• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰ! কিয়?

পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰ! কিয়?

5 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

8 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

8 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

9 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

10 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

11 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

11 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

12 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

12 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

13 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

13 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰ! কিয়?

editor by editor
February 12, 2022
in ভাৰত, ৰাজনীতি
0
পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰ! কিয়?
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰ৷ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ এক টোঘলগী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে৷

২০১৯ বৰ্ষৰ ডিচেম্বৰত দেশৰ প্ৰায়বোৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলনে গা কৰি উঠিছিল৷ কা বিৰুদ্ধে হোৱা উক্ত আন্দোলনে কে’বাখনো ৰাজ্যত হিংসাত্মক ৰূপ ধাৰণ কৰিছিল৷ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে বহু ৰাজ্যৰ ৰাজহুৱা সম্পত্তি ক্ষতি কৰিছিল৷ এনে ৰাজ্যৰ মাজত যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশো আছিল৷

শেহতীয়াকৈ যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰে এক জাননী প্ৰকাশ কৰিছিল৷ উক্ত জাননীত কোৱা হৈছে যে ২০১৯ চনৰ কা বিৰোধী আন্দোলনৰ সময়ত যিসকল লোকে ৰাজহুৱা সম্পত্তি ক্ষতি অথবা নষ্ট কৰিছিল তেওঁলোকৰ সম্পত্তি চৰকাৰে জব্দ কৰি ৰাজহুৱা সম্পত্তিৰ মূল্য পুনৰুদ্ধাৰ কৰিব৷

উত্তৰ প্ৰদেশ চৰকাৰৰ এই জাননীৰ পিছতে উচ্চতম ন্যায়ালয়ে যোগী চৰকাৰক এক প্ৰকাৰৰ সকীয়নি প্ৰদান কৰিছে৷ যোগী আদিত্যনাথৰ চৰকাৰৰ এই সিদ্ধান্তত ক্ষুব্ধ উচ্চতম ন্যায়ালয়ে অতি শীঘ্ৰেই এই জাননী প্ৰত্যাহাৰ কৰিবৈ নিৰ্দেশ দিছে৷

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তৰ বিচাৰপীঠে কয় যে উত্তৰ প্ৰদেশ এই জাননী প্ৰত্যাহাৰ নকৰিলে উচ্চতম ন্যায়ালয়ে নিজববীয়াকৈ জাননীখন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ব৷

আনহাতে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে লগতে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে অভিযুক্তৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে প্ৰক্ৰিয়া চলাই থকাৰ ক্ষেত্ৰত চৰকাৰখনে নিজেই অভিযোগকাৰী আৰু ন্যায়াধীশৰ ভূমিকা লৈছে।

উল্লেখ্য যে ৮৩৩ গৰাকীৰ লোকৰ বিৰুদ্ধে আৰক্ষীৰ ১০৬ টা পঞ্জীয়নভুক্ত গোচৰৰ ভিত্তিত উত্তৰ প্ৰদেশ চৰকাৰে ২৭৪ গৰাকী লোকলৈ সম্পত্তি জব্দ কৰাৰ জাননী প্ৰেৰণ কৰিছিল৷ ইয়াৰ মাজত ছবছৰ পূৰ্বে ৯৬ বছৰত মৃত্যু হোৱা এজন লোক আৰু দুগৰাকী ৯০ বছৰীয়া বৃদ্ধ ব্যক্তিৰ বিৰুদ্ধেও উত্তৰ প্ৰদেশ চৰকাৰে জাননী প্ৰেৰণ কৰিছিল৷

ইয়াৰ বিৰুদ্ধে পাৰৱাইজ আৰিফ টিটু নামৰ এজন লোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ এই লোকজনৰ আবেদনৰ শুনানি গ্ৰহণ কৰিয়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে এইদৰে কঠোৰ হৈছে৷

উল্লেখ্য যে ১৮ ফেব্ৰুৱাৰিৰ ভিতৰত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰত্যাহাৰ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া উচ্চতম ন্যায়ালয়ে যোৱা বছৰৰ ৯ জুলাইতে প্ৰথমে ইয়াক কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু উত্তৰ প্ৰদেশ চৰকাৰে এই নিৰ্দেশ কাৰ্যকৰী নকৰাত এইবাৰ উচ্চতম ন্যায়ালয়ে এইদৰে কঠোৰ হোৱা দেখা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anti Caaanti caa protesterasom live 24assam live 24axom live 24axom live 24 digitalSCUP govtyogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE
ভাৰত

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

September 25, 2026
Next Post
ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত : পাঠ্যক্ৰমৰ পৰা আঁতৰালে বিহু

ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত : পাঠ্যক্ৰমৰ পৰা আঁতৰালে বিহু

দুঃসাহসিক! চলন্ত ৰে’লৰ ট্ৰেকত পৰা যুৱতীৰ প্ৰাণৰক্ষা এগৰাকী লোকৰ

দুঃসাহসিক! চলন্ত ৰে’লৰ ট্ৰেকত পৰা যুৱতীৰ প্ৰাণৰক্ষা এগৰাকী লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.