• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৱেষকৰ দাবী : মাত্ৰ ৩ ছেকেণ্ডতে শক্তিশালী আৰু বৃদ্ধি হ’ব পেশী!

গৱেষকৰ দাবী : মাত্ৰ ৩ ছেকেণ্ডতে শক্তিশালী আৰু বৃদ্ধি হ’ব পেশী!

4 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

4 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

5 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

6 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

7 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

8 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

8 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

9 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

10 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

10 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

11 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গৱেষকৰ দাবী : মাত্ৰ ৩ ছেকেণ্ডতে শক্তিশালী আৰু বৃদ্ধি হ’ব পেশী!

editor by editor
March 5, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
গৱেষকৰ দাবী : মাত্ৰ ৩ ছেকেণ্ডতে শক্তিশালী আৰু বৃদ্ধি হ’ব পেশী!
0
SHARES
472
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোৱে জানে যে শৰীৰ আৰু পেশী শক্তিশালী কৰিবলৈ শাৰীৰিক ব্যায়ামৰ কোনো বিকল্প নাই। কিন্তু কেতিয়াবা দেখা যায় যে সময়ৰ অভাৱ বা অলসতাৰ বাবে বহুলোকে নিয়মীয়াকৈ ব্যায়াম কৰিব নোৱাৰে। কিন্তু আপুনি জানেনে, মাত্ৰ তিনি ছেকেণ্ডৰ ব্যায়ামে পেশীৰ ক্ষমতা আৰু আকাৰ বৃদ্ধি কৰিব পাৰে!

জাপানৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি এজন ব্যক্তিয়ে দিনত কমেও তিনি ছেকেণ্ডৰ বাবে কৰা শাৰীৰিক ব্যায়ামেৰে পেশি শক্তিশালী আৰু বৃদ্ধি কৰিব পাৰি৷

অধ্যয়নটোৰ মতে সেই ব্যায়ামৰ দ্বাৰা পেশীৰ শক্তি আৰু আকাৰ এমাহৰ পিছত প্ৰায় ১২ শতাংশ বৃদ্ধি কৰিব পাৰি। গৱেষকসকলে ৩৯ জন লোকৰ ওপৰত এই পৰীক্ষা চলাইছিল৷ তেওঁলোকে দিনত তিনি ছেকেণ্ড সময় ব্যায়াম কৰি হাতৰ বাইচেপ শক্তিশালী আৰু আকাৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক আধুনিকতাৰ দিশে আৰৱ বিশ্ব! ’সুৰা, জুৱা, গাহৰি মাংসও উপলব্ধ হ’ব চৌদি আৰৱত’

গৱেষকসকলে বিভিন্ন সময়ত বিভিন্ন স্থানত শৰীৰ চৰ্চাৰ ওপৰত গৱেষণা কৰে। কিন্তু বেছিভাগ ক্ষেত্ৰত, ই দীঘলীয়া আৰু নিয়মীয়া অনুশীলনৰ ওপৰত নিৰ্ভৰ কৰে। এই প্ৰকাৰৰ তাৎক্ষণিক বা হ্ৰস্বম্যাদী ব্যায়ামৰ ওপৰত গৱেষণা আগতে কৰা হোৱা নাই।

গৱেষকসকলে এই পৰীক্ষাত ব্যৱহাৰ কৰা সঁজুলিটোক ‘আইচোকাইনেটিক ডায়নামোমিটাৰ’ বুলি কোৱা হয়। এই সঁজুলিটোৰ সহায়ত পেশীবোৰ যিমান সম্ভৱ চেপি বঢ়াব পাৰি। অৱশ্যে, গৱেষকসকলে দাবী কৰে যে সাধাৰণ ডাম্বেল ব্যৱহাৰ কৰিলেও একে ফলাফল পোৱা যাব।

অধ্যয়নটোৰ ফলাফল অনুসৰি, অংশগ্ৰহণকাৰীসকলৰ মাজত, যিসকলে দৈনিক তিনি ছেকেণ্ডৰ বাবে সকলো শক্তিৰে বাইচেপৰ পেশী সংকুচিত কৰিছিল, তেওঁলোকৰ বেচ শক্তি এমাহৰ পিছত ছয়ৰ পৰা সাত শতাংশ বৃদ্ধি হৈছিল। আনহাতে, যিসকলে সৰ্বাধিক সম্প্ৰসাৰণ কৰিছিল তেওঁলোকৰ শক্তি প্ৰায় ১২ শতাংশ বৃদ্ধি পাইছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamQuick Exercise
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!

সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!

এই লক্ষণ দেখিলেই বুজিব স্ত্ৰী তৃতীয় ব্যক্তিৰ প্ৰতি আসক্ত! সেই লক্ষণসমূহ কি কি?

এই লক্ষণ দেখিলেই বুজিব স্ত্ৰী তৃতীয় ব্যক্তিৰ প্ৰতি আসক্ত! সেই লক্ষণসমূহ কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.