• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তালিবানৰ আসুৰিক যৌনতা : ইছলাম ত্যাগ আফগান মহিলাৰ

তালিবানৰ আসুৰিক যৌনতা : ইছলাম ত্যাগ আফগান মহিলাৰ

5 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

6 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

6 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

7 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

8 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

8 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

9 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

10 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

11 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

11 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

12 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

13 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তালিবানৰ আসুৰিক যৌনতা : ইছলাম ত্যাগ আফগান মহিলাৰ

নব্বৈ দশকৰ তালিবানৰ যৌনতা সম্পৰ্কে বৃহৎ বিস্ফোৰণ ঘটালে আফগান পৰ্ণষ্টাৰ য়াছমীনাই

editor by editor
February 16, 2022
in বিবিধ, বিশ্ব
0
তালিবানৰ আসুৰিক যৌনতা : ইছলাম ত্যাগ আফগান মহিলাৰ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নব্বৈ দশকৰ তালিবানৰ যৌনতা সম্পৰ্কে বৃহৎ বিস্ফোৰণ ঘটাইছে আফগানী পৰ্ণষ্টাৰ য়াছমীনা আলীয়ে৷

প্ৰায় দুটা দশকৰ পিছত আফগানিস্তানৰ ক্ষমতা হস্তগত কৰিলে তালিবানে৷ তালিবানে আফগানিস্তানৰ ক্ষমতা পুনৰ দখল কৰাৰ পিছতে পুনৰ মহিলাৰ ওপৰত বিভিন্ন ধৰণৰ পতিবন্ধকতা আৰোপ কৰিছে৷

ঠিক তেনে সময়তে পূৰ্বৰ তালিবানৰ শাসনকালৰ তালিবানী যৌনতাৰ সম্পৰ্কে বৃহৎ বিস্ফোৰণ ঘটাইছে আফগানিস্তানী পৰ্ণ তাৰকা য়াছমীনা আলীয়ে৷

ব্ৰিটেইনৰ সংবাদ পত্ৰ ডেইলী ষ্টাৰত দিয়া এক সাক্ষাৎকাৰ আলীয়ে তালিবানৰ আমোলত মহিলাৰ ওপৰত কেনৈক যৌন অত্যাচাৰ তথা শোষণ চলোৱা হৈছিল তাৰ ৰোমহৰ্ষক বিৱৰণ দিছে৷

উল্লেখ্য প্ৰথমাৱস্থাত ১৯৯০ চনত তালিবানে প্ৰথমবাৰলৈ আফগানিস্তানৰ ক্ষমতা দখল কৰিছিল৷ তালিবানে ক্ষমতা দখল কৰিয়েই আফগানিস্তানত মহিলাৰ অধিকাৰ বিলোপ কৰিছিল ৷

য়াছমীনা আলীয়ে তেওঁৰ সাক্ষাৎকাৰত তালিবানে কেনেকৈ নাৰীৰ অধিকাৰৰ বিলোপ সাধন কৰিছিল আৰু নাৰীৰ যৌনতাৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিছিল তাৰো বিৱৰণ দিছে৷

য়াছমীনাৰ মতে তালিবানৰ সন্ত্ৰাসত বহু আফগানে প্ৰাণৰ মমতাত দেশ এৰি পলায়ন কৰিছিল৷ য়াছমীনাৰ পৰিয়ালেও তেতিয়া দেশ ত্যাগ কৰি আৰু তেওঁ ব্ৰিটেইনতে শিক্ষা জীৱন আৰম্ভ কৰিছিল৷

কিন্তু দেশ ত্যাগ কৰাৰ পিছত বিভিন্ন কাৰণত য়াছমীনাই পৰ্ণ উদ্যোগত সোমাই পৰে বুলিও প্ৰকাশ কৰিছে৷ পৰ্ণ উদ্যোগত প্ৰৱেশ কৰাৰ আগতে য়াছমীনাই ইছলাম ধৰ্মৰ ত্যাগ কৰে৷ য়াছমীনাৰ মতে তেৱেঁ একমাত্ৰ আফগানী পৰ্ণষ্টাৰ৷

য়াছমীনাই প্ৰকাশ কৰিছে যে পৰ্ণ উদ্যোগত প্ৰৱেশ কৰাৰ পিছতে তালিবানে তেওঁৰ ওপৰত ফটোৱা জাৰি কৰিছিল৷ তালিবানে তেওঁৰ শৰীৰ ওপৰত অধিকাৰ থকাটো বিচাৰিছিল, গতিকে শৰীৰ প্ৰদৰ্শন কৰাৰ য়াছমীনাৰ কোনো অধিকাৰ নাই বুলি ফটোৱা জাৰি কৰা হৈছিল৷ তাৰ বিৰুদ্ধ যোৱা মানেই হ’ল তেওঁ প্ৰকৃত আফগান নহয়৷

মাতৃৰ উদ্ধৃতিৰে য়াছমীনাই লগতে প্ৰকাশ কৰিছে যে তালিবানৰ বাবে নাৰীক বলৎকাৰ কৰাতো কোনো কথাই নহয়৷ তালিবানে কেনেকৈ নাৰীৰ শৰীৰৰ ওপৰত অত্যাচাৰ কৰে তাৰো বৰ্ণনা দিছে য়াছমীনাই৷

য়াছমীনাই লগতে কয় যে ধর্মীয় পোছাক পৰিধান নকৰিলে তালিবানে বৰ বেয়াকৈ মাৰপিট কৰে৷ এই ক্ষেত্ৰত মহিলাকো ৰেহাই দিয়া নছিল৷

তালিবানে মহিলাই শিক্ষা লাভ কৰাতো বিচৰা নাছিল৷ সকলো নিয়ম কেৱল পুৰুষৰ স্বাৰ্থত তৈয়াৰ কৰা হৈছিল৷ মহিলাৰ ওপৰত কেৱল অধিকাৰ সাব্যস্ত কৰাই নহয়, মহিলাৰ শৰীৰৰ ওপৰতো কেৱল পুৰুষৰে হক আছিল৷ অৰ্থাৎ মহিলাই নিজৰ শৰীৰটো কাক প্ৰদৰ্শন কৰিব সেয়া পুৰুষেহে নিৰ্ধাৰণ কৰে বুলিও প্ৰকাশ কৰিছে পৰ্ণষ্টাৰ য়াছমীনা আলীয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitaltalibantaliban pornstaryasmeena ali
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
Next Post
প্ৰেমিকাই তৰিলে ভুৱা গোচৰ : প্ৰেমিক জোৱানে কৰিলে আত্মহত্যা

প্ৰেমিকাই তৰিলে ভুৱা গোচৰ : প্ৰেমিক জোৱানে কৰিলে আত্মহত্যা

বহু ভাৰতীয়ই নাজানে SEX কি? যৌনতাৰ সমীক্ষাত একেবাৰে তলত থাকিল ভাৰত

বহু ভাৰতীয়ই নাজানে SEX কি? যৌনতাৰ সমীক্ষাত একেবাৰে তলত থাকিল ভাৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.