5 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

5 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

6 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

7 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

7 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

8 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

8 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

9 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

9 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

10 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

10 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অমিক্ৰণৰ পাছত এইবাৰ ‘মাংকী ফিভাৰ’ক লৈ আতংক, দেশজুৰি সতৰ্কতা জাৰি

editor by editor
February 12, 2022
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
অমিক্ৰণৰ পাছত এইবাৰ ‘মাংকী ফিভাৰ’ক লৈ আতংক, দেশজুৰি সতৰ্কতা জাৰি
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোভিড, অমিক্ৰণৰ পাছত এইবাৰ ‘মাংকী ফিভাৰ’ক লৈ দেশজুৰি সতৰ্কতা জাৰি৷ সতৰ্কতা জাৰি কৰিছে কেৰালা প্ৰশাসনে৷ কেৰালাত চিনাক্ত হৈছে প্ৰথমটো ‘মাংকী ফিভাৰ’ৰ ঘটনা৷ কেৰালাৰ পানাভেলীত এজন লোক ক্যাচানুৰ ফৰেষ্ট ডিজিছ(কেএফডি) চমুকৈ মাংকী ফিভাৰত আক্ৰান্ত হৈছে৷

২০২২ বৰ্ষত কেৰালাত মাংকী ফিভাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ এইটো প্ৰথমটো ঘটনা। বৰ্তমান চিকিৎসাধীন অৱস্থাত লোকজন৷ সম্প্ৰতি লোকজনৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰকাশ।

মাংকী ফিভাৰৰ দ্বাৰা আক্ৰান্ত লোকৰ শৰীৰত দেখা দিয়া সাধাৰণ লক্ষণসমূহ হৈছে—

অচেতন হোৱা, বমি, শৰীৰৰ বিষ আৰু জ্বৰ। এইসমূহ লক্ষণ আক্ৰান্ত ব্যক্তিজনৰ শৰীৰত এইসমূহ লক্ষণ ৫-১২ দিন ধৰি থাকে।

উল্লেখ্য, জানুৱাৰী মাহত কৰ্ণাটকতো এজন ব্যক্তিৰ শৰীৰত মাংকী ফিভাৰৰ সংক্ৰমণ ধৰা পৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19monkey fever
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত
বিনোদন

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

August 15, 2026
Next Post
পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰ! কিয়?

পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰ! কিয়?

ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত : পাঠ্যক্ৰমৰ পৰা আঁতৰালে বিহু

ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত : পাঠ্যক্ৰমৰ পৰা আঁতৰালে বিহু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.