• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস

যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস

5 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

6 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

6 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

6 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

7 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

7 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

8 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

9 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

10 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

10 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

11 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

12 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস

editor by editor
February 28, 2022
in বিশ্ব, ৰাজনীতি
0
যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউক্ৰেইনৰ ওপৰত অবিৰত আক্ৰমণ অব্যাহত ৰাখিছে যুদ্ধপিপাসু ৰাছিয়াই৷ ৰাজধানী কীভ প্ৰায় দখলৰ দিশে আগবাঢ়িছে ৰুছ সেনাই৷

এই অসম যুদ্ধত বৰ সহজে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কীভ দখল কৰাৰ আশা কৰিছিল৷ কিন্তু তাক তীব্ৰ প্ৰতিৰোধ আগবঢ়াই ইউক্ৰেইনৰ সেনাই প্ৰত্যাহ্বান জনাইছে৷

ইউক্ৰেইন সেনাৰ প্ৰত্যাক্ৰমণত ৰাছিয়াৰ আক্ৰমণ থমকি নৰ’লেও বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে৷ ইয়াৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে ইউক্ৰেইনৰ সেনাই এতিয়ালৈকে ৪,৫০০ৰো অধিক ৰুছ সেনাক হত্যা কৰিছে৷

ইউক্ৰেইনে কৰা দাবীৰ মতে চাৰে চাৰি হাজাৰ ৰুছ সেনাক হত্যা কৰাৰ লগতে ১৫০খন টেংক, ২৭ খন এয়াক্ৰাফ্ট, ২৬ খন হেলিকপ্টাৰ, বহু গোলা-বাৰুদ ভূপতিত আৰু  ধ্বংস কৰিছে৷ অৱশ্যে এই সম্পৰ্কে মস্কোৱে কোনো স্পষ্টীকৰণ প্ৰকাশ কৰা নাই৷

ইফালে ইউক্ৰেইনৰ স্বাস্থ্য মন্ত্ৰী ভিক্টৰ লিয়াশ্বকে প্ৰকাশ কৰিছে যে ৰুছ সেনাৰ আক্ৰমণত ৩৫০ৰো অধিক সাধাৰণ লোক নিহত আৰু ১ হাজাৰৰো অধিক আহত হৈছে৷ আহতসকলৰ ভিতৰত ৩৩ গৰাকী শিশুও আছে৷

আনহাতে, ৰাছিয়ান সেনাই আন্তঃৰাষ্ট্ৰীয় যুদ্ধ নীতি উলংঘা কৰা বুলিও ইউক্ৰেইনৰ সেনাই গুৰুতৰ অভিযোগ কৰিছে৷ ৰুছ সেনাই আন্তঃৰাষ্ট্ৰীয় যুদ্ধ নীতি উলংঘন কৰি মহিলা আৰু শিশুৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিছ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
Next Post
কৌতুক অভিনেতা আৰু নৃত্যশিল্পী আছিল জেলেনস্কি : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ডান্স ভাইৰেল

কৌতুক অভিনেতা আৰু নৃত্যশিল্পী আছিল জেলেনস্কি : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ডান্স ভাইৰেল

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ : আকৌ ‘ন যযৌ ন তস্থৌ’ অৱস্থা ভাৰতৰ!

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ : আকৌ ‘ন যযৌ ন তস্থৌ’ অৱস্থা ভাৰতৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.