• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাই তৰিলে ভুৱা গোচৰ : প্ৰেমিক জোৱানে কৰিলে আত্মহত্যা

প্ৰেমিকাই তৰিলে ভুৱা গোচৰ : প্ৰেমিক জোৱানে কৰিলে আত্মহত্যা

4 years ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

43 minutes ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

2 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

2 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

15 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

15 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

16 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

16 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

17 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

18 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

18 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

19 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমিকাই তৰিলে ভুৱা গোচৰ : প্ৰেমিক জোৱানে কৰিলে আত্মহত্যা

editor by editor
February 16, 2022
in অপৰাধ, ভাৰত
0
প্ৰেমিকাই তৰিলে ভুৱা গোচৰ : প্ৰেমিক জোৱানে কৰিলে আত্মহত্যা
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক আত্মহত্যাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আগ্ৰাত৷ এগৰাকী আৰক্ষী জোৱানে এক গুৰুতৰ অভিযোগ কৰি আত্মহত্যাৰ পথ বাচি লৈছে৷

প্ৰকাশিত ঘটনা অনুসৰি আগ্ৰাৰ খণ্ডলি থানাৰ অন্তৰ্গত নগলা অৰ্জুন কাৰাগাৰত কৰ্মৰত জীতেন্দ্ৰ সিঙে (২৬) ডিঙিত চিপ লৈ আত্মহত্যা কৰে৷

আত্মহত্যা কৰাৰ পূৰ্বে জোৱানজনে নিজৰ মোবাইলত এক ভিডিঅ’ ৰেৰ্কডিং কৰি প্ৰেমিকা আৰু প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

আত্মহত্যা কৰাৰ পূৰ্বে কৰা ভিডিঅ’টোত জোৱানগৰাকীয়ে কান্দি কান্দি এগৰাকী যুৱতীৰ নাম লৈ যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোকৰ বাবে আত্মহত্যাৰ পথ বাছি লোৱাৰ অভিযোগ কৰিছে৷

জোৱানগৰাকীয়ে অভিযোগ কৰা অনুসৰি প্ৰেমিকাৰ লগতে পিতৃ-মাতৃ আৰু ভাতৃয়ে তেওঁৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰাইছিল৷

আৰক্ষীয়ে এই ভুৱা গোচৰত তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাত মানসিকভাৱে ভাঙি পৰি জোৱানজনে আত্মহত্যাৰ পথ বাছি লয়৷

খণ্ডলী আৰক্ষী থানাৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি হাথৰছ আৰক্ষী থানাৰ অন্তৰ্গত ৰসগামা গাঁৱৰ জীতেন্দ্ৰ সিঙে পাঁচ মাহৰ পূৰ্বে জেইল আৰক্ষীত ভৰ্তি হৈছিল৷

জীতেন্দ্ৰ সিঙৰ অভিযোগৰ ভিত্তি পৰিয়ালৰ লোকে অভিযুক্ত পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalsuicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক
অপৰাধ

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

July 4, 2026
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
বিশ্ব

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

July 4, 2026
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!
বিশ্ব

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

July 4, 2026
Next Post
বহু ভাৰতীয়ই নাজানে SEX কি? যৌনতাৰ সমীক্ষাত একেবাৰে তলত থাকিল ভাৰত

বহু ভাৰতীয়ই নাজানে SEX কি? যৌনতাৰ সমীক্ষাত একেবাৰে তলত থাকিল ভাৰত

কিয় নিলম্বন হ’ল মেগাষ্টাৰ অমিতাভ বচ্চনৰ প্ৰাক্তন দেহৰক্ষী?

কিয় নিলম্বন হ’ল মেগাষ্টাৰ অমিতাভ বচ্চনৰ প্ৰাক্তন দেহৰক্ষী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.