• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!

ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!

5 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

8 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

8 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

9 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

9 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

10 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

10 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

11 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

11 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

13 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

14 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

14 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!

editor by editor
March 2, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!
0
SHARES
554
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ইউক্ৰেইনে কিছু সকাহ লাভ কৰিছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা সামৰিক সহায় বিচাৰি কাতৰ আহ্বান জনাই আহিছে৷ অন্যান্য সাহায্যৰে নোৱাৰিলে যুদ্ধাস্ত্ৰ প্ৰদান কৰি হ’লেও যুদ্ধ বিধ্বস্ত দেশখনক সহায় কৰিবলৈ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আহ্বান জনাইছিল৷

আমেৰিকাই যুদ্ধাস্ত্ৰ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ পালেও অন্য কোনো ৰাষ্ট্ৰই সংকটত পৰা ৰাষ্ট্ৰখনক মুক্তহস্তে সহায় আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই৷

লগতে পঢ়ক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নীয়ে শ্বেয়াৰ কৰিলে অতি ভাবুক প’ষ্ট! কি লিখিলে জেলেনস্কাই?

ঠিক তেনে এক সংকটৰ সময়তে বিশ্ব বেংকে যুদ্ধ বিধ্বস্ত দেশখনলৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ মংগলবাৰে বিশ্ব বেংকে ইউক্ৰেইনলৈ ৩ বিলিয়ন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে৷ ইয়াৰে ৩৫০ নিযুত ডলাৰ তাৎক্ষণিক পুঁজিৰ হিচাপে বিশ্ব বেংকে ইউক্ৰেইনলৈ মুকলাই দিব৷

বিশ্ব বেংকৰ সভাপতি ডেভিদ মালপাছ আঅৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰিচালক সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাই এক যুটীয়া বিবৃতিত কয় যে এই সাহায্যৰ প্ৰথমটো কিস্তি চলিত সপ্তাহৰ ভিতৰতে মুকলি কৰি দিবলৈ ব’ৰ্ডৰ ওচৰত অনুমোদনৰ বাবে দাখিল কৰা হ’ব৷

লগতে পঢ়ক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নীয়ে শ্বেয়াৰ কৰিলে অতি ভাবুক প’ষ্ট! কি লিখিলে জেলেনস্কাই?

ইফালে ইয়াৰ পিছতে অন্য ২০০ নিযুত ডলাৰ যুদ্ধোত্তৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডত ব্যয় কৰিবলৈ ধাৰ্য কৰি অনুমোদনৰ বাবে দাখিল কৰা হ’ব বুলিও বিবৃতিটোত কোৱা হৈছে৷

বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে শেহতীয়াকৈ ইউক্ৰেইনক অধিক বিত্তীয় সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ এই প্ৰতিশ্ৰুতি অনুসৰিয়েই ইউক্ৰেইনলৈ বিশ্ব বেংকে এই সাহায্য প্ৰদান কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalinternational monetary fundRussia Ukraine clashRussia Ukraine invasionworld bank
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
Next Post
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :কুফল ভুগিব ভাৰতে! কি হ’ব এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :কুফল ভুগিব ভাৰতে! কি হ’ব এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.