• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নীয়ে শ্বেয়াৰ কৰিলে অতি ভাবুক প’ষ্ট! কি লিখিলে জেলেনস্কাই?

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নীয়ে শ্বেয়াৰ কৰিলে অতি ভাবুক প’ষ্ট! কি লিখিলে জেলেনস্কাই?

5 years ago
আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

9 minutes ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

56 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

1 hour ago
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

2 hours ago
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

4 hours ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

12 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

13 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

13 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

14 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

14 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নীয়ে শ্বেয়াৰ কৰিলে অতি ভাবুক প’ষ্ট! কি লিখিলে জেলেনস্কাই?

editor by editor
March 1, 2022
in বিশ্ব, ৰাজনীতি
0
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নীয়ে শ্বেয়াৰ কৰিলে অতি ভাবুক প’ষ্ট! কি লিখিলে জেলেনস্কাই?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আজিও ৰাছিয়াৰ আক্ৰমণ অব্যাহত আছে৷ ৰাছিয়াৰ আক্ৰমণক শক্তিশালীভাৱে নিজ দেশৰ সৈন্যই প্ৰতিৰোধ কৰিবলৈ সন্মুখৰ পৰাই নেতৃত্ব প্ৰদান কৰিছে যুদ্ধবিধ্বস্ত দেশখনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে৷

এক ভিডিঅ’ বাৰ্তাত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছিল যে ৰাছিয়াৰ প্ৰথম লক্ষ্য হৈছে তেওঁ আৰু দ্বিতীয় লক্ষ্য হৈছে তেওঁৰ পৰিয়াল৷ ৰাছিয়াই জেলেনস্কি আৰু তেওঁৰ পৰিয়ালক লক্ষ্য কৰি ইউক্ৰেইনক নেতৃত্বহীন কৰিব বিচাৰিছে বুলিও অভিযোগ কৰিছে৷

লগতে পঢ়ক শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম

ইয়াৰ পিছেত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিৰ পত্নীয়েও সামাজিক মাধ্যমত অতি ভাবুক প’ষ্ট শ্বেয়াৰ কৰিছে৷

ইউক্ৰেইনৰ ফাৰ্ষ্ট লেডী জেলেনস্কিৰ পত্নী ওলেনা জেলেনস্কাই প্ৰথমবাৰলৈ এটা পোষ্ট শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত নিজৰ দেশ আৰু স্বামীৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে৷

যুদ্ধ বিধ্বস্ত কীয়েভৰ এক বাংকাৰত জন্ম লাভ কৰা এটি কন্যা শিশুৰ ছবি নিজা ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰি জেলেনস্কাই লিখিছে ‘এই নৱজাতকটি কীয়েভৰ এটা বোমাবিৰোধী বাংকাৰত জন্ম লাভ কৰিছে৷’

লগতে পঢ়ক Mahashivratri 2022 : মহাশিৱৰাত্ৰিত কি কি কৰিলে শিৱৰ কৃপা পাব?

ইয়াৰ লগতে জেলেনস্কাই লিখিছে, ‘‘তেওঁ সম্পূৰ্ণ বেলেগ পৰিস্থিতিত শান্তিপূৰ্ণ পৰিৱেশত জন্ম গ্ৰহণ কৰিব লাগিছিল আৰু কেৱল এক শান্ত পৰিৱেশেহে এই শিশুসকলক দেখা উচিত আছিল।’’

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ২০০৩ চনত ওলেনাক বিয়া কৰাইছিল আৰু তেওঁলোকৰ দুটি সন্তান আছে। ওলেনাই লিংগ সমতাৰ দৰে সামাজিক বিষয়ত সবলভাৱে মাত মাতি আহিছে আৰু তেওঁ কূটনৈতিক কাম কাযতো অংশগ্ৰহণ কৰি আহিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24asom live 24 digitalassam live 24axom live 24olena zelenskaRussia Ukraine invasionvolodymyr zelensky
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?
বিশ্ব

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

September 27, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা
অপৰাধ

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

September 27, 2026
Next Post
যুদ্ধংদেহী আমেৰিকা! ৰাষ্ট্ৰসংঘৰ পৰা বহিষ্কাৰ ১২ গৰাকী কূটনীতিক, ৰাছিয়াৰ ভাবুকি!

যুদ্ধংদেহী আমেৰিকা! ৰাষ্ট্ৰসংঘৰ পৰা বহিষ্কাৰ ১২ গৰাকী কূটনীতিক, ৰাছিয়াৰ ভাবুকি!

৪ আৰু ৫ পতীয়া বেল পাত লাভ কৰিলে সৌভাগ্যশালী হয়; কিন্তু কেনেকৈ হ’ব সৌভাগ্যশালী?

৪ আৰু ৫ পতীয়া বেল পাত লাভ কৰিলে সৌভাগ্যশালী হয়; কিন্তু কেনেকৈ হ’ব সৌভাগ্যশালী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.