• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ত আছে পুটিনৰ পৰিয়াল? যুদ্ধৰ পূৰ্বেই সুৰক্ষিত স্থানত আত্মগোপন পুটিনৰ পৰিয়াল!

ক’ত আছে পুটিনৰ পৰিয়াল? যুদ্ধৰ পূৰ্বেই সুৰক্ষিত স্থানত আত্মগোপন পুটিনৰ পৰিয়াল!

4 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

2 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

3 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

3 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

3 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

4 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

5 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

6 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

7 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

8 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

9 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ক’ত আছে পুটিনৰ পৰিয়াল? যুদ্ধৰ পূৰ্বেই সুৰক্ষিত স্থানত আত্মগোপন পুটিনৰ পৰিয়াল!

editor by editor
March 1, 2022
in বিশ্ব, ৰাজনীতি
0
ক’ত আছে পুটিনৰ পৰিয়াল? যুদ্ধৰ পূৰ্বেই সুৰক্ষিত স্থানত আত্মগোপন পুটিনৰ পৰিয়াল!
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ আগতে তেওঁৰ পৰিয়ালক চাইবেৰিয়াৰ ‘ভূগৰ্ভস্থ চহৰ’ৰ এটা ‘বিলাসী’ গোপন বাংকাৰলৈ স্থানান্তৰিত কৰিছে। এই দাবী কৰিছে ৰাছিয়াৰে এগৰাকী অধ্যাপকে৷

ৰাছিয়াৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক ভেলেৰী চোল’ভে দাবী কৰিছে যে ৰাষ্ট্ৰপতিৰ পৰিয়ালক আলতাই পৰ্বতমালাৰ ওচৰৰ কোনো বাংকাৰত ৰখা হৈছে।

লগতে পঢ়ক দেশ মাতৃক ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল’লে ইউক্ৰেইনৰ সুন্দৰী যুৱতী সাংসদে

অধ্যাপক ভেলেৰীৰ মতে যে পুটিনৰ পৰিয়ালক ৰখা বিলাসী বাংকাৰটো হৈছে পাৰমাণৱিক আক্ৰমণৰ পৰা সুৰক্ষিত এক বাংকাৰ। অৰ্থাৎ, পাৰমাণৱিক আক্ৰমণেও তেওঁৰ পৰিয়ালে থকা বাংকাৰটোৰ কোনো ক্ষতি কৰিব নোৱাৰে।

এই দাবী কৰা অধ্যাপক ভেলেৰীয়ে হঠাতে ৰাছিয়াৰ পুটিনৰ বিৰুদ্ধে মতা নাই৷ ইয়াৰ পূৰ্বেও তেওঁ পুটিনৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ বিষয়ে মন্তব্য কৰিছিল।

তেওঁ দাবী কৰিছিল যে ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ লোকসকলক লুকুৱাই গোপনে নিজৰ চিকিৎসা চলাই আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই সামাজিক মাধ্যমত জৰিয়তে এটা ভিডিঅ’ বাৰ্তাত দাবী কৰিছিল যে তেওঁ শোইগুৰ সৈতে বিভিন্ন গোপন ৰীতি-নীতিত অংশগ্ৰহণ কৰিছিল।

লগতে পঢ়ক যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস

ভেলেৰী চাল’ভ মস্কোৰ ইনষ্টিটিউট অৱ ইণ্টাৰনেচনেল ৰিলেচনছ (এমজিআইএমঅ’)ৰ প্ৰাক্তন অধ্যাপক। যিখন প্ৰতিষ্ঠানত ৰাছিয়াৰ চৰকাৰী চোৰাংচোৱা আৰু শীৰ্ষ কূটনীতিবিদসকলে প্ৰশিক্ষণ দিবলৈ আহে।

পুটিনৰ স্বাস্থ্য সমস্যাৰ ওপৰত মন্তব্য কৰি ভেলেৰী চাল’ভে এতিয়া তদন্তৰ অধীনত আছে। অধ্যাপকজনৰ বাসগৃহতো কেইমাহমানৰ পূৰ্বে তালাচী চলোৱা হৈছিল। কিয়েভত ৰাছিয়াৰ আক্ৰমণৰ পিছত ভেলেৰী চাল’ভে সামাজিক মাধ্যমৰ এটা ভিডিঅ’ত এই দাবী কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalVladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!

ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.